Lesson=1.1
1. 5 আৰু (-13) ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে?
Ans: 17 টা অখণ্ড সংখ্যা আছে।
2. 13 আৰু (-13) ৰ মাজৰ আটাতকৈ ডাঙৰ আৰু আটাতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা।
Ans: আটাতকৈ ডাঙৰ অখণ্ড সংখ্যা 12
আটাতকৈ সৰ অখণ্ড সংখ্যা (-12)
3..তলৰ দিয়া অখণ্ড সংখ্যাৰেখাত বহুওৱা -6, 4, -10. 5, -1
Ans:
4.-15 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা।
Ans= -14,-13,-12,-11,-10
5. সত্য নে অসত্য কোৱা-
(i) ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্য়া বুলি কোৱা হয়।
Ans = সত্য।
(ii) আটাইবোৰ অখণ্ড সংখ্য়াই পূৰ্ণ সংখ্য়া।
Ans = অসত্য
(iii) সংখ্য়াৰেখাডাল '0' (শূন্য) ৰ দুয়োডাল অসীমলৈ বিস্তাৰিত।
Ans =সত্য।
(iv) '0' আৰু ঋণাত্মক অখণ্ড সংখ্য়াবোৰেৰে পূৰ্ণ সংখ্য়াৰ থপটো গঠিত।
Ans =অসত্য।
(v) যদি a + b = 0, তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত।
Ans= সত্য।
6.এযোৰ অখণ্ড সংখ্যা লিখা যাৰ-
i)যোগ ফল-3
⇒(-1)+(-2)=-3
Ans=(-1)+(-2)
ii) বিযোগফল -5
⇒5-10=-5
Ans= 5-10
ii) যোগফল ০
⇒(-1)+1=0
Ans= (-1)+1
iv) বিযোগফল 2
⇒4 – 2=-2
Ans= 4-2
7.এয়োৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিযোফল 6
⇒(-6)-(-12)=6
Ans=(-6)-(-12)
8.অখণ্ড সংখ্যা a আৰ b নিণয় কৰা যাতে-
I) a + b ধনাত্মক
Ans= 2+3
ii) a ≠ b
Ans= 6≠7
iii) a-b=0
Ans= 6-6=0
I) (-15) +(-4) = (-4)+ㅁ
Ans= (-15)+(-4)=(-4) +-15
ii)ㅁ{(-7)+8}={5+(-7)}+8
⇒{-7+8}={5+(-7)}+8
⇒1 =(-2)+ 8
=5
= (-23)+0=-23-(-23)+0
Ans = 0
= (-27) + 19
= -8
Ans = -8
v) x+12=0হ'লে x=ㅁ
= X + 12 = 0
= x =0-12
X = -12
Ans = x = -12
10.এজন মানুহে A স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল। কিন্ত আন এজন মানুহে A স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ’ল । তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হব?
Ans: A স্থানৰ পৰা পূবে গ'ল = 14 কি.মি
A ‘’ ‘’ ‘’ ‘’ = 6 কি.মি
∴ সিহতৰ মাজৰ দূৰত্বৰ অন্তৰ হ'ব = 14+6
= 20
11) এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে।প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী?
Ans= মানুহজনৰ হাতত জমা আছে = 35 টকা
আকৌ,আনজনৰ মানুহৰ ধাৰ ‘’ = 40টকা
12.কোনো এটা মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 25°C। কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8°C বাঢ়িল আৰু ৰাতি 10 বজাত 3°C কমি তাপমাত্ৰা কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5°C বাঢ়িলে। এই সময়ত তাপমাত্ৰা কিমান হ'ল?
Ans= মঙ্গলবাৰে পুৱা 5 বজাত তাপমাত্ৰা আছিল = 25°C
13. অনুৰাধাই বেংকত 3,200 টকা জমা থলে আৰু পিছদিনা তাৰে 2,540 টকা উলিওয়াই আনিলে। টকাখিনি উলিৱাই অনাৰ পাছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব?
Ans = অনুৰাধাই বেংকত জমা থলে =3,200
পিছদিনা উলিয়াই আলিলে = 2,540
∴ অনুৰাধাৰ বেংকত জমা থাকিব = 3200-2540
= 660 টকা
14.দুটা সংখ্যাৰ যোগফল -5। যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হব?
∴ আনটো সংখ্য়া হ'ব = -23
Ans = ধৰো,
16. দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হলে আনটো কিমান হ'ব?
তাৰে এটা সংখ্যা = (-20)
আনটো সংখ্যা হ'ব = x (ধৰো)
⇒(-20) + x = (-48)
x = (-48) +20
x = -28
17) সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিণয় কৰাঃ
i) (+5) – (+3)
= 5-3
=2
18.তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা
I) (-6) +(-23) +(-2) =(-2)+(-6)+23
Ans= অশুদ্ধ।
(iv) 0 আৰু -670ৰ ভিতৰত -670 সংখ্য়াটো ডাঙৰ।
Ans= অশুদ্ধ।
(v) বিয়োগত ক্ৰ বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয়।
Ans= শুদ্ধ।