অধ্যায়ঃ ২

(Chapter: 2)

মোগল শাসন প্ৰতিষ্ঠা

(Establishment of Mughal rule)


চমু প্ৰশ্নঃ

(Short Question:)


১. আলাউদ্দিন হুচেইন কোন বংশৰ প্ৰথম শাসক আছিল?

(Alauddin Hussain was the first ruler of which dynasty?)

উত্তৰঃ আলাউদ্দিন হুচেইন বংগ বংশৰ প্ৰথম শাসক আছিল।

(Alauddin Hussain was the first ruler of the Bengal dynasty.)


২. আলাউদ্দিন হুচেইনে কোন ঠাইৰ পৰা কোন ঠাইলৈ সীমা বিস্তৃত কৰিছিল?

(From which place did Alauddin Hussain extend the border?)

উত্তৰঃ আলাউদ্দিন হুচেইনে উৰিষাৰ পৰা অসমলৈ সীমা বিস্তৃত কৰিছিল।

(Alauddin Hussain extended the border from Orissa to Assam.)


৩. কাৰ পুত্ৰয়ে মোগল সম্ৰাট বাবৰৰ সমসাময়িক আছিল?

(Whose son was a contemporary of Mughal Emperor Babur?)

উত্তৰঃ আলাউদ্দিন হুচেইনৰ পুত্ৰয়ে মোগল সম্ৰাট বাবৰৰ সমসাময়িক আছিল।

(Alauddin Hussain's son was a contemporary of Mughal Emperor Babar.)


৪. আলাউদ্দিন হুচেইনৰ পুত্ৰৰ নাম কি আছিল?

(What was the name of Alauddin Hussain's son?)

উত্তৰঃ আলাউদ্দিন হুচেইনৰ পুত্ৰ নাম নছৰত চাহ আছিল।

(Alauddin Hussain's son was Nasiratsah.)


৫. আলাউদ্দিন হুচেইনে কিমান চনৰ পৰা কিমান চনলৈ বংগত শাসন কৰিছিল?

(How long did Alauddin Hussain rule Bengal?)

উত্তৰঃ আলাউদ্দিন হুচেইনে ১৪৯৩ চনৰ পৰা ১৫১৮ চনলৈ বংগত শাসন কৰিছিল।

(Alauddin Hussain ruled Bengal from 1493 to 1518.)


৬. কোন ৰজাৰ দিনত মহাভাৰত খন বঙালী ভাষালৈ অনুবাদ কৰা হৈছিল?

(In which king's day was the Mahabharata translated into Bengali?)

উত্তৰঃ নছৰতচাহৰ দিনত মহাভাৰতখন বঙালী ভাষালৈ অনুবাদ কৰা হৈছিল।

(The mahabharata was translated into Bengali on the day of Nastarasah.)


৭. কোন ৰজা বেংগলী সাহিত্যৰ পৃষ্টপোষক আছিল?

(Who was the sponsor of Bengali literature?)

উত্তৰঃ নছৰতচাহ বেংগলী সাহিত্যৰ পূষ্টপোষক আছিল।

(Nasiratsah was the father of Bengali literature.)


৮) মধ্য ভাৰতৰ তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ নাম লিখা?

(Writing the names of three important states of Central India?)

উত্তৰঃ মধ্য ভাৰতৰ তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ নাম হৈছে মালৱ, গুজৰাট আৰু মেৱাৰ।

(The three important states of Central India are Malwa, Gujarat and Mewar.)


৯) কাৰ নেতৃত্বত মালৱ ৰাজ্য স্বাধীন হৈছিল? 

(Under whose leadership did the Malava state became independent?)

উত্তৰঃ দিলৱাৰ খান-ঘোৰীৰ নেতৃত্বত মালৱ ৰাজ্য স্বাধীন হৈছিল।

(The Malwa state became independent under the leadership of Dilwar Khan-Ghori.)


১০) দিলৱাৰ খান-ঘোৰীৰ শাসনকালত তেওঁৰ মন্ত্ৰী কোন আছিল?

(Who was his minister during dilwar khan-ghori regime?)

উত্তৰঃ দিলৱাৰ খান-ঘোৰীৰ শাসন কালত তেওঁৰ মন্ত্ৰী মামুদ খান আছিল।

(His minister was Mamood Khan during the Dilwar Khan-Ghori regime.)


১১) কোনে দিলৱাৰ খান-ঘোৰীৰ সিংহাসন বলপূৰ্বক দশল কৰিছিল?  

(Who forcibly dethroned dilwar khan-ghori?)        

উত্তৰঃ মামুদ খানে দিলৱাৰ খান-ঘোৰীৰ সিংহাসন বলপূৰ্বক দশল কৰিছিল।

(Mamood Khan forcibly dethroned Dilwar Khan-Ghori.)


১২) মামুদ খান এজন কি আছিল?

(What was Mamood Khan one?)

উত্তৰঃ মামুদ খান দিলৱাৰ খান-ঘোৰীৰ মন্ত্ৰী আছিল, পিছলৈ তেওঁ খলজী বংশৰ ৰজা হৈছিল আৰু তেওঁ সাহসী, ন্যায় পৰায়ণ, বিদ্বান শাসক আছিল।

(Mamood Khan was the minister of Dilwar Khan-Ghori, later he became the king of the Khalji dynasty and he was a brave, just, learned ruler.)


১৩) মামুদ খানে জিৰণীৰ সময়ত কি শুণি সময় পাৰ কৰিছিল?

(What time did Mamood Khan spend during the season?) 

উত্তৰঃ মামুদ খানে জিৰণীৰ সময়ত পৃথিৱীৰ বিভিন্ন ৰজাৰ জীৱনী আৰু ইতিহাস শুনি সময় পাৰ কৰিছিল। 

(Mamood Khan spent time listening to biographies and history of various kings of the world during Jirani.)


১৪) কিমান খৃঃত গুজৰাটৰ বাহাদুৰ চাহে মালৱ বিজয় কিৰিছিল?

(How many adhering To Bahadur Sahe Malva Vijay of Gujarat?)

উত্তৰঃ ১৫৩১ খৃঃত গুজৰাটৰ বাহাদুৰ চাহে মালৱ বিজয় কৰিছিল।

(Bahadur Sahe of Gujarat conquered Malva in 1531 AD.)


১৫) কিমান খৃঃত জফৰ খানে গুজৰাটত স্বাধীনতা ঘোষণা কৰিছিল?

(How angry was Jafar Khan declaring independence in Gujarat?)

উত্তৰঃ ১৪০১ খৃঃত জফৰ খানে গুজৰাটত স্বাধীনতা ঘোষণা কৰিছিল।

(Jafar Khan declared independence in Gujarat in 1401.)


১৬) জফৰ খানে কি উপাধি ধাৰণ কৰি গুজৰাটৰ সিংহাসনত আৰোহণ কৰিছিল?

(What title did Jafar Khan ascend the throne of Gujarat?)

উত্তৰঃ জফৰ খানে মুজাফৰ ছাহ উপাধি ধাৰণ কৰি গুজৰাটৰ সিংহাসনত আৰোহণ কৰিছিল?

(Zafar Khan ascended the throne of Gujarat holding the title of Muzaffar Shah?)


১৭) মামুদ বেগৰাই কি কি অধিকাৰ কৰিছিল?
(What did Mamood Begara occupy?)

উত্তৰঃ মামুদ বোগৰাই চম্পানিৰ, জুনাগড় আৰু কচ্ছ অধিকাৰ কৰিছিল।

(Mamood Bogara occupied Champani, Junagadh and Kutch.)


১৮) কিমান খৃঃত মামুদ বেগৰাই পৰ্টুগীজসকলক পৰাজয় কৰিছিল?

(How angry mamood begara defeated the Portuguese?)

উত্তৰঃ ১৫০৮ খৃঃত মামুদ বেগৰাই পৰ্টুগীজসকলক পৰাজয় কৰিছিল।

(Mamood Begara defeated the Portuguese in 1508.)


১৯) কিমান খৃঃৰ কি মাহত বাহাদুৰ ছাহ গুজৰাটৰ ৰজা হৈছিলআৰু সফল ৰজা বুলি প্ৰমাণ কৰিছিল?

(In what month did Bahadur Shah become the king of Gujarat and proved to be a successful king?)

উত্তৰঃ ১৫২৬ খৃঃৰ জুলাই মাহত বাহাদুৰ ছাহ গুজৰাটৰ ৰজা হৈছিলআৰু সফল ৰজা বুলি প্ৰমাণ কৰিছিল? 

(In July 1526, Bahadur Shah became the king of Gujarat and proved to be a successful king? )


২০) মেৱাৰৰ ৰজা সংগ্ৰাম সিংহক কি বুলি জনা যায়?

(What is Known as The King Of Mewar Sangram Singh?)

উত্তৰঃ মেৱাৰৰ ৰজা সংগ্ৰাম সিংহক ৰাণাসংগ বুলিহে জনা যায়।

(The king of Mewar, Sangram Singh, is known as Ranasang.)


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Author by
Sourab Bora (Morigaon)