লাচিত ফুকন 

আৰ্হি প্ৰশ্নঃ

১) লাচিত ফুকন কবিতাটোত কবিয়ে কেনেধৰণৰ চিন্তা-কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কৈছে ?

উত্তৰঃ

২) কবিতাটোত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভূৱা দেশপ্ৰেম বুলি কৈছে ?

উত্তৰঃ 

৩) কবিতাটোত কবিয়ে দেশৰ বাতৰি শুনিবানে বীৰ বুলি কি কি বাতৰি বা ছবি দাঙি ধৰিছে ?

উত্তৰঃ 

৪) ইব্ৰাহিম কোন আছিল ? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল ?

উত্তৰঃ ইব্ৰাহিম হল  বাইবেল আৰু কোৰাণত উল্লেখ থকা এটা ইশ্বৰৰ  দূত।

৫) অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল - ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে ?

উত্তৰঃ অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল - ইয়াত গাধৰ পাল বুলি কবিয়ে অসমৰ নিৰ্বলী জনতাক বুজাইছে ।

৬) দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত ?

উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত  'দোমোজাৰ' কবি হিচাপে জনাজাত।

৭) দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হল - 'সাগৰ দেখিছা' ।

৮) দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজী কবিৰ কবিতাৰ আৰ্হি দেখা যায় ? সেই আৰ্হিক কি বুলি কোৱা হয় 

উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ৰবাৰ্ট ব্ৰাউনিঙ নামৰ ইংৰাজী কবিৰ কবিতাৰ আৰ্হি দেখা যায়। সেই আৰ্হিক নাটকীয় স্বগতোক্তিৰ বুলি কোৱা হয় 

৯) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-

(ক) শুনিছোঁ বন্ধুহ্ল ইব্ৰাহিমৰ কাহিনী বীৰত্বৰ,

        দেৱতাৰ হকে পুত্ৰবুকুত হানিছিল খঞ্জৰ ।

উত্তৰঃ


(খ) আনফালে সউ আপোন অন্ধ নকল-নবীছ দল,

        মুক্তি ৰণৰ মক্ফাইট কৰি ফাঁকিৰ আনিছে ঢল ।

উত্তৰঃ


(গ) ত্ৰিশ দিন আৰু এঘাৰ দিনৰ গচকত হায় পৰি,

        দুখনী অসম জননীৰ দেহি কোঙা হল হাত-ভৰি ।

উত্তৰঃ


(ঘ) মন্ত্ৰিত্ব যাৰ শেষ কল্পনা, এছেমব্লী যাৰ আশা,

        সিনো কি বুজিব হে বীৰহ্ল তোমাৰ ৰণ-দুৰ্মদ ভাষা ?

উত্তৰঃ


(ঙ) আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বাণী,

        আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী ।

উত্তৰঃ



Type- Leena Kakati

Author- Leena Kakati