অধ্যায় 8
দশমিক ভগ্নাংশ ( Decimal Fraction )
অনুশীলনী 8 (B)
1. যোগ কৰা ।
2. পথালিকৈ যোগ কৰা ।
(i) 5.6 + 9.7 + 1.3
(ii) 12.1 + 23.65 + 43.18
(iii) 164.9 + 93.149 + 6.46
(iv) 25.5 + 2.55 + 0.255
(v) 0.63 + 0.791 + 0.485
3. তলৰ সংখ্যাবোৰৰ যোগফল উলিওৱা ।
(i) 69.75 আৰু 343.9
(ii) 279.5, 146.23 আৰু 50.64
(iii) 0.964, 0.222 আৰু 0.496
(iv) 17.9 , 462.55 আৰু 56.3
(v) 95.4, 69.49, 127.5 আৰু 35.7
4. বৰষাই এদিন 18 কিমি. 365 মি. বাছেৰে , 150 কিমি. 500 মি. ৰে'লগাড়ীৰে আৰু 2 কিমি. 70 মি. খোজ কাঢ়ি আহি তেওঁৰ ঘৰ পালে । তেওঁ সিদিনা কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল ?
5. এজন দোকানীয়ে 12.75 মি. চোলাৰ কাপোৰ, 22.60 মিটাৰ লংপেণ্টৰ কাপোৰ কিনি আনিলে । তেওঁ মুঠতে কিমান কাপোৰ কিনিলে ?
6. দুটা সংখ্যাৰ পাৰ্থক্য 120.07 । ইয়াৰ সৰু সংখ্যাটো 335.032 হ'লে, ডাঙৰ সংখ্যাটো কিমান ?
7. কমলে এদিন 15 কিগ্ৰা. 400 গ্ৰাম চাউল, 2 কিগ্ৰা. 600 গ্ৰাম দাইল, 3 কিগ্ৰা. 80 গ্ৰাম চেনি আৰু 2 কিগ্ৰা. 50 গ্ৰাম আটা কিনিলে । তেওঁ কিনা সামগ্ৰীখিনিৰ মুঠ ওজন কিমান ?
8. বিয়োগ কৰা ।
(i) 20.07 ৰ পৰা 8.978
(ii) 370.469 ৰ পৰা 270.9
(iii) 0.792 ৰ পৰা 0.698
(iv) 1.7 ৰ পৰা 0.265
(v) 30 ৰ পৰা 25.75
9. তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা ।
(i) 32.7 আৰু 26.096
(ii) 7.85 আৰু 11.1
(iii) 0.967 আৰু 1
(iv) 150.09 আৰু 95.255
(v) 6789.5 আৰু 5678.989
10. মান উলিওৱা ।
(i) 6.66 - 2.22
(ii) 8.54 - 6.01
(iii) 92.6 - 38.8
(iv) 11.111 - 1.1111
(v) 436.2 - 364.123
(vi) 300.6 - 197.715
11. বিয়োগফল উলিওৱা ।
Question Type By- Himadree Bora
Post ID: DABP001794
0 Comments