অনুশীলনী-7.3
1/ ত্ৰিভূজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষ হ’ল-
(i) (2, 3), (-1, 0), (2, -4) (ii) (-5,-1), (3, -5), (5, 2)
সমাধান:- ধৰা হ’ল, ABC ত্ৰিভূজৰ
A ((2, 3) = A (x1, y1)
B ( -1, 0) = B (x2, y2)
আৰু C (2, -4) = C (x3, y3)
2/ তলৰ প্ৰতিটো ক্ষেত্ৰত K ৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয়।
(i) (7, -2), (5, 1), (3, K) (ii) (8, 1), (K, -4), (2, -5)
সমাধান:- (i) প্ৰদত্ত বিন্দুকেইটা
A (7, 2) = A (x1, y1), B (5,1) = B (x2 , y2), আৰু C (3, K) =
C (x3, y3)
ABC কালি = O
3/ (0, -1), (2, 1) আৰু (0, 3) শীৰ্ষ বিন্দুকেইটাৰ গঠিত ত্ৰিভূজটোৰ বাহুবিলাক মধ্য়বিন্দুকেইটা সংযোগকৰি গঠন কৰা ত্ৰিভূজটো কালি নিৰ্ণয় কৰা। এই ত্ৰিভূজ কালি আৰু প্ৰদত্ত ত্ৰিভূজটোৰ কালি অনুপাত নিৰ্ণয় কৰা?
সমাধান:-ধৰা হ’ল,- ABC ত্ৰিভূজ শীষ বিন্দুকেইটা A (0, -1), B (2, 1)
আকৌ,
P (x1, y) আৰু Q (x2, y2)
X1 = 1 x2 = 1 x3 = 0
Y1 = 0 y2 = 1 y3 = 1
4/ সেই চতুভূৰ্জটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষ বিন্দু বিলাকত্ৰম অনুসৰি (-4,-2),(-3,-5),(3,-2) আৰু (2, 3)।
সমাধান:- ধৰা হ‘ল, ABCD চতুভূজ শীষ বিন্দু A (-4,-2), B (-5,-5), C (3, -2) আৰু D (2, 3) ।
X1 = -4 x2 = -3 x3 = 3
Y1 = -2 y2 =-5 y3 =-2
5/ তোমালোকে নৱম শ্ৰেণী পঢ়ি আহিছাযে ত্ৰিভূজৰ মধ্য়মা এডালে ত্ৰিভূজটোক দুটা ত্ৰিভূজত ভাগ কৰে যাৰ কালি সমান। ∆ ABC ৰ ক্ষেত্ৰত ইয়াৰ মত্য়াপন কৰা যদি ইয়াৰ শীষ বিন্দু কেইটা A (4, -6) B (3, -2), আৰু C (5, 2) ।
সমাধান:- দিয়া আছে- ∆ ABC শীষ কেইটা A (4, -6),
B (3, -2) আৰু C (5, 2)
Type- Rajashree Bora