সহ-সম্বন্ধ গুণাংক আৰু শতাংশ বিন্দু বা শততমক 

অধ্য়ায়-৩ 

১। সহ-সম্বন্ধ মানে কি?

(What is Correlation?)

উত্তৰঃ


২। সহ-সম্বন্ধ গুণাংক কি?

(What is Coefficient of Correlation?)

উত্তৰঃ


৩। সহ-সম্বন্ধ গুণাংকৰ সংজ্ঞা লিখা।

(Define Coefficient of Correlation.)

উত্তৰঃ


৪। সহ-সম্বন্ধ গুণাংকৰ ভাগবোৰৰ উল্লেখকৰা।

(Mention the types of coefficient of correlation.)

উত্তৰঃ


৫। সহ-সম্বন্ধ গুণাংক নিৰ্ণয়ৰ দুটা পদ্ধতি কি কি?

(What are the two methods of compulation of coefficient of correlation.)

উত্তৰঃ


৬। স্থান পাৰ্থক্য় পদ্ধতি কোনে উদ্ভাৱন কৰিছিল?

(Who introduction the Rank Difference Method?)

উত্তৰঃ


৭। স্থান পাৰ্থক্য় পদ্ধতিৰ সুবিধা আৰু অসুবিধাবোৰ লিখা।

(Write about the merits and demerits of rank difference method.)

উত্তৰঃ


৮। স্থান পাৰ্থক্য় পদ্ধতিৰ সূত্ৰটো লিখা।

(Write the formula of rank difference method.)

উত্তৰঃ


৯। চমুটোকা লিখা 

(ক) ধনাত্মক সহ-সম্বন্ধ

(Positive Correlation)

উত্তৰঃ


(খ) ঋণাত্মক সহ-সম্বন্ধ

(Negative Correlation)

উত্তৰঃ


১০। তলত দিয়া ৰাশিশ্ৰেণী দুটাৰ পৰা স্থান পাৰ্থক্য় পদ্ধতিৰ সহায়ত সহ-সম্বন্ধ গুণাংক নিৰ্ণয় কৰা আৰু ফলাফল ব্য়াখ্য়া কৰা।

(Determine coefficient of correlation by using Rank Difference method from the following two sets of scores and interpret the result.)


উত্তৰঃ



১১। তলত দিয়া দুই ৰাশি শ্ৰেণীৰ পৰা গুণফল মূল্য় পদ্ধতিৰে সহ-সম্বন্ধ গুণাংক নিৰ্ণয় কৰা আৰু ফলাফল ব্য়াখ্য়া কৰা।

(Determine co-efficient of correlation by the product moment Method from the following two sets of scores and interprete the result.)

উত্তৰঃ



১২। গুণফল মূল্য় পদ্ধতিৰ সুবিধা আৰু অসুবিধাবোৰ লিখা।

(Write the merits and demerits of product moment method.)

উত্তৰঃ


১৩। শতাংশ বিন্দু কাক বোলে ?

(What is percentile point?)

উত্তৰঃ


১৪। শতাংশ বিন্দু নিৰ্ণয়ৰ সূত্ৰটো লিখা।

(Write the formula of calculating percentile point.)

উত্তৰঃ


১৫। তলত দিয়া শতাংশ বিন্দুবোৰৰ অৰ্থ লিখা।

(Write the meaning of the following percentiles.)

P17 = 31

P31 = 17

P72 = 81

P89 = 40

উত্তৰঃ


১৬। তলৰ তথ্য়বোৰৰ সহায়ত 72, 38, 200, 59, 59 আৰু 88 ৰ শতাংশ স্থান গণনা কৰা।

(Calculate percentile ranks of 72, 38, 200, 59 and 88 on the basis of the following information.)

(a) P82 = 72

(b) P69 = 38

(c) P81 = 200

(d) P60 = 59

(e) P16 = 88

উত্তৰঃ


১৭। তলৰ তালিকাৰ পৰা P15, P48, P77 নিৰ্ণয় কৰা।

(Determine P15, P48, P77 from the following table.)



উত্তৰঃ


১৮। শতাংশ স্থানৰ অৰ্থ ব্য়াখ্য়া কৰা।

(Explain the meaning of percentile rank.)

উত্তৰঃ


১৯। মান অনুযায়ী সজোৱা তথ্য়ৰ পৰা শতাংশ স্থান নিৰ্ণয়ৰ সূত্ৰ লিখা।

(Write the formula of calculation of percentile rank from ordered data.)

উত্তৰঃ


২০। নিখিলেশে গণিতত 100 ৰ ভিতৰত 80 নম্বৰ লাভ কৰিলে আৰু তাৰ শতাংশ স্থান হ'ল 85; আকৌ ৰাজীৱে 100 ৰ ভিতৰত 85 নম্বৰ লাভ কৰিছে আৰু শতাংশ স্থান হ'ল 82। উক্ত তথ্য়ৰ ভিত্তিত গণিতৰ প্ৰগতিৰ ক্ষেত্ৰত সিহঁতৰ তুলনা কৰা।

(Nikhilesh scored 80 marks of 100 in mathematic and his percentile rank is 85 while Rajiv scored 85 marks out of 100 and his PR is 82: on the basis of this information compare their progress in mathematics.)

উত্তৰঃ


২১ তলৰ ৰাশিবোৰৰ পৰা PR 75 আৰু PR 94 নিৰ্ণয় কৰা।

(Determine PR 75 and PR 94 from the following scores.)


উত্তৰঃ


২২। শতাংশ বিন্দু আৰু শতাংশ স্থানৰ মাপৰ পাৰ্থক্য় লিখা।

(Write the differences  between percentile point and percentile rank.)

উত্তৰঃ


২৩। তলৰ বিভাজনৰ পৰা সঞ্চয়ী বাৰংবাৰতা শতাংশ লেখ এটা অংকন কৰা আৰু লেখচিত্ৰীয় উপস্থাপনত P25 আৰু P75 ৰ মানবোৰ দেখুওৱা ঃ

(Draw a cumulative frequency percentage curve from the following distribution and show the value of P25 and P75 in the graphical representation.)


উত্তৰঃ


২৪। শতাংশ বিন্দু আৰু শতাংশ স্থানৰ ব্য়ৱহাৰৰ বিষয়ে লিখা।

(Write the uses of percentile point and percentile rank.)

উত্তৰঃ


২৫। দশতমক কি? 

(What is decile?)

উত্তৰঃ


২৬।  ২৩ নং প্ৰশ্নৰ তালিকাৰ পৰা D3 ৰ মান নিৰ্ণয় কৰা।

(Calculate the value of D3 from the table of Question No. 23.)

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type By- Janmoni Hazarika


Post ID: DABP002015