প্ৰথম অধ্যায়

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱঃ চমু পৰিচয়


প্ৰশ্নাৱলী

অতি চমু প্ৰশ্নঃ

১। শংকৰদেৱৰ প্ৰথম অংকীয়া নাটকৰ নাম কি?

উত্তৰঃ

২।‘অংকীয়া’ নাটৰ ব্যুৎপত্তি কি?

উত্তৰঃ

৩। শংকৰদেৱৰ নাটৰ সংখ্যা কিমান? 

উত্তৰঃ

৪। শংকৰদেৱৰ শেষ নাটকখনৰ নাম কি?

উত্তৰঃ

৫। ৰুক্মিণীৰ প্ৰেম পত্ৰ কোনখন নাটকৰ অন্তৰ্গত?

উত্তৰঃ

৬। ৰুক্মবীৰ কোন?

উত্তৰঃ

৭। বেদনিধি কোন?

উত্তৰঃ

৮। মদন মঞ্জৰী কোন?

উত্তৰঃ

৯।ৰুক্মিণীৰ ককায়েকৰ নাম কি?

উত্তৰঃ

১০। সুৰভি কোন?

উত্তৰঃ

১১। ৰুক্মিণী হৰণ নাটত কোন নগৰৰ উল্লেখ পোৱা যায়।

উত্তৰঃ

১২। মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ

১৩। শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল।

উত্তৰঃ

১৪। শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল ? 

উত্তৰঃ

১৫। শংকৰদেৱে ভকতৰ চাৰি খুঁটি মাৰি কি ৰচনা কৰিছিল।

উত্তৰঃ

১৬। শংকৰদেৱে সুৰ্যৱতীক কেতিয়া বিয়া কৰাইছিল।

উত্তৰঃ

১৭। শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি?

উত্তৰঃ

১৮। শংকৰদেৱৰ এখন কাব্য পুথিৰ নাম লিখা।

উত্তৰঃ

১৯। শংকৰদেৱৰ অংকীয়া নাটক কেইখন?

উত্তৰঃ

২০। শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্ৰ কি?

উত্তৰঃ

২১। শংকৰদেৱৰ ওজাপালিত কেইজন লোক থাকে?

উত্তৰঃ

২২। ভটিমা কেইবিধ?

উত্তৰঃ

২৩। শংকৰদেৱৰ ‘ৰুক্মিণীৰ প্রেমপত্র’ ক'ৰ পৰা লোৱা হৈছে?

উত্তৰঃ

২৪। শিশুপাল কোন?

উত্তৰঃ

২৫। মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ

২৬। মাধৱদেৱৰ বৰগীতত সংখ্যা কিমান?

উত্তৰঃ

২৭। মাধৱদেৱৰ নাটৰ সংখ্যা কিমান?

উত্তৰঃ

২৮। মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটকৰ অংকীয়া নাট বুলি ক'ব পাৰিনে?

উত্তৰঃ

২৯। ‘নন্দ-যশোদাৰ কলহ’ কোন নাটৰ অন্তৰ্গত?

উত্তৰঃ

৩০। মাধৱদেৱৰ নাটৰ সংখ্যা কিমান?

উত্তৰঃ

৩১। ঝুমুৰা নাটৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

৩২। মন্ত্র সাহিত্য কোন সময়ৰ?

উত্তৰঃ

৩৩। মন্ত্ৰ সাহিত্যৰ উদ্ভৱ স্থান ক’ত বুলি ভবা হয়? নেপালৰ ধৰণী মন্ত্ৰবোৰক কি বুলি কোৱা হয়।

উত্তৰঃ

৩৪। মহাময়ূৰীৰ অৰ্থ কি?

উত্তৰঃ

৩৫। মহাময়ূৰীৰ অৰ্থ কি?

 উত্তৰঃ

৩৬। মহাপ্ৰতি সৰা মানে কি বুজায়।

 উত্তৰঃ

৩৭। বায়ুকৰ্তী মানে কি?

উত্তৰঃ

৩৮। ব্ৰহ্মকৰ্তী মানে কি?

উত্তৰঃ

৩৯। ব্ৰহ্মকৰ্তী মন্ত্ৰক কি বুলি কোৱা হৈছে।

উত্তৰঃ

৪০। অসমীয়া মন্ত্ৰ সাহিত্যত কি কথাৰ উল্লেখ পোৱা যায়।

উত্তৰঃ


চমু প্রশ্ন ঃ

১। শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি আৰু ক’ত ৰচনা কৰা হৈছিল ?

উত্তৰঃ

২। শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি? আৰু তেওঁৰ বৰগীতত সংখ্যা কিমান?

উত্তৰঃ

৩। ৰুক্মিণী হৰণ নাটত কোনে কাক প্রেমপত্র দিছিল?

উত্তৰঃ

৪। ৰুক্মিণী হৰণ নাটত কি কি ৰসৰ উল্লেখ পোৱা যায়। 

উত্তৰঃ

৫। ৰুক্মিণী হৰণ নাট ৰুক্মিণীৰ প্ৰেমপত্ৰ বৰ্ণনা কৰা ভাষাৰ শৈলী

উত্তৰঃ

৬। ৰুক্মিণী নাটৰ দুটা নাৰী চৰিত্ৰ উল্লেখ কৰা।

উত্তৰঃ

৭। মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা।

উত্তৰঃ

৮। মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটত থকা তিনিটা স্তৰ কি কি?

উত্তৰঃ

৯। অর্জুন ভঞ্জন নাটৰ মূল কি?

উত্তৰঃ

১০। অৰ্জন ভঞ্জন নাটত কাৰ কাৰ মাজত কাজিয়া হৈছিল?

উত্তৰঃ

১১। নলকুৱেৰ আৰু মণিগ্ৰীৱ কোন?

উত্তৰঃ

১২। হেমচন্দ্ৰ গোস্বামীয়ে মন্ত্ৰৰ ভাগ কিদৰে কৰিছে।

উত্তৰঃ

১৩। মন্ত্ৰ সাহিত্যৰ উদ্দেশ্য কি?

উত্তৰঃ

১৪। বায়ুকৰৰ্তী মন্ত্ৰত কি কি কথা পোৱা যায়?

উত্তৰঃ

১৫৷ বায়ুকৰতী কোন সময়ৰ ৰচনা আৰু ই কেনে পৰ্যায়ত ব্যৱহাৰ হয়?

উত্তৰঃ


ৰচনাধৰ্মী প্রশ্নঃ-

১। অংকীয়া নাটৰ উৎপত্তিৰ বিষয়ে লিখা।

উত্তৰঃ

২। অংকীয়া নাটৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা৷

উত্তৰঃ

৩। ৰুক্মিণী হৰণ নাটৰ ৰুক্মিণীৰ প্ৰেমপত্ৰ কাহিনী বর্ণনা কৰা।

উত্তৰঃ

৪। ৰুক্মিণী হৰণ নাটৰ ৰুক্মিণীৰ প্রেমপত্ৰৰ মাজেৰে কি কি ৰস প্ৰকাশ পাইছ বর্ণনা কৰা ।

উত্তৰঃ

৫। অর্জুন ভঞ্জন নাটত নন্দ-যশোদাৰ কলহৰ কাহিনীভাগ বর্ণনা কৰা৷

উত্তৰঃ

৬। অর্জুন ভঞ্জন নাটৰ স্তৰ কেইটা আৰু কি কি? কোন স্তৰত নন্দ-যশোদা কলহটো পোৱা যায়। সেই স্তৰটোৰ বৰ্ণনা কৰা।

উত্তৰঃ

৭।  মন্ত্ৰ সাহিত্যৰ বিষয়ে বর্ণনা কৰা।

 উত্তৰঃ

৮। মন্ত্ৰ সাহিত্য ক’ত কিদৰে উদ্ভৱ হৈছিল লিখা।

উত্তৰঃ

৯। বায়ু কৰতী মন্ত্ৰ সাহিত্যৰ বিষয়ে লিখা।

উত্তৰঃ

৯। বাযু কৰতী মন্ত্ৰ সাহিত্যৰ বিযয়ে লিখা। 

উত্তৰঃ

১০। মন্ত্ৰ সাহিত্যৰ গদ্য তথা ভাষাশৈলীৰ বিষয়ে লিখা। কি?

উত্তৰঃ




Question Type Jit Bora (18.05.2022)

Post Re-Design by CEO (18.05.2022) 

Post Id DABP001469