তৃতীয় অধ্যায়
প্রশ্নাৱলী
পুজিবাদী উদ্যােগীকৰণ
অতি চমু প্রশ্ন (Very short questions ) :
ঊত্তৰঃ
২। পুঁজিবাদৰ বিকাশে দ্যোগীকৰণত সহায় কৰাৰ সএটা কাৰণ লিখা।
(Write one causes how capitalism help to develop industrialization?)
৩। ইউৰোপীয় পুঁজিপতিসকলে মূলধন বিনিয়োগ কৰা এখন ক্ষেত্ৰ উল্লেখ কৰা।
(Mention one field where the European capitalist invest money?)
ঊত্তৰঃ
৪। এটা কৃষিভিত্তিক উদ্যোগৰ নাম লিখা।
৫। ইংলেণ্ডৰ তুলনাত ফ্ৰান্সৰ উদ্যোগীকৰণ প্ৰক্ৰিয়া মন্থৰ হোৱাৰ এটা কাৰণ উল্লেখ কৰা।
৬। জার্মানীৰ এটা প্রধান উদ্যোগৰ নাম লিখা।
৭। ৰাছিয়াত কোনজন জাৰৰ সময়ৰ পৰা উদ্যোগীকৰণ দ্রুত হৈছিল? (From the reign of Tsar of Russia, the rapid growth of industry started?)
চমু প্রশ্ন (Short question) :
২। ইংলেণ্ডৰ দুটা বস্তু উদ্যোগ স্থান উল্লেখ কৰা।
ঊত্তৰঃ
৩। অর্থনৈতিক উন্নয়নৰ বাবে কলবার্টে গ্ৰহণ কৰা দুটা নীতি উল্লেখ কৰা।
(Mention two principles adopted by Colbert for the economic development of France.)
৪। নেপোলিয়নৰ সৈন্যবাহিনীয়ে উদ্যোগীকৰণত কৰা দুটা পৰোক্ষ সহায় উল্লেখ কৰা। (Mention two indirect help by the solders of Nepoleon for industrial growth.)
৫। নেপোলিয়নৰ পতনৰ পাছত ফ্ৰান্সৰ উদ্যোগীকৰণৰ দুটা বৈশিষ্ট্য লিখা। (Mention two characteristics of industrialization in France after the fall of Nepoleon.)
চমুটোকা (Short notes) :
২। উদ্যোগীকৰণ (Industrialization)
ৰচনাধৰ্মী প্রশ্ন (Essay type questions) :
২। বৃটেইন আৰু ফ্ৰান্সত উদ্যোগ আৰু কৃষিত পুঁজিৰ বিকাশৰ ওপৰত এটি আলোচনা আগবঢ়োৱা ।
Type- Jit Bora
Morigaon Assam