ষষ্ঠম অধ্যায়
ঈশ্বৰ বিশ্বাস সম্পৰ্কীয় তত্ত্ব
প্রশ্নাৱলী
2. What is the literal meaning of polytheism? বহুদেৱবাদৰ আক্ষৰিক অর্থ কি?
3. What is monotehism? একেশ্বৰবাদ কাক বোলে?
4. Name one religion which believe in the polytheism? বহুদেৱবাদত বিশ্বাস কৰা এটা ধৰ্মৰ নাম লিখা।
5. What is ditheism? দ্বীশ্বৰবাদ কাক বোলে?
6. What is the literal meaning of ditheism? দ্বীশ্বৰবাদৰ আক্ষৰিক অর্থ কি?
7. Which religion believe in ditheism? দ্বীশ্বৰবাদত বিশ্বাস কৰা ধৰ্মটো কি?
8. What is the literal meaning of montheism? একেশ্বৰবাদৰ আক্ষৰিক অর্থ কি?
9. Name any two religion which believe in the monothiesm. একেশ্বৰবাদত বিশ্বাস কৰা যিকোনো দুটা ধৰ্মৰ নাম লিখা।
10. According to Polytheism God is one / two / many. বহুদেৱবাদ অনুসৰি ঈশ্বৰ এক / দুই / বহু ।
11. According to Ditheism God is one / two / many. দ্বীশ্বৰবাদ অনুসৰি ঈশ্বৰ এক / দুই / বহু।
উত্তৰ-
12. According to Monotheism God is one / two / many. একেশ্বৰবাদ অনুসৰি ঈশ্বৰ এক / দুই / বহু।
13. What do you meant by the term 'Polytheism'? ‘Polytheism' শব্দটোৰ অৰ্থ কি?
14. What do you meant by the term 'Monotheism'? ‘Monotheism' শব্দটোৰ অৰ্থ কি?
Broad Questions :
2. What do you meant by Ditheism? Do you support this theory? Explain. দ্বীশ্বৰবাদ বুলিলে কি বুজা? তুমি এই মতটো সমৰ্থন কৰানে? ব্যাখ্যা কৰা।
3. Explain Monotheism. একেশ্বৰবাদ মতবাদটো ব্যাখ্যা কৰা৷
4. Explian the different theories of whether God is one or many. ঈশ্বৰ এক নে বহু এই সম্পর্কত বিভিন্ন মতবাদ চমুকৈ আলোচনা কৰা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)