অধ্যায় ৪

শৈক্ষিক পৰিদৰ্শন 

(Educational Supervision)

প্ৰশ্নাৱলী 

1. What do you mean by Supervision ? (তত্বাৱধান বুলিলে কি বুজা ?) 

Answer:   তত্বাৱধান বুলিলে কোনো কাম বা ঘটনা প্ৰত্যক্ষ বা পৰ্যবেক্ষণ কৰা বুজায়।

2. Write the need and importance of Educational Supervision ? (শৈক্ষিক তত্বাৱধানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব লিখা ?) 

Answer:  শিক্ষা প্ৰক্ৰিয়াটো সহায় আগবঢ়োৱা বা দিক নিৰ্ণয় কৰিবলৈ তত্বাৱধান প্ৰয়োজনীয়। আৰু শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ উন্নতি সাধন কৰি শিক্ষাক নিশ্চিত লক্ষ্যত উপনীত কৰোৱাৰ ক্ষেত্ৰত ইয়াক গুৰুত্ব দিয়া হয়।

3. Which term "Supervision" is derived ? ("তত্বাৱধান" শব্দটো কোনটো শব্দ আহৰণ কৰা হৈছে?)

Answer:   তত্বাৱধান শব্দটো পৰ্যবেক্ষণ শব্দৰ  পৰা আহৰণ কৰা হৈছে।

4. Write a very popular and comprehensive definition of Supervision. (তত্বাৱধানৰ এটা অতি জনপ্ৰিয় আৰু বিস্তৃত সংজ্ঞা লিখা।)

Answer:   তত্বাৱধানৰ এটা অতি জনপ্ৰিয় আৰু বস্তৃত সংজ্ঞা তলত দিয়া হ'ল-

মাধ্যমিক শিক্ষা আয়োগে পৰিদৰ্শন সম্পৰ্কে কৈছে যে- এগৰাকী পৰিদৰ্শকৰ প্ৰকৃত ভূমিকা, যাৰ বাবে আমি শিক্ষা উপদেষ্টা অগ্ৰাধিকাৰ দিওঁ, তেওঁ প্ৰত্যকখন বিদ্যালয়ৰ সমস্যা অধ্যয়ন কৰিবলৈ সকলোবোৰ কামৰ বোধগম্য মতামত প্ৰদশন কৰে আৰু তেওঁৰ উপদেশ আৰু পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ শিক্ষকসকলক সহায় কৰে।

5. Write the major types of educational supervision. (মুখ্য প্ৰকাৰৰ শৈক্ষিক তত্বাৱধান লিখা।)

Answer:   মুখ্য প্ৰকাৰৰ শৈক্ষিক তত্বাৱধান হ'ল-

পৰিদৰ্শন:

পৰম স্বাধীনতা:

বাধ্যবাধকতাৰ প্ৰকাৰ:

প্ৰশিক্ষণ আৰু দিশ:

গণতান্ত্ৰিক নেতৃত্ব:

6. What do you mean by Inspection. (পৰিদৰ্শনৰ দ্বাৰা তুমি কি বুজা।)

Answer:     পৰিদৰ্শনৰ দ্বাৰা বুজা যায় যে- কাম-কাজবোৰ চোৱা -চিতা কৰা, আৰু ভুল হলে শাস্তি প্ৰদান কৰা ব্যৱস্থা। পৰিদৰ্শনৰ দাৰ্বা শিক্ষকে স্বাধীনচিতীয়া আৰু বৌদ্ধিক প্ৰচেষ্টাবোৰক মৰ্যদ্যা দিয়া হয়। তত্বাৱধায়কসকলৰ প্ৰতি শিক্ষক কৰ্মচাৰীৰ মনত কোনো ভয় বা অবিশ্বাস ভাৱ গঢ় লোৱা নাই।                                                       

7. "Supervision means a planned programme for the improvement of instructions" who said this ? ("তত্বাৱধানৰ অৰ্থ হৈছে নিৰ্দেশনাৰ উন্নতিৰ বাবে এক পৰিকল্পিত কাৰ্যসূচী" কোনে এইটো কৈছিল?)

Answer: 

8. What is the modern concept of supervision. (তত্বাৱধানৰ আধুনিক ধাৰণা কি।)

Answer:   আধুনিক তত্বাৱধান ধাৰণাটো এই ধাৰণাটো হৈছে-  শিক্ষা হৈছে এক সৃষ্টিশীল আৰু সমবায় উদ্যোগ য'ত সকলো শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক আৰু প্ৰশাসকে অংশগ্ৰহণ কৰে আৰু চুপাৰভাইজাৰ হৈছে তেওঁলোকৰ শৈক্ষিক নেতা যি তেওঁলোকক শৈক্ষিক প্ৰক্ৰিয়াৰ উন্নতিত উদ্দীপিত, নিৰ্দেশনা আৰু পৰামৰ্শ দিয়ে।

9. What are the administrative functions of supervision. (তত্বাৱধানৰ প্ৰশাসনিক কামবোৰ কি কি। )

Answer: তত্বাৱধানৰ প্ৰশাসনিক কামবোৰ হ'ল- ১।শিক্ষানুষ্ঠানসমূহত জমা-খৰচ সঠিক হিচাপে আৰু বিভিন্ন তথ্য পাতি সঠিক পঞ্জীয়ন হৈছে নে নাই সেইটো লক্ষ্য কৰা, ২। চৰকাৰে দিয়া টকা-পইচা বা আৰ্থিক অনুদানৰ ব্যৱহাৰ তথা বিত্তীয় বিষয়বোৰ পৰীক্ষা নিৰীক্ষা কৰা, ৩। চৰকাৰী নীতি-নিৰ্দেশনা ঠিকমতে কাৰ্যত প্ৰয়োগ হৈছে নে নাই, ।

10. Describe the meaning , nature and scope of Educational , Supervision. (শৈক্ষিকতত্বাৱধানৰ অৰ্থপ্ৰকৃতি আৰু পৰিসৰ বৰ্ণনা কৰা।)

Answer:  শৈক্ষিক তত্বাৱধানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

শৈক্ষিক তত্বাৱধানৰ অৰ্থ-  তত্বাৱধানৰ অৰ্থ হ'ল কোনো ঘটনা বা কাম নিৰিক্ষণ কৰা। গতিকে পৰ্যবেক্ষণ বুলি কলে চমুকৈ সংগঠনৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ কৰা কাৰ্যসমূহ পৰিচালিত, সংগঠিত আৰু বিকশিত কৰাৰে বুজায়। 

শৈক্ষিক তত্বাৱধানৰ প্ৰকৃতি- বৰ্তমান সময়ত শিক্ষাক সৰ্বতোপ্ৰকাৰৰ বিকাশৰ এক উতকৃষ্ট মাধ্যম হিচাপে ধৰা হয়। শিক্ষাক যিহেতু পৰ্যবেক্ষণৰ প্ৰকৃতি অতি ব্যাপক হৈ পৰিছে। আধুনিক পৰ্যবেক্ষণৰ প্ৰকৃতি অতি বিস্তাৰিত বুলি এই কাৰণেই কোৱা হয় যে সমগ্ৰ শিক্ষণ কাৰ্যৰ উন্নয়ন সাধন কৰাত ই সহায় কৰে।

শৈক্ষিক তত্বাৱধানৰ পৰিসৰ- পৰ্যবেক্ষণৰ পৰিধি বা পৰিসৰ বুলিলে ই শিক্ষাৰ গোটেই শিকন শিক্ষঁ প্ৰক্ৰিয়াটোকে সামৰি লয়। আধুনিক পৰ্যবেক্ষণৰ পৰিসৰ ব্যাপক বুলি কোৱাৰ অন্তৰালত আছে, ই শিক্ষকৰ শিক্ষাদান কাৰ্য পৰ্যবেক্ষণ কৰি মূল্যায়ন কৰাৰ উপৰিও শৈক্ষিক পৰিৱেশ আদিৰ লগত সম্পৰ্কিত সকলো দিশৰ বিকাশত সহায় কৰে। 

11. What are the difference between Inspection and Supervision. (পৰিদৰ্শন আৰু তত্বাৱধানৰ মাজত থকা পাৰ্থক্যবোৰ কি।)

Answer:  পৰিদৰ্শন আৰু তত্বাৱধানৰ মাজত থকা পাৰ্থক্যবোৰ তলত দিয়া হ'ল-

১। পৰিদৰ্শনৰ পৰিসৰ বিদ্যালয়ৰ চৌদিশৰ মাজতে আবদ্ধ।

            আনহাতে, তত্বাৱধানৰ পৰিধি ব্যাপক। শিক্ষানুষ্ঠানসমূহ শিক্ষামূলক কাৰ্যসামাজিক বহিঃ কাৰ্যাৱলী পৰ্যবেক্ষণে সাঙুৰি লয়।

২। পৰিদৰ্শনৰ প্ৰকৃতি হৈছে কৰ্তৃত্বমূলক।

          আনহাতে, তত্বাৱধানৰ প্ৰকৃতি হ'ল প্ৰতিযোগিতামূলক।

৩। পৰিদৰ্শনে শিক্ষাদান কাৰ্যক আমনিদায়ক, বৈচিত্ৰহীন ব্যৱস্থাত পৰিণত কৰে।

            আনহাতে, তত্বাৱধানৰ মূল উদ্দেশ্যই হ'ল সকলোৰে অন্তনিহিত প্ৰতিভাসমূহ নিজ গতিৰে নিৰ্দিষ্ট পথেৰে আগুৱাই নিয়া।

৪। পৰিদৰ্শন ব্যৱস্থাত শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তি পাৰ্থক্য অনুসৰি নিজৰ চাহিদা অনুযায়ী শিক্ষা দিয়াত ব্যৰ্থ হয়।

              আনহাতে, তত্বাৱধানৰ মূল উদ্দেশ্যই হ'ল সকলোৰে অন্তনিহিত প্ৰতিভাসমূহ নিজ গতিৰে নিৰ্দ্দিষ্ট পথেৰে আগুৱাই নিয়া।


12. Describe the importance of educational supervision ? (শৈক্ষিক তত্বাৱধানৰ গুৰুত্ব বৰ্ণনা কৰা ?)

Answer:  শৈক্ষিক তত্বাৱধানৰ গুৰুত্ব হ'ল- এই তত্বাৱধান সকলো বিদ্যালয়তে উপযুক্ত । এই তত্বাৱধানৰ জৰিয়তে শিক্ষা ব্যৱস্থাক উন্নত কৰিব পাৰি। এই তত্বাৱধানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত শিক্ষাৰ উপৰিও ভাল জ্ঞান, শিষ্টাচাৰ আদি শিকিব পাৰে।

13. Define Supervision. Write its scope with elaborately. (তত্বাৱধান নিৰ্ধাৰণ কৰা। ইয়াৰ পৰিসৰ বিস্তাৰিতভাৱে লিখা।)

Answer:  তত্বাৱধানৰ পৰিসৰ বুলিলে ই শিক্ষাৰ গোটেই শিকন শিক্ষণ প্ৰক্ৰিয়াটোকে সামৰি লয়। আধুনিক পৰ্যবেক্ষণৰ পৰিসৰ ব্যাপক বুলি কোৱাৰ অন্তৰালত আছে, ই শিক্ষকৰ শিক্ষাদান কাৰ্য পৰ্যবেক্ষণ কৰি মূল্যায়ন কৰাৰ উপৰিও শৈক্ষিক পৰিৱেশ আদিৰ লগত সম্পৰ্কিত সকলো দিশৰ বিকাশত সহায় কৰে। সাধাৰণতে তত্বাৱধানৰ কেতবোৰ উপাদানক কেন্দ্ৰ বিন্দু হিচাপে ধৰি পৰ্যবেক্ষণ সফল ভাৱে ৰূপায়িত হোৱা দেখা যায়।


Author-Dikha Bora