ভটিমা

আৰ্হি প্ৰশ্নঃ

১) ভটিমা কি ? ইয়াৰ বৈশিষ্ট কি ? ই কেইপ্ৰকাৰৰ ?

উত্তৰঃ ভটিমা হৈছে এক প্ৰকাৰ স্তুতি বা প্ৰশস্তিমূলক গীত। শংকৰদেৱ আৰু মাধৱদেৱে ৰছনা কৰা নাটত নাট ভটিমাৰ উল্লেখ পোৱা যায় । ই তিনি প্ৰকাৰৰ - দেৱ ভটিমা, ৰাজ ভটিমা আৰু নাট ভটিমা ।

২) মাধৱদেৱৰ গুৰু ভটিমাটিৰ মূল কথাখিনি বিশ্লেষণ কৰা ।

উত্তৰঃ মাধৱদেৱৰ গুৰু ভটিমা সংযোগ কৰাত ভটিমা চাৰি প্ৰকাৰৰ পোৱা যায়। এই গুৰু ভটিমাটিত গুৰু শংকৰদেৱৰ চৰণত মাধৱদেৱে নিজৰ ভক্তি কিদৰে আগবঢ়াইছে তাক ব্যক্ত কৰা হৈছে। চিৰকৌমাৰ্যব্ৰতী মাধৱদেৱৰ গুৰু শংকৰদেৱৰ প্ৰতি থকা অচলা ভক্তিৰ নিদৰ্শন ভটিমাটিত দেখা যায় । এক শৰণ বৈষ্ণৱ ধৰ্মৰ নাম, দেৱ, গুৰু, ভকতৰ গুৰুত্ব ভটিমাত প্ৰকাশ পাইছে। 

৩) শংকৰদেৱৰ অপৰৃপ দৈহিক শোভাৰ বৰ্ণনা ভটিমাটিত কেনেদৰে চিত্ৰিত হৈছে ?

উত্তৰঃ মাধৱদেৱে এই গুৰু ভটিমাটিত গুৰু শংকৰদেৱৰ চৰণত নিজৰ ভক্তি আগবঢ়াইছে। মাধৱদেবে ভটিমাৰ মধুৰ ছন্দৰ যোগেদি ভক্তই শ্ৰীশংকৰদেৱৰ গুণানুকীৰ্তন কৰিছে।

৪) উপাস্য দেৱতাৰ লগত গুৰুৰ আধ্যাত্মিক সম্পৰ্ক ভটিমাটিত কেনেদৰে বৰ্ণনা কৰা হৈছে ।

উত্তৰঃ

৫) ভটিমাটিৰ মাজেৰে মাধৱদেৱৰ কাব্যিক প্ৰতিভা কিদৰে ফুটি ওলাইছে ?

উত্তৰঃ


Type - Leena Kakati

Author - Leena Kakati