অধ্যায় 8

দশমিক ভগ্নাংশ ( Decimal Fraction )

অনুশীলনী 8 (B)

1. যোগ কৰা ।












2. পথালিকৈ যোগ কৰা ।

(i) 5.6 + 9.7 + 1.3

(ii) 12.1 + 23.65 + 43.18

(iii) 164.9 + 93.149 + 6.46

(iv) 25.5 + 2.55 + 0.255

(v) 0.63 + 0.791 + 0.485


3. তলৰ সংখ্যাবোৰৰ যোগফল উলিওৱা ।

(i) 69.75 আৰু 343.9

(ii) 279.5, 146.23 আৰু 50.64

(iii) 0.964, 0.222 আৰু 0.496

(iv) 17.9 , 462.55 আৰু 56.3

(v) 95.4, 69.49, 127.5 আৰু 35.7


4. বৰষাই এদিন 18 কিমি. 365 মি. বাছেৰে , 150 কিমি. 500 মি. ৰে'লগাড়ীৰে আৰু 2 কিমি. 70 মি. খোজ কাঢ়ি আহি তেওঁৰ ঘৰ পালে । তেওঁ সিদিনা কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল ?


5. এজন দোকানীয়ে 12.75 মি. চোলাৰ কাপোৰ, 22.60 মিটাৰ লংপেণ্টৰ কাপোৰ কিনি আনিলে । তেওঁ মুঠতে কিমান কাপোৰ কিনিলে ?


6. দুটা সংখ্যাৰ পাৰ্থক্য 120.07 । ইয়াৰ সৰু সংখ্যাটো 335.032 হ'লে, ডাঙৰ সংখ্যাটো কিমান ?


7. কমলে এদিন 15 কিগ্ৰা. 400 গ্ৰাম চাউল, 2 কিগ্ৰা. 600 গ্ৰাম দাইল, 3 কিগ্ৰা. 80 গ্ৰাম চেনি আৰু 2 কিগ্ৰা. 50 গ্ৰাম আটা কিনিলে । তেওঁ কিনা সামগ্ৰীখিনিৰ মুঠ ওজন কিমান ?


8. বিয়োগ কৰা ।

(i) 20.07 ৰ পৰা 8.978

(ii) 370.469 ৰ পৰা 270.9

(iii) 0.792 ৰ পৰা 0.698

(iv) 1.7 ৰ পৰা 0.265

(v) 30 ৰ পৰা 25.75


9. তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা ।

(i) 32.7 আৰু 26.096

(ii) 7.85 আৰু 11.1

(iii) 0.967 আৰু 1

(iv) 150.09 আৰু 95.255

(v) 6789.5 আৰু 5678.989


10. মান উলিওৱা ।

(i) 6.66 - 2.22

(ii) 8.54 - 6.01

(iii) 92.6 - 38.8

(iv) 11.111 - 1.1111

(v) 436.2 - 364.123

(vi) 300.6 - 197.715


11. বিয়োগফল উলিওৱা ।



12. 3.189 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল 1.065 হ'ব ?


13. দুটা সংখ্যাৰ যোগফল 295.7 । ইয়াৰে এটা 195.625 হ'লে, আনটো সংখ্যা নিৰ্ণয় কৰা ।


14. ৰমেশে এদিন গুৱাহাটীৰ পৰা বাছেৰে 55.125 কিমি. অতিক্ৰম কৰি, বাকীখিনি খোজ কাঢ়ি আহি নিজৰ ঘৰ পালে । যদি গুৱাহাটীৰ পৰা তেওঁৰ ঘৰৰ মুঠ দূৰত্ব 60 কিমি. হয়, তেন্তে তেওঁ কিমানদূৰ বাট খোজ কাঢ়ি আহিছিল উলিওৱা ।


15. অলকাই এদিন 5.775 কিগ্ৰা. আপেল কিনি আনি তাৰে 3.125 কিগ্ৰা. আপেল কেইজনমান ল'ৰা-ছোৱালীৰ মাজত ভগাই দিলে । তেওঁৰ হাতত এতিয়া কিমান আপেল বাকী থাকিল ?


16. অমৰৰ ওজন 72.8 কিগ্ৰা. আৰু সমৰৰ ওজন 68.75 কিগ্ৰা. । কোনজনৰ ওজন বেছি আৰু কিমান বেছি নিৰ্ণয় কৰা ।


17. সৰল কৰা ।

(i) 3.4 + 5 - 6.4

(ii) 2.8 + 1.1 - 2.9

(iii) 3.28 + 1.63 - 4.9

(iv) 2.36 - 3.24 + 2.18

(v) 6.7 + 3.21 - 7.463

(vi) 48.93 - 50.5 + 10.007

(vii) 101.28 + 29.19 - 30.27

(viii) 291.6 - 414.68 + 307.198

(ix) 43.16 + 493.28 - 306 - 211.5

(x) 121.121 - 121.121 - 211.211 + 211.211


18. 3.14 আৰু 1.67 ৰ পাৰ্থক্যৰ লগত কি যোগ কৰিলে 9 হ'ব ?


19. 14.28 আৰু 11.219 ৰ যোগফলটো সিহঁতৰ পাৰ্থক্যতকৈ কিমান ডাঙৰ ?


20. 604 আৰু 504.64 ৰ পাৰ্থক্যটো সিহঁতৰ যোগফলতকৈ কিমান সৰু ?


21. জোনাকৰ লগত 120 টকা জমা আছিল । মাকে তেওঁক আৰু 225.50 টকা দিলে । আটাইখিনি টকা লৈ তেওঁ বজাৰলৈ গ'ল । বজাৰত তেওঁ 150.75 টকাৰে দাইল আৰু 78.50 টকাৰে চেনি কিনিলে । এতিয়া তেওঁৰ হাতত কিমান টকা জমা থাকিব উলিওৱা ।  


Question Type By- Himadree Bora


Post ID: DABP001794