অধ্য়য় ৪

পাৰিজাত হৰণ নাট

১। সংস্কৃত নাটশাস্ত্ৰত কি শব্দৰ অৰ্থ চিহ্ন হৈছে?

উত্তৰঃ 'অংক' শব্দৰ অৰ্থ চিহ্ন হৈছে। 

২। নাট্য় ৰসতকৈ ভক্তি ৰস সৃষ্টিয়েই ইয়াৰ কি কাম্য়?

উত্তৰঃ মূল কাম্য়। 

৩। নাটত ৰাখিব লগা হোৱাত চৰিত্ৰত কোনো স্বকীয়ভাৱে ৰূপ দিবলা কি কৰা নাই?

উত্তৰঃ যত্ন কৰা নাই। 

৪। সংস্কৃত নাটৰ আদৰ্শতেই অংকীয়া নাটৰ কি হৈছে?

উত্তৰঃ অংকীয়া নাটৰ সৃষ্টি হৈছে। 

৫। পঞ্চদশ শতিকাৰ আগত কোনো পূৰ্ণাংগ নাটকৰ কি পোৱা নাযায়?

উত্তৰঃ ইতিহাস পোৱা নাযায়। 

৬। পঞ্চদশ শতিকাৰ আগত সংস্কৃত নাটৰহে কি আছিল?

উত্তৰঃ প্ৰচলন আছিল। 

৭। মাধৱদেৱেও অসমীয়া নাট্য়সাহিত্য়ত কি নাটক ৰচনা কৰিলে?

উত্তৰঃ অংকীয়া নাটক ৰচনা কৰিলে। 

৮। হৰিবংশৰ কাহিনীভাগত কি চৰিত্ৰৰ গুৰুত্ৱ বেছি?

উত্তৰঃ সত্য়ভামাৰ চৰিত্ৰৰ গুৰুত্ৱ বেছি। 

৯। নাটকত ইন্দ্ৰদেৱতাৰ লগত নাৰদো কাৰ ওচৰলৈ আহিছে?

উত্তৰঃ শ্ৰীকৃষ্ণৰ ওচৰলৈ আহিছে। 

১০। ৰিক্মিণীয়ে নিজ হাতেৰে খোপাত কি পাহ পিন্ধিছে? 

উত্তৰঃ খোপাত ফুল পাহ পিন্ধিছে। 

১১। মহাপুৰুষ শংকৰদেৱৰ পাৰিজাত হৰণ এখন কি নাটক?

উত্তৰঃ উৎকৃষ্ট নাটক। 

১২। মহাপুৰুষ গৰাকীৰ হাতৰ পৰশৰ কি সম্ভৱ হৈছে?

উত্তৰঃ প্ৰভাৱত সমভৱ হৈছে। 

১৩। নাৰদ দুমুখীয়া ব্য়ক্তিত্বৰ বাবে এক কি ৰূপ পইছে?

উত্তৰঃ অনন্য় ৰূপ পইছে। 

১৪। গাঁৱলীয় তিৰোতা হিচাপে কি কৰিছে?

উত্তৰঃ অংকন কৰিছে। 

১৫। পাৰিজাত হৰণ নাটত নাৰদ চৰিত্ৰটো অতি কি?

উত্তৰঃ আকৰ্ষণীয়। 

১৬। শ্ৰীকৃষ্ণই স্বৰ্গ যাত্ৰাকালত কি লৈছে?

উত্তৰঃ সত্য়ভামাক লৈছে। 

১৭। অভিমানী, ঈষাৰপৰায়ণ সেই কথাটো কি পাইছে?

উত্তৰঃ প্ৰকাশ পাইছে। 

১৮। পাৰিজাত হৰণ নাটৰ শচী দেৱৰাজ ইন্দ্ৰৰ কি?

উত্তৰঃ পত্নী। 

১৯। দেৱৰাজ ইন্দ্ৰৰ পত্নী হিচাপে কি হ'ব নোৱাৰিলে?

উত্তৰঃ মহিয়সী হ'ব নোৱাৰিলে। 

২০। নাটকখনত চিত্ৰিত কৰা চিত্ৰবোৰ বিশেষ কি গ্ৰহণ কৰিছে?

উত্তৰঃ ভূমিকা গ্ৰহণ কৰিছে। 

২১। নাটকত অংকন কৰাত লোক সমাজে বেছি কি পাইছে?

উত্তৰঃ আমোদ পাইছে। 

২২। মূলত নাৰদ গহীন, গম্ভীৰ আৰু একান্ত কাৰ ভক্ত?

উত্তৰঃ ইশ্বৰ ভক্ত। 

২৩। ছয়খন নাটকৰ মাজেৰে শ্ৰীকৃষ্ণ লীলা-মহিমা প্ৰচাৰৰ কি মূল লক্ষ্য় আছিল?

উত্তৰঃ মাহাত্ম্য়ই মূল লক্ষ্য় আছিল। 

২৪। শংকৰ-মাধৱৰ নাটত কৃষ্ণ ভক্তিয়েই মূল কি?

উত্তৰঃ উপজীব্য়। 

২৫। সংস্কৃত নাট্য়শাস্ত্ৰৰ ভৰতবাক্য়ৰ কি অংকীয়া নাটৰ মুক্তিমঙ্গলভটিমা?

উত্তৰঃ অনুৰূপ অংকীয়া নাটৰ মুক্তমঙ্গলভটিমা। 

২৬। নট, ভাট আদিৰ উপৰিও কি নাচৰ প্ৰচলন সেই সময়ত আছিল?

উত্তৰঃ পুতলা নাচৰ প্ৰচলন সেই সময়ত আছিল। 

২৭।  অংকীয়াৰ নাটৰ কোনটো বৈশিষ্ট্য় হ'ল লয়যুক্ত গদ্য়ৰ ব্য়ৱহাৰ?

উত্তৰঃ চতুৰ্থ বৈশিষ্ট্য়। 

২৮। সংস্কৃত নাট নান্দী কি আৰম্ভ হয়?

উত্তৰঃ শ্লোকেৰে আৰম্ভ হয়। 

২৯। গীত ধৰ্মিতা অংকীয়া নাটৰ এটা কি?

উত্তৰঃ বিশেষত্ৱ। 

৩০। নাটৰ পৰা পৃথক কৰি দেখুৱাবৰ কাৰণে কি নাট বুলি কোৱা হ'ল?

উত্তৰঃ অংকীয়া নাট বুলি কোৱা হ'ল।