পাঠ ২
জটিল সংখ্যা
অনুশীলনী 2.2
1. তলত দিয়া প্ৰতিটো জটিল সংখ্যাৰে সংযুগ্ম আৰু প্ৰতিক্ৰম নিৰ্ণয় কৰা।
(i) - i
ইয়াৰ সংযুগ্ম হৈছে
i
আৰু প্ৰতিক্ৰম হৈছে
-1/i
= i.i/i
= i
(b) i
ইয়াৰ সংযুগ্ম হৈছে
- i
আৰু ইয়াৰ প্ৰতিক্ৰম হৈছে
1/i
= -i.i/i
= -i
(c) 2 + i
ইয়াৰ সংযুগ্ম হৈছে
2 - i
আৰু প্ৰতিক্ৰম হৈছে
1/2 + i
= 2- i/(2 + i)(2 - i)
= 2 - i/4 + 1
= 2 - i/5
= 2/5 - i/5
(d) 1/3 + i
= 3 - i/(3 + i)(3 - i)
= 3 - i/ 9 + 1
= 3 - i/10
= 3/10 - i/10
∴ ইয়াৰ সংযুগ্ম হৈছে
3/10 + i/10
ইয়াৰ প্ৰতিক্ৰম হৈছে
= 3 + i
(e) a + ib
ইয়াৰ সংযুগ্ম হৈছে
a - ib
আৰু ইয়াৰ প্ৰতিক্ৰম হৈছে
1/a + ib
= a - ib/(a + ib)(a - ib)
= a - ib/a2 + b2
= a/a2 + b2 - ib/a2 + b2
2. a + ib আকাৰত প্ৰকাশ কৰাঃ
(iv) (1 +
i)2 – (2 + i)2
= 12
+ i2 + 2.1.i – (22
+ i2 + 2.2.i)
= 1 – 1 +
2i – (4 – 1 + 4i)
= 2i – (3 +
4i)
= 2i – 3 –
4i
= - 3 – 2i
(v) (3 + 4i)(12 - 5i)
= 3.12 - 3.5i + 4i.12 - 4i.5i
= 36 - 15i + 48i + 20
= 56 + 33i
3. (a) যদি z1 = 1 + iআৰু z2 = 1 - i তেন্তে z1/z2 আৰু
উলিওৱা।
উত্তৰঃ
(b) যদি z1 = 7 + 3i আৰু z2 = 3i - 7 তেন্তে তলত দিয়াবিলাক নিৰ্ণয় কৰা 一
z1z2
= ( 7 + 3i)( 3i - 7)
= 21i - 49 - 9 - 21i
= - 58
4. যদি z1 = 2 + 3i আৰু z2 = 1 - 2i তেনেহ'লে তলত দিয়াবিলাক সত্যাপন কৰি চোৱা।
উত্তৰঃ
5.
(a) যদি z1 = 2 + i আৰু z2 = 1 - 3i তেন্তে
আৰু
নিৰ্ণয় কৰা। সত্যাপন কৰা যে ইহঁত পৰস্পৰ সংযুগ্ম।
উত্তৰঃ
(b) যিকোনো দুটা জটিল সংখ্যা z1 আৰু z2 ৰ বাবে
আৰু
এটা আনটোৰ সংযুগ্ম হয়নে নহয় পৰীক্ষা কৰা।
উত্তৰঃ

7. তলৰ সমীকৰণবোৰ সমাধা কৰা 一
(i) (3x + 5i) – 4y = 10 + (x – 3y)i
⇒ 3x + 5i – 4y = 10 + xi – 3iy
⇒ 3x + 5i – 4y – 10 – xi + 3yi = 0
⇒ (3x – 4y – 10) + i(-x + 3y + 5) = 0 + i.0
3x – 4y – 10 = 0一 (i)
- x + 3y + 5 = 0一 (ii)
⇒ x = 3y + 5 一 (iii)
(i) ত x ৰ মান বহুৱাই
3(3y + 5) – 4y – 10 = 0
⇒ 9y + 15 – 4y = 10
⇒ 5y = -5
⇒ y = -5/5 = -1
আৰু x = 3y + 5
⇒ x = 3.(-1)+5
⇒ x = -3 + 5
⇒ x = 2






8. যদি
তেন্তে দেখুওৱা
। উত্তৰঃ
9. যদি 2a + ib ৰ সংযুগ্ম জটিল (a + 4) - i(a + 2b) তেন্তে a আৰু b ৰ মান উলিওৱা।
উত্তৰঃ
প্ৰশ্নমতে, 2a - ib = (a + 4) - i(a + 2b)
⇒2a = a + 4 আৰু b = a + 2b
⇒ 2a - a = 4
⇒ a = 4
আৰু b = a + 2b
⇒b - 2b = a
⇒ -b = 4
⇒b = -4
10. তলৰ জটিল সংখ্যাবিলাকৰ যোগাত্মক আৰু গুণাত্মক বিপৰীত নিৰ্ণয় কৰা।
(i) -4 + i
ইয়াৰ যোগাত্মক বিপৰীত হৈছে -4 - i
আৰু ইয়াৰ গুণাত্মক বিপৰীত হৈছে
(ii) (2 + i)(3 - 2i)
= 6 - 4i + 3i +2
= 8 - i
ইয়াৰ যোগাত্মক বিপৰীত হৈছে
8 + i
আৰু গুণাত্মক বিপৰীত হৈছে
11. যদি z1 আৰু z1 যিকোনো দুটা জটিল সংখ্যা তেন্তে আমি লিখিব পাৰো নে যে
(a) Re(z1z2) = Re(z1)Re(z2) – Im(z1)Im(z2)
(b) Im(z1z2) = Re(z1)Im(z2) + Im(z1)Re(z2)
ধৰো, z1 = a + ib আৰু z2 = c + id
∴ z1z2
= (a + ib)(c + id)
=ac + aid + bic – bd
= (ac – bd) + i(ad + bc)
(a) Re(z1z2) = Re(z1)Re(z2) – Im(z1)Im(z2)
উত্তৰঃ
L.H.S;
= Re(z1z2)
= ac – bd
R.H.S;
= Re(z1)Re(z2)
– Im(z1)Im(z2)
= ac – bd
∴ L.H.S = R.H.S
(b) Im(z1z2) = Re(z1)Im(z2) + Im(z1)Re(z2)
উত্তৰঃ
L.H.S;
Im(z1z2)
= ad + bc
R.H.S;
= Re(z1)Im(z2)
+ Im(z1)Re(z2)
= ad + bc
∴ L.H.S = R.H.S
12.
(i) যদি p + iq = (∝ + i)/(∝ - i) তেন্তে দেখুওৱা যে ∝q = 1 + p
উত্তৰঃ
p + iq = (∝ + i)/(∝ - i)
⇒ (p + iq)(∝ - i) = ∝ + i
⇒ ∝p - ip + ∝iq +q - ∝ - i
⇒ (∝p + q - ∝) + i(∝q - p - 1) = 0 + i.0
⇒ ∝p + q - ∝ = 0
আৰু ∝q - p - 1 = 0
⇒ ∝q = 1 + p
H.P
(ii) যদি x + iy = (a + ib)2 তেন্তে x2 + y2 ৰ মান উলিওৱা।
উত্তৰঃ x + iy = (a + ib)2
⇒ x + iy = a2 - b2 + 2.a.ib
⇒ x + iy = ( a2 - b2 ) + i2ab
⇒ x = a2 - b2 আৰু y = 2ab
∴ x2 + y2
= ( a2 - b2)2 + ( 2ab)2
= a4 + b4 - 2a2b2 + 4a2b2
= a4 + b4 + 2a2b2
= ( a2 + b2)2