অধ্যায়ঃ ৩

(Chapter: 3)

আকবৰৰ অধীনত মোগল শাসনৰ সূদৃঢ়কৰণ

(Consolidation of mughal rule under Akbar)


চমু প্ৰশ্নঃ

(Short Question:)


১. কোনে ১ বছৰীয়া আকবৰক আবদ্ধ কৰি ৰাখিছিল?

(Who locked up 1 year old Akbar?)

উত্তৰঃ হুমায়ুনৰ ভাতৃ আস্কাৰীয়ে ১ বছৰীয়া আকবৰক আবদ্ধ কৰি ৰাখিছিল।

(Humayun's brother Askari had locked up 1 year old Akbar.)


২. কিমান বছৰ বয়ষত আকবৰক গজনীৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল?

(How many years was Akbar appointed governor of Ghazni?)

উত্তৰঃ ৯ বছৰ বয়ষত আকবৰক গজনীৰ গৰ্ভণৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

(Akbar was appointed as the pregnant woman of Ghazni at the age of 9.)


৩. আকবৰে কেইবছৰ ধৰি গজনীৰ গৰ্ভণৰ পদত আছিল? 

(Akbar held the post of Ghazni's pregnancy for a few years?)

উত্তৰঃ আকবৰে তিনিবছৰ ধৰি গজনীৰ গৰ্বণৰ পদত আছিল।

(Akbar held the post of governor of Ghazni for three years.)


৪. কিমান খৃঃৰ কিমান তাৰিখে চিৰহিন্দৰ যুদ্ধত চিকন্দৰ শূৰক পৰাজয় কৰাৰ পিছত হুমায়ুনে আকবৰক সিংহাসনৰ উত্তৰাধিকাৰী বুলি ঘোষণা কৰিছিল?

(How many days did Humayun declare Akbar the heir to the throne after defeating Sikandar Shur in the Battle of Sirhind?)

উত্তৰঃ ১৫৫৫ খৃঃৰ ২২ জানুৱাৰীত চিৰহিন্দৰ যুদ্ধত চিকন্দৰ শূৰক পৰাজয় কৰাৰ পিছত হুমায়ুনে আকবৰক সিংহাসনৰ উত্তৰাধিকাৰী বুলি ঘোষণা কৰিছিল।

(Humayun declared Akbar the heir to the throne after defeating Sikandar Shur in the Battle of Sirhind on January 22, 1555.)


৫. আকবৰৰ পিতৃৰ মৃত্যুৰ বাতৰি পাই বৈৰাম খাই কিমান খৃঃৰ কিমান তাৰিখে আকবৰক সম্ৰাট বুলি ঘোষণা কৰিছিল?

(How many days did He declare Akbar emperor after eating bairam on the news of akbar's father's death?)

উত্তৰঃ আকবৰৰ পিতৃৰ মৃত্য়ুৰ বাতৰি পাই বৈৰাম খাই ১৫৫৬ খৃঃৰ ১৪ ফেব্ৰুৱাৰীত আকবৰক সম্ৰাট বুলি ঘোষণা কৰিছিল।

(On receiving the news of Akbar's father's death, He declared Akbar emperor on February 14, 1556.)


৬. বৈৰম খাই কি উপাধি ধাৰণ কৰিছিল?

(What title did Bairamkha hold?)

উত্তৰঃ বৈৰাম খাই খান-ই-খানন উপাধি ধাৰণ কৰিছিল।

(Bairam Khai assumed the title of Khan-e-Khanan.)


৭. বৈৰাম খাঁ ক'ৰ বাসিন্দা আছিল?

(Where was Vairam Khan a resident?)

উত্তৰঃ বৈৰাম খাঁ বদখসানৰ বাসিন্দা আছিল।

(Vairam Khan was a resident of Badakhsan.)


৮. কিমান খৃঃত বৈৰাম খাঁক আকবৰে ক্ষমতাৰ পৰা অপসাৰণ কৰিছিল?

(How many abominable Bairam Khan akbar removed from power?)

উত্তৰঃ ১৫৬০ খৃঃত বৈৰাম খাঁক আকবৰে ক্ষমতাৰ পৰা অপসাৰণ কৰিছিল।

(Bairam Khan was removed from power by Akbar in 1560 AD.)


৯. কিমান খৃঃৰ পৰা কিমান খৃঃলৈ ৰাজ্যবাসীয়ে নিকৃষ্ট প্ৰকৃতিৰ 'পেটিকোট চৰকাৰ' প্ৰত্যক্ষ কৰিছিল?

(How many AD to how many Christians did the people of the state witness the 'Petikot government' of a bad nature?)

উত্তৰঃ ১৫৬১ খৃঃৰ পৰা ১৫৬৪ খৃঃলৈ চাৰিবছৰ কাল ৰাজ্যবাসীয়ে নিকৃষ্ট প্ৰকৃতিৰ 'পেটিকোট চৰকাৰ' প্ৰত্যক্ষ কৰিছিল।

(For four years from 1561 AD to 1564, the people of the state witnessed a 'petikot government' of a bad nature.)


১০. কাৰমতে ১৫৬১ খৃঃত আকবৰে কিছুমান মনোযোগী পদক্ষেপ গ্ৰহণ কৰি প্ৰভুত্ব বিস্তাৰ কৰিছিল?

(According to which Akbar dominated by taking some attentive steps in 1561?)

উত্তৰঃ আবুল ফজলৰ মতে ১৫৬১ খৃঃত আকবৰে কিছুমান মনোযোগী পদক্ষেপ গ্ৰহণ কৰি প্ৰভুত্ব বিস্তাৰ কৰিছিল।

(According to Abul Fazal Akbar dominated by taking some attentive steps in 1561.)


১১. খাৱজা মহম্মদক কি অপৰাধত আকবৰে মৃত্যুদণ্ড বিহিছিল?

(Was Khavja Mohammed sentenced to death by Akbar for the crime?)

উত্তৰঃ খাৱজা মহম্মদক তেওঁ নিজৰ পত্নিক বধ কৰাৰ অপৰাধত আকবৰে মৃত্যুদণ্ড বিহিছিল।

(Akbar sentenced Khawasa Mohammad to death for killing his nephew.)


১২. খাৱজা মহম্মদক কিমান খৃঃত আকবৰে মৃত্যু দণ্ড বিহিছিল?

(How many a dispersion of Death was given to Khawja Mohammad?)

উত্তৰঃ খাৱজা মহম্মদক ১৫৬৪ খৃঃত আকবৰে মৃত্যু দণ্ড বিহিছিল।

(Khawja Mohammad was sentenced to death by Akbar in 1564.)


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Author By
Sourab Bora (Morigaion)