Chapter 2

শিক্ষা আৰু সম্প্ৰদায় বিকাশ 

প্ৰশ্নাৱলী

1. অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Short answer )

১। সম্প্ৰদায় মানে কি ?

What is Community ?

Ans :

২। 'Community' শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ লিখা ।

Write the derivative meaning of 'Community'.

Ans :

৩। সম্প্ৰদায়ৰ এটা সংজ্ঞা দিয়া ।

Give one definition of Community.

Ans :

৪। ''সম্প্ৰদায় হ'ল সামাজিক জীৱনৰ সকলো দিশ সামৰি ল'ব পৰা ক্ষুদ্ৰতম আঞ্চলিক গোট ।'

--- কথাষাৰ কোনে কৈছিল ?

'' A Community is the smallest territorial group that can embrace all aspects of social life. '' --- Who said this ?

Ans :

৫। সমাজ মানে কি ?

What is society ?

Ans :

৬। সম্প্ৰদায়ৰ এটা বৈশিষ্ট্য লিখা ।

Write one characteristic of community.

Ans :

৭। সমাজ আৰু সম্প্ৰদায়ৰ মাজৰ এটা প্ৰভেদ লিখা ।

Write one difference between society and Community.

Ans :

৮। সম্প্ৰদায় অধ্যয়ন কৰাৰ যিকোনো এটা পদ্ধতি লিখা ।

Write any one method of studying community.

Ans :

৯। বাস্তৱ ঘটনা অধ্যয়ন কি ?

What is Case studies ?

Ans :

১০। সম্প্ৰদায়ত বিদ্যালয়ৰ যিকোনো এটা প্ৰভাৱ লিখা ।

Write any one impact of school on community.

Ans :

১১। সমীক্ষা পদ্ধতি কি ?

Write is survey method ?

Ans :

১২। সামূহিক বিকাশত শিক্ষানুষ্ঠানৰ যিকোনো এটা সমস্যাৰ নাম লিখা ।

Write any one problems of education in community development.

Ans :

II. চমুটোকা লিখা ( Write Short Notes ) :

১। সমাজ আৰু সম্প্ৰদায়ৰ মাজৰ পাৰ্থক্য ।

Distinguish between Society and Community.

Ans :

২। সম্প্ৰদায়ৰ বৈশিষ্ট্যসমূহ ।

Characteristics of Community.

Ans :

৩। শিশুৰ ওপৰত সম্প্ৰদায়ৰ প্ৰভাৱ ।

Influence of community on the child.

Ans :

৪। শিশু শিক্ষাত সম্প্ৰদায়ৰ দায়িত্ব ।

Duties of the community towards child's education.

Ans :

৫। ঐতিহাসিক পদ্ধতি ?

Historical method ?

Ans :

৬। যুৱ সমাজ আৰু প্ৰাপ্তবয়স্কৰ বাবে কাৰ্যকলাপ ।

Activities for youth and adults .

Ans :

৭। শিক্ষাত সম্প্ৰদায়ৰ ভূমিকা ।

Role of Community in Education.

Ans :

৮। সম্প্ৰদায়ৰ অংশগ্ৰহণৰ তিনিটা শিতান ।

Three different Categories of Community participation.

Ans :

৯। বিদ্যালয়ত সম্প্ৰদায়ৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰভাৱ ।

Economic impact of community on schools.

Ans :

১০। বিদ্যালয়ত সম্প্ৰদায়ৰ প্ৰমূল্যবোৰৰ প্ৰভাৱ ।

Values of community on schools.

Ans :


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)