(Chapter: 1)

উৎস আৰু লিখনী বিদ্যা

(Sources and Historiography)


চমু প্ৰশ্নঃ 

(Short Question:)

১. মোগলসকলৰ চৰকাৰী ভাষা কি আছিল?

(What was the official language of the Mughals?)

উত্তৰঃ মোগলসকলৰ চৰকাৰী ভাষা পাৰ্চী আছিল।

(The official language of the Mughals was Persian.)


২. বাবৰৰ ভতিজা চুলেমান চাহে পাৰ্চী আৰু তুৰ্কী ভাষাত কি ৰচনা কৰিছিল?

(What was written by Babur's nephew Suleman Sahe in Persian and Turkish?)

উত্তৰঃ বাবৰৰ ভতিজা চুলেমান চাহে পাৰ্চী আৰু তুৰ্কী ভাষাত শ্লোক ৰচনা কৰিছিল।

(Babur's nephew Suleman Sahe composed verses in Persian and Turkish.)


৩. গুলবদন বেগম কোন আছিল আৰু তেওঁ আকবৰৰ বিশেষ অনুৰোধত কি ৰচনা কৰিছিল?

(Who was Gulbadan Begum and what did he compose at Akbar's special request?)

উত্তৰঃ গুলবদন বেগম বাবৰৰ কন্যা, এগৰাকী মহান পণ্ডিত আৰু তেওঁ আকবৰৰ বিশেষ অনুৰোধত হুমায়ুন নামা ৰচনা কৰিছিল।

(Gulbadan Begum babar's daughter, a great scholar and he wrote Humayun Nama at Akbar's special request.)


৪. বাবৰৰ ভতিজা মিৰ্জা মহম্মদ হাইদৰে পাৰ্চী ভাষাত কি ৰচনা কৰিছিল?

(What was written by Babar's nephew Mirza Mohammad Haidar in Persian?)

উত্তৰঃ বাবৰৰ ভতিজা মিৰ্জা মহম্মদ হাইদৰে পাৰ্চী ভাষাত তাৰিখ-ই-ৰচিদি ৰচনা কৰিছিল।

(Babar's nephew Mirza Mohammad Haidar wrote Taaridi-e-Rashidi in Persian.)


৫. তাৰিখ-ই-খান জাহানী গ্ৰন্থখন কেতিয়া কি ভাষাত আৰু কোনে  ৰচনা কৰিছিল?

(When was the book Taarak-e-Khan Jahani written in what language and who wrote it?)

উত্তৰঃ তাৰিখ-ই-খান জাহানী গ্ৰন্থখন ১৬১৩ চনত পাৰ্চী ভাষাত খাৱজা নিয়ামুতুল্লাহ হাৰাৱীয়ে ৰচনা কৰিছিল।

(The book Taarikh-e-Khan Jahani was written by Khavja Niamutullah Haravi in Persian in 1613.)


৬. আকবৰৰ ৰাজসসভাৰ মহান পণ্ডিত সকলৰ নাম লিখা?

(Writing the names of the great scholars of the Court of Akbar?)

উত্তৰঃ আকবৰৰ ৰাজসভাৰ মহান পণ্ডিত সকলৰ নাম আছিল আবুল ফজল ফৈজি, আবদুল কাদিৰ বাদাউনি, মুল্লা ছাহ মহম্মদ, মুল্লা চিৰি, চুলতান হাজী আৰু হাজী ইব্ৰাহিম চিৰহিন্দী।

(The great scholars of akbar's court were Abul Fazal Faizi, Abdul Qadir Badauni, Mulla Shah Mohammad, Mulla Siri, Sultan Haji and Haji Ibrahim Sirhindi.)


৭. গণিতৰ শ্ৰেষ্ঠ গ্ৰন্থ লীলাৱতী কোনে অনুবাদ কৰিছিল?

(Who translated the best book in mathematics, Lilavati?)

উত্তৰঃ গণিতৰ শ্ৰেষ্ঠ গ্ৰন্থ লীলাৱতী ফৈজিয়ে অনুবাদ কৰিছিল।

(Faizi translated the best book in mathematics, Lilavati.)


৮. ৰামায়ণত কেইটা শ্লোক আৰু প্ৰতিটো শ্লোকত কেইটা আখৰ আছিল?

উত্তৰঃ ৰামায়ণত ২৫,০০০ শ্লোক আৰু প্ৰতিটো  শ্লোকত ৬৫টা আখৰ আছিল।


৯. পাৰ্চী ভাষালৈ অনুবাদ কৰা মহাভাৰত খনৰ নাম কি ৰখা হৈছিল?

(What was the name of the Mahabharata translated into Persian?)

উত্তৰঃ পাৰ্চী ভাষালৈ অনুবাদ কৰা মহাভাৰত খনৰ নাম 'ৰেজমনামা' ৰখা হৈছিল।

(The Mahabharata translated into Persian was named 'Rejmnama'.)


১০. ১৫৭৪ চনত আকবৰে কি নিৰ্মাণ কৰিছিল?

(What was akbar built in 1574?)

উত্তৰঃ ১৫৭৪ চনত আকবৰে এটা অনুবাদ গৃহ বা মকটাব খানা নিৰ্মাম কৰিছিল।

(Akbar built a translation hall or maktab khana in 1574.)


১১. মোগল সম্ৰাট হুমায়ুনৰ জীৱনৰ ওপৰত কেইখন জীৱনী লিখা হৈছিল আৰু সেইকেইখন নাম লিখা?

(A few biographies were written on the life of Mughal Emperor Humayun and their names were written?)

উত্তৰঃ মোগল সম্ৰাট হুমায়ুনৰ জীৱনৰ ওপৰত তিনিখন জীৱনী লিকা হৈছিল আৰু সেইবোৰ হ'ল- গুলবদন বেগমৰ হুমায়ুন নামাহ, জৱহৰ আফটাবাচীৰ তধকিৰাতুল ৱাকিয়াত আৰু বায়াজিদ, বায়াতৰ তাৰিখ-ই-হুমায়ুন।

(Three biographies were written on the life of Mughal Emperor Humayun and they are Humayun Namah of Gulbadan Begum, Tadhkiratul Wakia at Jawahar Aftabasi and Bayazid, Byat-e-Humayun.)


১২. বাবৰৰ কন্যা গুলবদন বেগমে ৰচনা কৰা হুমায়ুন নামা কিমান চনৰ পৰা কিমান চনৰ ভিতৰত সম্পূৰ্ণ কৰিছিল?

(How long and how long did Humayun Nama, composed by Babar's daughter Gulbadan Begum, complete?)

উত্তৰঃ বাবৰৰ কন্যা গুলবদন বেগমে ৰচনা কৰা হুমায়ুন নামা ১৫৮০ ৰ পৰা ১৫৯০ চনৰ ভিতৰত সম্পূৰ্ণ কৰিছিল।

(Humayun Nama, written by Babar's daughter Gulbadan Begum, was completed between 1580 and 1590.)


১৩. হুমায়ুনৰ শাসনকালত ক'ত মুদ্ৰা প্ৰস্তুত কৰা হৈছিল?

(Where was the currency made during Humayun's rule?)

উত্তৰঃ হুমায়ুনৰ শাসনকালত লাহোৰত মুদ্ৰা প্ৰস্তুত কৰা হৈছিল।

(Coins were made in Lahore during Humayun's rule.)


১৪. কিমান চনত জাহাঙ্গীৰ সিংহাসনত বহিছিল আৰু তেওঁ কেইবছৰ কাল ৰাজত্ব কৰিছিল?

(In how many years did Jahangir sit on the throne and he ruled for a few years?)

উত্তৰঃ ১৬০৫ চনত জাহাঙ্গীৰ সিংহাসনত বহিছিল আৰু তেওঁ ২২ বছৰ কাল ৰাজত্ব কৰিছিল।

(Jahangir sat on the throne in 1605 and ruled for 22 years.)


১৫. জাহাঙ্গীৰৰ কিমান বছৰ বয়সত কিমান চনৰ  কিমান তাৰিখে তেওঁৰ মৃত্যু হৈছিল?

(How old did Jahangir die at how old?)

উত্তৰঃ জাহাঙ্গীৰৰ ৫৮ বছৰ বয়সত ১৬২৭ চনৰ ২৮ অক্টোবৰ তাৰিখে তেওঁৰ মৃত্যু হৈছিল।

(Jahangir died on October 28, 1627 at the age of 58.)


১৬. ছাহজাহানৰ ৩০ বছৰীয়া শিল্প সংস্কৃতিৰ সময়ছোৱাক কি যুগ বুলি কোৱা হয়।

(The 30-year art culture of Shah Jahan is called the era.)

উত্তৰঃ ছাহজাহানৰ ৩০ বছৰীয়া শিল্প সংস্কৃতিৰ সময়ছোৱাক সোণালী যুগ বুলি কোৱা হয়।

(The 30-year art culture of ShahJahan is called the Golden Age.)


১৭. তাজমহল নিৰ্মাণ কৰোতে কিমান টকা ব্যয় কৰিছিল?

(How much money did you spend on building taj mahal?)

উত্তৰঃ তাজমহল নিৰ্মাণ কৰোতে ৫০ লাখ টকা ব্যয় কৰিছিল।

(He spent Rs 50 lakh on building the Taj Mahal.)


১৮. কাৰ কাৰ নেতৃত্বত কিমান শিল্পীয়ে তাজমহল নিৰ্মাণৰ কাম কৰিছিল?

(Under whose leadership did how many artists work to build the Taj Mahal?)

উত্তৰঃ ইচা আৰু তেওঁৰ পুত্ৰৰ নেতৃত্বত ২০,০০০ শিল্পীয়ে তাজমহল নিৰ্মাণৰ কাম কৰিছিল।

(20,000 artists led by Issa and her son worked to build the Taj Mahal.)


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Author by
Sourab Bora (Morigaon)