প্ৰশ্নঃ নলিনীবালা দেৱীৰ কবিতাত কি সুৰ পোৱা যায় ?

উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মবাদৰ সুৰ শুনিবলৈ পোৱা যায় ।