Chapter 3

এম. এন. ৰয় আৰু গান্ধী 

প্রশ্নাৱলী 

চমু উত্তৰ লিখা । (১/২ নম্বৰ) 

(ক) কোন চনত আৰু কোন স্থানত মানৱেন্দ্ৰনাথৰ জন্ম হৈছিল ? 

উত্তৰঃ মানৱেন্দ্ৰ নাথৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ ভট্টাচার্য। ১৮৮৭ চনৰ ২১ মাৰ্চ তাৰিখে পশ্চিমবংগৰ ২৪ পৰগনাৰ আৰবালিয়া গাঁওৰ পুৰোহিত আৰু সংস্কৃত পণ্ডিত দীনবন্ধু ভট্টাচাৰ্যৰ তৃতীয় সন্তানৰূপে নৰেন্দ্ৰনাথে জন্ম গ্ৰহণ কৰে


(খ) যিকোনাে দুটা বিদেশী বিপ্লৱী অভ্যুত্থানৰ নাম উল্লেখ কৰা যত মানৱেন্দ্ৰনাথে সক্রিয়ভাৱে অংশ গ্রহণ কৰিছিল ?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰ চিন্তা বা জাতীয় আন্দোলনৰ ইতিহাসত মানৱেন্দ্ৰনাথ ৰয় ( ১৮৮৭-১৯৫৪ খ্ৰীঃ ) এক উল্লেখযোগ্য ব্যক্তিত্ব। ছাত্ৰ জীৱনত সশস্ত্র বিদ্রোহত অংশগ্রহণ যৌৱনত চীন আৰু মেক্সিকোৰ বিপ্লৱী অভ্যুত্থানত সক্রিয়ভাৱে অংশগ্রহণ লেনিল ট্রটস্কি ষ্টেলিনৰ দৰে পৃথিৱীবিখ্যাত বিপ্লৱীসকলৰ সৈতে একেলগে কাম কৰা আৰু শেষ বয়সত পূৰ্ণ মানৱতাৰ আন্দোলনত নিজকে নিয়োজিত কৰা এনে বৈচিত্র্যময় আৰু ঘটনাবহুল ৰাজনৈতিক জীৱন খুব সম্ভৱত ভাৰতৰ ৰাজনীতিত বিৰল ৷


(গ) প্রথম জীৱনত মানবেন্দ্রনাথ কি আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈছিল? 

উত্তৰঃ তেখেতৰ Reason , Romanticism and Revolution   ৰচনাৰ পৰা জানিব পৰা যায় যে ইউৰোপত ৰেনেছাঁৰ শক্তিয়ে কেনেদৰে মানুহক ঈশ্বৰ আৰু ইয়াৰ প্ৰতিনিধিৰ বিৰুদ্ধে বিদ্রোহত অনুপ্রাণিত কৰিছিল


(ঘ) জীৱনৰ শেষ বয়সত কি আদৰ্শৰ দ্বাৰা মানবেন্দ্রনাথ প্রভাৱান্বিত হৈছিল ? 

উত্তৰঃ মানবেন্দ্ৰনাথ ৰায়ে তেখেতৰ জীৱনৰ শেষ কেইটা বছৰত ( ১৯40-54 খ্ৰীঃ ) নিজকে উছৰ্গা কৰিছিল এক নতুন সমাজ দৰ্শনৰ সন্ধানত। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত পৰিৱৰ্তিত পৰিস্থিতি সমাজতান্ত্ৰিক আৰু সাম্যবাদী ভাৱনাৰ অপপ্রয়োগ মানৱতাবাদৰ সংকট। ভাৰতবৰ্ষত দলীয় ৰাজনীতিৰ বিচ্যুতি স্বাধীনতা আৰু গণতন্ত্ৰৰ সম্ভাৱনাময় পৰিৱেশ আদিয়ে মানৱেন্দ্ৰ নাথক নতুন সমাজদর্শন সম্পর্কে ভবাৰ বাবে সমলৰ যোগান ধৰে৷ মানৱেন্দ্ৰনাথে উদ্ভাৱন কৰিলে নতুন মানৱতাবাদৰ এক দর্শন। তেখেতৰ Reason , Romanticism and Revolution   ৰচনাৰ পৰা জানিব পৰা যায় যে ইউৰোপত ৰেনেছাঁৰ শক্তিয়ে কেনেদৰে মানুহক ঈশ্বৰ আৰু ইয়াৰ প্ৰতিনিধিৰ বিৰুদ্ধে বিদ্রোহত অনুপ্রাণিত কৰিছিল


(ঙ) কেইজনমান বিখ্যাত আন্তর্জাতিক মার্ক্সবাদীৰ নাম উল্লেখ কৰা যিসকলৰ লগত মানবেন্দ্রনাথৰ ঘনিষ্ঠ সম্পর্ক আছিল । 

উত্তৰঃ কেইজনমান বিখ্যাত আন্তৰ্জাতিক মার্ক্স , বিবেকানন্দ , গান্ধী সকলোৱে আছিল ঘনিষ্ঠ সম্পৰ্ক।


(চ) ছাত্র জীৱনত মানৱেন্দ্রনাথে কাৰ কাৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈছিল ? 

উত্তৰঃ ছাত্র বয়সতে বিবেকানন্দ আৰু বঙ্কিমচন্দ্ৰৰ চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।


(ছ) মানৱেন্দ্ৰনাথৰ কেইখনমান গ্রন্থৰ নাম উল্লেখ কৰা । 

উত্তৰঃ মানৱেন্দ্ৰনাথৰ কেইখনমান গ্রন্থ হৈছে ' An Indian Com munist Manifesto ' , ' One year of Non - Cooperation ' , ' The aftermath of Non - Cooperation ' , ' The Future of Indian Politis ' . আদি উল্লেখযোগ্য


(জ) মানৱেন্দ্ৰনাথৰ মতে ‘গণতন্ত্র’ৰ বিকল্প কি ? 

উত্তৰঃ মানৱেন্দ্ৰনাথৰ মতে গণতন্ত্ৰৰ বিকল্প একনায়কতন্ত্ৰ নহয়। তেখেতৰ গণতন্ত্ৰ হৈছে ‘ ৰেডিকেল গণতন্ত্র ’ ( Radical Democracy )। এই গণতন্ত্র হৈছে সংগঠিত গণতন্ত্র মানৱিক গণতন্ত্র ।


(ঝ) ৰেডিকেল গণতন্ত্রৰ মূল কেইটা নীতি আছিল ? 

উত্তৰঃ এনে গণতন্ত্র ক্ষমতাহীন দলহীন গণতন্ত্র । " Radical Humanism " ত মানৱেন্দ্ৰনাথে আহ্বান জনাইছিল


(ঞ) কেতিয়া আৰু কোন স্থানত ৰেডিকেল ডেমােক্রেটিক পার্টিৰ বিলুপ্তি সাধন কৰা হয় ? 

উত্তৰঃ দলীয় ভিত্তিক ৰাজনৈতিক কামকাজ প্রকৃত গণতন্ত্ৰৰ পক্ষে ক্ষতিকাৰক এই বিষয়টো উপলব্ধি কৰি ১৯৪৮ চনত কলিকতাত অনুষ্ঠিত পাৰ্টিৰ চতুৰ্থ সৰ্বভাৰতীয় সন্মিলনত ৰেডিকেল ডেমোক্রেটিক পার্টিক বিলুপ্ত কৰা হয় আৰু আমূল গণতন্ত্ৰৰ ১৯ আৰু ২০ সূত্ৰ দুটাক সংশোধিত ৰূপত গ্ৰহণ কৰা হয়


২। চমুকৈ উত্তৰ লিখা । (৪/৫ নম্বৰ) 

(ক) ৰেনেছাঁৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ এই উত্তৰটো ৫২ নম্বৰৰ পিষ্ঠাৰ পৰা ৫৫ নম্বৰৰ ভিতৰত আছে।


(খ) ৰাষ্ট্র সম্পর্কে মানৱেন্দ্ৰনাথৰ ধাৰণা চমুকৈ লিখা । 

উত্তৰঃ এই উত্তৰটো ৬৫ নম্বৰৰ পিষ্ঠাৰ পৰা ৬৬ নম্বৰৰ ভিতৰত আছে।


(গ) মানৱেন্দ্ৰনাথৰ "Radical Democray" ৰ ওপৰত চমু টোকা লিখা । 

উত্তৰঃ এই উত্তৰটো ৫২ পৰা ৫৫ নম্বৰৰ পিষ্ঠাৰ ভিতৰত আছে।


৩। ৰচনাধর্মী প্রশ্ন ।

(ক) মানবেন্দ্র নাথৰ ৰাজনৈতিক চিন্তাধাৰাৰ এটি মূল্যায়ন আগবঢ়োৱা। 

উত্তৰঃ এই উত্তৰটো ৬০ নম্বৰৰ পিষ্ঠাৰ পৰা ৬১ নম্বৰৰ ভিতৰত আছে।


(খ) মানৱেন্দ্ৰ নাথৰ নৱ-মানৱতাবাদৰ ধাৰণাৰ ওপৰত এটি মূল্যায়ন আগবঢ়োৱা । 

উত্তৰঃ এই উত্তৰটো ৫২ নম্বৰৰ পিষ্ঠাৰ পৰা ৫৫ নম্বৰৰ ভিতৰত আছে।


(গ) ৰেডিকেল গণতন্ত্রৰ মূল নীতিসমূহ লিখা । 

 উত্তৰঃ এই উত্তৰটো ৫২ নম্বৰৰ পিষ্ঠাৰ পৰা ৫৫ নম্বৰৰ ভিতৰত আছে।


        Type 

Hirak Jyoti Bora.

****