অধ্যায়ঃ ৪

(Chapter: 4)

সম্প্ৰসাৰণ আৰু অখণ্ডতা

(Expansion and Integration)


চমু প্ৰশ্নঃ

(Short Question:)


১. ভাৰতৰ ৰাজ্যবোৰ এখন ৰাষ্ট্ৰত পৰিণত কৰিবলৈ আৰু এক শাসনৰ অধীন কৰিবলৈ আকবৰে কি নীতি অনুসৰণ কৰিছিল?

(What policy did Akbar follow to make india's states a nation and to subject them to a regime?)

উত্তৰঃ ভাৰতৰ ৰাজ্যবোৰ এখন ৰাষ্ট্ৰত পৰিণত কৰিবলৈ আৰু এক শাসনৰ অধীন কৰিবলৈ আকবৰে সাম্ৰাজ্যবাদী বা ৰাজ্য সম্প্ৰাসাৰণৰ নীতি অনুসৰণ কৰিছিল।

(Akbar followed the principle of imperialist or state expansion to make The States of India a state and to subject them to a regime.)


২. আকবৰে সকলো ধৰ্মৰ মানুহে গ্ৰহণ কৰিব পৰাকৈ এটা নতুন ধৰ্মৰ সৃষ্টি কৰিছিল আৰু সেই ধৰ্মটো নাম কি আছিল?

(Akbar created a new religion that people of all religions could accept and what was that religion called?)

উত্তৰঃ আকবৰে সকলো ধৰ্মৰ মানুহে গ্ৰহণ কৰিব পৰা কৈ এটা নতুন ধৰ্মৰ সৃষ্টি কৰিছিল আৰু সেই ধৰ্মটো নাম আছিল দিন-ই-ইলাহী।

(Akbar created a new religion that people of all religions could accept and that religion was called Din-e-Ilahi.)


৩. মোগল সম্ৰাট ঔৰংজেৱৰ শাসনৰ মূল ভেটি কি আছিল?

(What was the basic foundation of Mughal Emperor Aurangzeb's sasan?)

উত্তৰঃ মোগল সম্ৰাট ঔৰংজেৱৰ শাসনৰ মূল ভেটি আছিল কোৰাণ।

(The Quran was the main foundation of mughal emperor Aurangzeb's rule.)


৪. পূৰ্বপুৰুষৰ নীতি সংশোধন কৰি ইছলামক ৰাজধৰ্ম বুলি কোনে ঘোষণা কৰিছিল?

(Who amended the principles of the foreword and declared Islamic as rajadharma?)

উত্তৰঃ মোগল সম্ৰাট ঔৰংজেৱে পূৰ্বপুৰুষৰ নীতি সংশোধন কৰি ইছলামক ৰাজধৰ্ম বুলি ঘোষণা কৰিছিল।

(Mughal Emperor Aurangze amended the foreword policy and declared Islamic as a rajdharma.)


৫. ছাহজাহানে কি নীতি  অনুসৰণ কৰিছিল?

(What principledid Shah Jahan follow?)

উত্তৰঃ ছাহজাহানে গোড়া বা ধৰ্মান্ধ নীতি অনুসৰণ কৰিছিল।

(Shahjahan followed the basic or fanatic principles.)


৬. কোনজন ৰজা মধ্যযুগীয় ভাৰতৰ প্ৰথমজন ৰজা যিজনে সাৰ্বভৌম ইছলামিক আদৰ্শৰ ভেটি আঁতৰাই পেলাইছিল?

(Which king was the first king of medieval India to remove the base of the heavenly Islamic ideals?)

উত্তৰঃ আকবৰ মধ্যযুগীয় ভাৰতৰ প্ৰথমজন ৰজা যিজনে সাৰ্বভৌম ইছলামিক আদৰ্শৰ ভেটি আঁতৰাই পেলাইছিল।

(Akbar was the first king of medieval India to remove the base of the heavenly Islamic ideals.)


৭. কোনে ৰাজতন্ত্ৰৰ সূত্ৰৰ অৰ্থ পৰিবৰ্তন কৰিছিল?

(Who changed the meaning of the formula of the rajtan?)

উত্তৰঃ আকবৰে ৰাজতন্ত্ৰৰ সূত্ৰৰ অৰ্থ পৰিবৰ্তন কৰিছিল।

(Akbar changed the meaning of the formula of the rajnatra.)


৮. ১৫৮০ খৃঃত ভাৰতীয় মুছলমান ডাঙৰীয়াৰ সংখ্যা কিমান জন হৈছিল?

(What was the number of Indian Muslim elders in 1580 AD?)

উত্তৰঃ ১৫৮০ খৃঃত ভাৰতীয় মুচলমান ডাঙৰীয়াৰ সংখ্যা ৪৪ জন হৈছিল।

(The number of Indian Muslim elders in 1580 AD was 44.)


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)