Chapter 1

সংখ্যাংকন পদ্ধতি

System of Numeration 

Exercise 1.3

1. দ্বৈত সংখ্যাবোৰক দশমিক (10 ভূমিৰ) সংখ্যাংকত প্ৰকাশ কৰা-

(i) 101 (ii) 1111 (iii) 11010 (iv) 1010010 (v) 10111 (iv) 1010101 (vii) 10001001

উত্তৰঃ  


    




2. (a) তলৰ দশমিক সংখ্যাকেইটাক দ্বৈত সংখ্যাত লিখা-

(i) 4 (ii) 8 (iii) 12 (iv) 21 (v) 45 (vi) 101 (Vii) 197 (viii) 436 (xi) 1356 (x) 2145


(b) 2143 দশমিকটো সাতৰ ভূমিত প্ৰকাশ কৰা।

উত্তৰঃ 
























3. দশমিক পদ্ধতিত প্ৰকাশ কৰা-







4. (a) 1ৰ পৰা 100 লৈকে সংখ্যাবোৰ দ্বৈত সংখ্যাংকত লিখা।

(b) 1ৰ পৰা 30লৈকে সংখ্যাবোৰ 3-ভূমিত লিখা।

5. দ্বৈত সংখ্যাংকত প্ৰকাশ কৰা-



6. উৰ্দ্ধক্ৰমত সজোৱা-

(a) 11101, 101011, 11011

(b) 1010101, 110101, 1110101

উত্তৰঃ (a) 11011<11101<101011

(b) 110101<1010101<1110101

7. দশমিক ভগ্নাংশত প্ৰকাশ কৰা-




উত্তৰঃ 




8. এটা দ্বৈত সংখ্যাৰ শেষত 2 টা শূণ্য থাকিলে দেখুওৱা যে ইয়াৰ দশমিক সংখ্যাটোৰে বিভাজ্য হব।

উত্তৰঃ

9.  এটা দ্বৈত সংখ্যাৰ শেষত 3 টা শূণ্য থাকিলে দেখুওৱা যে ইয়াৰ দশমিক সংখ্যাটোৰে বিভাজ্য হব।

উত্তৰঃ

10. যুগ্ম অযুগ্ম চিনাক্ত কৰা-

1011, 10101, 101110, 11011, 11100, 1010111, 1000111

উত্তৰঃ

11. তলৰ ভগ্নাংশ কেইটাক 6-ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা-




উত্তৰঃ

12. দশমিক 214.35ক 5 ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা।






উত্তৰঃ 






👉👉👉Bhabesh Bora.





Post ID: DABP001737