জন ৰজাৰ্ছ চেয়াৰলে (জন্ম জুলাই ৩১, ১৯৩২) ভাষাদৰ্শন, মনদৰ্শন আৰু সামাজিক দৰ্শনত অৱদানৰ বাবে বহুলভাৱে উল্লেখিত এজন আমেৰিকান দাৰ্শনিক। তেওঁ 1959 চনত ইউচি বাৰ্কলেত অধ্যাপনা আৰম্ভ কৰিছিল, আৰু 2019 চনলৈকে উইলিছ এছ আৰু মেৰিয়ন স্লুচাৰ প্ৰফেচাৰ এমিৰিটাছ অফ দা ফিলছফী অফ মাইণ্ড এণ্ড লেংগুৱেজ আৰু গ্ৰেজুৱেট স্কুলৰ অধ্যাপক আছিল।

Born: July 31 1932 (Denver, Colorado, US)

Read More...