ভাৰতীয় আৰ্যভাষাৰ

লগত অসমীয়া ভাষাৰ সম্বন্ধ 

                অধ্য়ায়- ২  

(ASM-HC-4026) 

১।  অতি চমু প্ৰশ্ন ঃ

(ক) পৃথিৱীৰ সৰ্ববৃহৎ ভাষা  গোষ্ঠীটোৰ নাম কি ?

উত্তৰঃ

(খ) ভাৰতীয় আৰ্য ভাষাক কেই ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ

(গ) অসমীয়া ভাষা কোনে প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা ?

উত্তৰঃ

(ঘ) মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা আন আন ভাষাকেইটা কি ?

উত্তৰঃ

(ঙ) নব্য় ভাৰতীয় আৰ্য ভাষাৰ পৰা সম্ভূত অপভ্ৰংশ সাহিত্য় কেইভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ

(চ) প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ মূল ভাষা কি ?

উত্তৰঃ

(ছ) প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময় কি ?

উত্তৰঃ

(জ) প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ মূল পুথিখনৰ নাম কি ?

উত্তৰঃ

(ঋ) পাণিনিয়ে লিখা ব্য়াকৰণখনৰ নাম কি ?

উত্তৰঃ

(ঞ) বেদ কেইখন ?

উত্তৰঃ

(ট) মধ্য় ভাৰতীয় আৰ্য ভাষাৰ সময় কি ?

উত্তৰঃ

(ঠ)  মধ্য় ভাৰতীয় আৰ্য ভাষাৰ ভাষা কি কি ?

উত্তৰঃ

(ড) বৌদ্ধ ধৰ্মৰ বাণী কি ভাষাত ৰচিত ?

উত্তৰঃ

(ঢ) মাগধী প্ৰাকৃতৰ এটি বৈশিস্ট্য় লিখা ।

উত্তৰঃ

(ণ) মহাৰাষ্ট্ৰী প্ৰাকৃতৰ এটি বৈশিষ্ট্য় লিখা ।

উত্তৰঃ



২। চমু প্ৰশ্ন ঃ.

(ক) প্ৰাচীন ভাৰতীয় আৰ্যভাষাক কি দুটা ভাগত কৰা হৈছে ?

উত্তৰঃ

(খ) অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা কি কি  ?

উত্তৰঃ

(গ) মাগধী প্ৰাকৃতৰ দুটা বৈশিষ্ট্য় উল্লেখ কৰা ।

উত্তৰঃ 


(ঘ) শৌৰসেনী প্ৰাকৃত কোন অঞ্চলৰ ভাষা ?

উত্তৰঃ 


(ঙ) পালি ভাষা কি ভাষাৰ বুলি কোৱা হয় ?

উত্তৰঃ


(চ) বেদ কেইখন আৰু কি কি ?

উত্তৰঃ


(ছ) আৰ্যসকল ভাৰতত কি পথেৰে প্ৰথম ক'ত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ


(জ) সাহত্য়িক প্ৰাকৃত বুলিলে কি বুজা ?

উত্তৰঃ


(ঋ) প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সাহিত্য়িক ৰূপ দুটা কি কি ?

উত্তৰঃ


(ঞ) মধ্য় ভাৰতীয় আৰ্য ভাষাৰ গঠন স্তৰ কেইটা কি কি ?

উত্তৰঃ


(ট)  মধ্য় ভাৰতীয় আৰ্য ভাষাৰ প্ৰধান উপভাষাকেইটা কি কি ?

উত্তৰঃ


(ঠ) অৱহটী ভাষাৰ দুটা বৈশিষ্ট্য় লিখা ।

উত্তৰঃ


৩। গচনাধৰ্মী প্ৰশ্নঃ 

(ক) ভাৰতীয় আৰ্য ভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধৰ বিষয়ে বহলাই আলোচনা কৰা ।

উত্তৰঃ


(খ) অসমীয়া ভাষাৰ বৈশিষ্ট্য় সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰা ।

উত্তৰঃ


(গ) মাগধী প্ৰাকৃতৰ বৈশিষ্ট্য় উল্লেখ কৰা ।

উত্তৰঃ


(ঘ) অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ উপাদান সন্দৰ্ভত এটি আলোচনা আগবঢ়োৱা ।

উত্তৰঃ


(ঙ) মহাৰাষ্ট্ৰী বা অৰ্ধ - মাগধী প্ৰাকৃতৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা ।

উত্তৰঃ 


(চ) অসমীয়া ভাষাত অন্য়ান্য় প্ৰাকৃতৰ উপাদান সন্দৰ্ভত এটি আলোচনা দাঙি ধৰা ।

উত্তৰঃ




Question Type By- Prabal konwar 

Edit By- Janmoni hazarika