অধ্যায় ২ 

মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ শৈক্ষিক চিন্তাধাৰা


(১) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very short Answer) :

(i) মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো কি আছিল?

 What was the full name of Mahatma Gandhi.

Ans-


(ii) মহাত্মা গান্ধীৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল?

When and where was Mahatma Gandhi born?

Ans-


(iii) পোৰবন্দৰ ক'ত?

Where is Porbandar?

Ans-


(iv) গান্ধীজীৰ ককাদেউতাকৰ নাম কি আছিল?

What was the name of Gandhiji's Grandfather?

Ans-


(v) কাবা গান্ধী কোন আছিল? 

Who was Kaba Gandhi?

Ans-


(vi) ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম কেতিয়া হৈছিল? 

When was Rabindranath Tagore born?

Ans-


(vii) ৰবীন্দ্ৰনাথ ঠাকুৰৰ মাক কোন আছিল? 

Who was mother of Rabindranath Tagore?

Ans-


(viii) কোনচনত ৰবীন্দ্ৰনাথক আইন পঢ়িবৰ বাবে ইংলেণ্ডলৈ পঠাইছিল? 

In which year was Tagore sent to England to study Law?

Ans-


(ix) কিমান বছৰ বয়সত তেওঁ বেংগলী ভাষাত কবিতা লিখা আৰম্ভ কৰিছিল ? 

At what age did he start to compose poem in Bengali?

Ans-


(x) কোনখন গ্ৰন্থৰ বাবে ঠাকুৰক সাহিত্যত ন’ৱেল পুৰস্কাৰ দিয়া হৈছিল? 

For which book was Tagore awarded Noble Prize in literature?

Ans-


xi) কলিকতা বিশ্ববিদ্যালয়ে কোন চনত ঠাকুৰক D. Litt. ডিগ্ৰী প্ৰদান কৰিছিল?

 In which year was Tagore awarded D. Litt. degree by Calcutta University?

Ans-


(xii) ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককা দেউতাক কোন আছিল? 

Who was the grand father of Rabindranath Tagore?

Ans-


(২) খালী ঠাই পূৰণ কৰা (Fill in the blanks) : 

(1) কস্তুৰবা আছিল গান্ধীজীৰ               নাম।

 Kasturba was the name of Gandhiji's             .

(ii)           কৈছিল যে 'ভগৱানেই সত্য আৰু সত্যই ভগৱান। 

               said that 'God is truth and truth is God.

(iv)              চনত গান্ধীজীয়ে নাটাল ইণ্ডিয়া কংগ্ৰেছ প্রতিষ্ঠা কৰিছিল।

In             the Natal India Congress was founded by Gandhiji 

(v) চনত গান্ধীজীয়ে আহমদাবাদৰ ওচৰত সবৰমতী আশ্রম প্রতিষ্ঠা কৰিছিল।

In             Gandhiji founded the Sabarmati Ashram near Ahmadabad. 

(vi) গান্ধীজীক জনপ্ৰিয়ভাৱে               বুলি জনা যায়।

Gandhiji was popularly known as             .  

(vii) উপনিষদৰ যুগত নাম আছিল তপোবন।

Topoban was the name of             in the Upanishadic period. 

(viii) চৰকাৰে বিশ্বভাৰতীক খন কেন্দ্রীয় বিশ্ববিদ্যালয় হিচাপে গ্রহণ কৰে।  

The govt. accepted Visva-Bharati as the Central                University.

(ix)                খন আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে ১৯২১ চনত গঢ় লৈ উঠে।

              became International University in the year 1921.

(x) মানুহ আৰু প্ৰকৃতিৰ মাজত সু-সামঞ্জস্য সাধন কৰাই                  ৰ প্ৰধান লক্ষ্য। 

Establish harmony between men and nature is the main aim of               .

(৩) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short answers) : 

(i) গান্ধীজীক কিয় ‘জাতিৰ পিতা' বুলি কোৱা হয়?

Why was Gandhiji called 'Father of the Nation?

Ans-


(ii) টলষ্টয় ফার্ম কি?

What is Tolostoy farm?

Ans-


(iii) বুনিয়াদী শিক্ষাৰ অৰ্থ কি?

What is the meaning of Basic education?

Ans-


(iv) অহিংসা কি?

What is Ahimsa (Non-Violence) ?

Ans-


(v) ঠাকুৰৰ শিক্ষা দৰ্শনৰ তিনিটা নীতিৰ বিষয়ে উল্লেখ কৰা।

Mention three principles of Tagore's educational philosophy.

Ans-


(vi) ৰবীন্দ্ৰনাথে পঢ়া তিনিখন বিদ্যালয়ৰ নাম লিখা।

Write down the name of three schools where Rabindranath studied.

Ans-


(vii) ভ্ৰমণৰ জৰিয়তে শিক্ষা লাভৰ ধাৰণাটোৰ বিষয়ে লিখা। 

Write about the concept of learing by travelling.

Ans-


(৪) চমুটোকা লিখা (Write Short Notes) : 

(i) গান্ধীজীৰ মতে আত্ম-অনুশাসন

Self-discipline according to Gandhiji.

Ans-


(ii) সর্বোদয় সমাজ।

Sorvodaya Samaj

Ans-


(iii) সহসম্বন্ধ নীতি

Principle of correlation.

Ans-


(iv) শিক্ষাৰ স্বপ্ৰতিপালন প্রকৃতি।

Self-supporting nature of education

Ans-


(v) শিক্ষাৰ চূড়ান্ত লক্ষ্য

Ultimate aim of education 

Ans-


(vi) গান্ধীজীৰ সামাজিক দর্শন।

Social philosophy of Gandhiji. 

Ans-


(vii) প্রাকৃতিক বাতাবৰণৰ মাজত শিক্ষাদান

Education imparting in the natural surroundings.

Ans-


(viii) ৰবীন্দ্ৰনাথৰ মতে শিশুৰ সৰ্বাত্মক বিকাশ। 

All round development of children according to Rabindranath.

Ans-


(ix) ৰবীন্দ্ৰনাথৰ আন্তঃৰাষ্ট্ৰীয়তাবাদ

Internationalism of Rabindranath.

Ans- 


(x) শান্তিনিকেতনত শিক্ষকৰ ভূমিকা

Role of teacher in Shanti Niketan.

Ans-


(xi) ঠাকুৰৰ আত্ম-অনুশাসন 

Tagore's self-discipline

Ans-


(৫) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answers) 


(i) মহাত্মা গান্ধীৰ শিক্ষা দর্শন সম্বন্ধে আলোচনা কৰা।

Discuss about the educational philosophy of Mahatma Gandhi.

Ans-


(ii) বুনিয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ দিশবিলাক কি কি? এইবিলাক বৰ্তমানৰ শিক্ষা ব্যৱস্থাত কিমান দূৰ প্ৰাসঙ্গিক।

What are the main features of Basic education? How far these are relevant to present education system?

Ans-


(iii) বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত বুনিয়াদী শিক্ষাৰ সবল আৰু দুৰ্বল দিশ সমূহৰ বিষয়ে লিখা। 

Write the merits and demerits of Basic education in the present day context.

Ans-


(iv) “প্ৰকৃত ধৰ্ম আৰু প্ৰকৃত নৈতিকতা এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰাকৈ সংপৃক্ত”। গান্ধীজীৰ জীৱন দৰ্শনৰ ভিত্তিত উপৰোক্ত বাক্যশাৰী আলোচনা কৰা। 

"True religion and true morality are inseparably bound up with each other." Discuss the statement on the basis of Gandhiji's philosophy in life.

Ans-


(v) বিদ্যালয়ত 'অনুশাসন' আৰু ‘শিক্ষা পদ্ধতি” সম্পৰ্কে মহাত্মা গান্ধীৰ মতামতৰ বিষয়ে লিখা।

Write the views of Mahatma Gandhi regarding 'Method of Teaching' and 'Discipline' in School.

Ans-


(vi) গান্ধীজীৰ জীৱন দৰ্শন সম্পর্কে ব্যাখ্যা কৰা আৰু শিক্ষাৰ 'লক্ষ্য' আৰু ‘পাঠ্যক্ৰম’ সম্পৰ্কে তেওঁৰ মতামত লিখা।

Explain Gandhiji's philosophy of life and his views regarding 'Aims' and 'Curriculum'.

Ans-


(vii) মহাত্মা গান্ধীক এজন প্ৰয়োগবাদী আৰু এজন আদর্শবাদী ব্যক্তি হিচাপে সমালোচনাত্মক নিৰীক্ষণ আগবঢ়োৱা।

Critically examine Mahatma Gandhi as a pragmatist and as well as idealist.

Ans-


(viii) বৰ্তমান সময়ৰ শৈক্ষিক চিন্তাধাৰাত মহাত্মা গান্ধীৰ অৰিহনা সম্পৰ্কে আলোচনা কৰা।

Discuss Mahatma Gandhiji's contributions to present-day educational thought.

Ans-


(ix) ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাদর্শন সম্পৰ্কে বৰ্ণনা কৰা। তেওঁৰ এই দৰ্শন বিশ্ব-ভাৰতীৰ জৰিয়তে কেনেদৰে কাৰ্যকৰী কৰিছিল দেখুওৱা। 

Describe the educational philosophy of Rabindranath Tagore. Show how he tried to implement his philosophy through Visva-Bharati.

Ans-


(x) বিশ্বভাৰতীত ৰবীন্দ্ৰনাথে আমাৰ প্ৰাচীন আদর্শসমূহ আধুনিক অৱস্থাত পুণৰুজ্জীৱিত কৰি তুলিছিল। আন্তর্জাতিক বুজাপৰাৰ বাবে তেওঁ পূৱ আৰু পশ্চিমৰ সংস্কৃতিক সংমিশ্ৰণ কৰাত কিমানদূৰ সফল হৈছিল বৰ্ণনা কৰা। 

In Visva-Bharati, Rabindranath wanted to reoriented our ancient ideals to modern conditions. Discuss how far he was able to synthesis the Eastern and Western culture in education for international understanding.

Ans-


(xi) ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনত শিক্ষাৰ কেনেধৰণৰ আদৰ্শ অনুকৰণ কৰিছিল ? এই আদৰ্শসমূহ ছাত্ৰৰ দৈনন্দিন জীৱনত কেনেদৰে ব্যৱহৃৎ হৈছিল বৰ্ণনা কৰা। 

What are the ideals of education followed in Shanti Niketan introduction by Rabindranath Tagore? Discuss their use in day-to-day life of the pupils.

Ans- 


(xii) ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা কৰা। 

Discuss the teaching methods of Rabindranath Tagore.'

Ans-


(xiii) শান্তনিকেতনত শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল ? এইবিলাক কেনেদৰে বাস্তৱত কাৰ্যকৰী কৰা হৈছিল?

What are the aims and objectives of education in Shantiniketen ? How far these were materialized?

Ans-


Question Type By Parina Hazarika





Post ID: DABP002185