প্ৰশ্ন- Why is India called a republic? (ভাৰতবৰ্ষত কিয় গণৰাজ্য বোলা হয়?)

উত্তৰ- দেশৰ জনসাধাৰণৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ বাবে ভাৰতক গণৰাজ্য বুলি কোৱা হয়। নাগৰিকসকলৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ আমাৰ হৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে।