অধ্য়ায় 3

গ. সা. উ. আৰু ল.খা. গু. ( HCF and LCM

অনুশীলনী 3 (C)


1. তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ল.খা. গু. নিৰ্ণয় কৰা ।

(i) 60, 75

(ii) 48, 96

(iii) 30, 40, 120

(iv) 168, 126

(v) 140, 175

(vi) 16, 28, 40, 60

(vii) 144, 180, 384

(viii) 390, 312, 234

(ix) 1080, 648, 432

(x) 585, 624, 507


2. তলৰ সংখ্যাবোৰ চুটি হৰণৰ নিয়মেৰে ল. খা. গু. নিৰ্ণয় কৰা ।

(i) 36, 30

(ii) 420 আৰু 450

(iii) 336 আৰু 567

(iv) 189 আৰু 168

(v) 72, 96, 144

(vi) 88, 66, 132


3. 225 আৰু 180ৰ গ. সা. উ. 45 হ'লে ল. খা. গু. নিৰ্ণয় কৰা ।


4. 192 আৰু 216ৰ ল. খা. গু. 1728 হ'লে ইহঁতৰ গ. সা. উ. নিৰ্ণয় কৰা ।


5. দুটা সংখ্যাৰ ল. খা. গু. 1449 আৰু গ. সা. উ. 23 । যদি এটা সংখ্যা 161 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা ।


6. দুটা সংখ্যাৰ গ. সা. উ. আৰু ল. খা. গু. ক্ৰমে 131 আৰু 655 । সংখ্যা দুটাৰ পূৰণফল উলিওৱা ।


7. দুটা সংখ্যাৰ পূৰণফল 2160 আৰু সংখ্যা দুটাৰ গ. সা. উ. 12 হ'লে ইহঁতৰ ল. খা. গু. নিৰ্ণয় কৰা ।


8. দুটা সংখ্যাৰ পূৰণফল 2560 আৰু সংখ্যা দুটাৰ ল. খা. গু. 320 হ'লে ইহঁতৰ গ. সা. উ. নিৰ্ণয় কৰা ।


9. দুটা সংখ্যাৰ গ. সা. উ. আৰু ল. খা. গু.ৰ পূৰণফল 74958 । সংখ্যা দুটাৰ এটা 186 হ'লে আনটো নিৰ্ণয় কৰা ।


10. দুটা পৰস্পৰ মৌলিক সংখ্যাৰ ল. খা. গু. 143 । যদি সংখ্যা দুটাৰ এটা 13 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা ।



Question Type By- Himadree Bora