স্বাভাৱিক সম্ভাৱনীয়তা ৰেখাচিত্ৰ বা প্ৰসামান্য় বক্ৰ আৰু ইয়াৰ প্ৰয়োগ

অধ্য়ায়- ৪


১। স্বাভাৱিক বিতৰণ মানে কি ?

(What is normal distribution?)

উত্তৰঃ


২। সম্ভাৱনীয়তাৰ নীতি বৰ্ণনা কৰা।

(Explain the law of probability.)

উত্তৰঃ


৩। স্বাভাৱিক সম্ভাৱনীয়তা ৰেখাচিত্ৰ এটা অংকন কৰি বিভিন্ন ক্ষেত্ৰৰ মানবোৰৰ শতাংশ হাৰ উল্লেখ কৰা।

(Draw a diagram of Normal Probability Curve and state the percentage of scores falling in its different areas.)

উত্তৰঃ


৪। স্বাভাৱিক সম্ভাৱনীয়তা ৰেখাচিত্ৰৰ সাঁতটা বৈশিষ্ট্য় লিখা।

(Write seven characteristics of the Normal Probability curve.)

উত্তৰঃ


৫। প্ৰসামান্য়ৰ পৰা বিচলনৰ কাৰণবোৰ কি কি ?

(What are the causes of deviation from normality?)

উত্তৰঃ


৬। ধনাত্মক বিষমতাৰ চিত্ৰ অংকন কৰা আৰু বৈশিষ্ট্য়বোৰ লিখা।

(Draw a positively skewed curve and state its characteristics.)

উত্তৰঃ


৭। ঋণাত্মক বিষমতাৰ চিত্ৰ অংকন কৰা আৰু বৈশিষ্ট্য়বোৰ লিখা।

(Draw the formula for calculation of skewness.)

উত্তৰঃ


৮। বিষমতাৰ নিৰ্ণয়ৰ সূত্ৰ লিখা।

(State the formula for calculation of skewness.)

উত্তৰঃ


৯। ককুদবক্ৰতাৰ সূত্ৰ লিখা।

(Write the formula of kurtosis.)

উত্তৰঃ


১০। ককুদবক্ৰতাৰ অৰ্থ বৰ্ণনা কৰা। চিত্ৰৰ সহায়ত ককুদবক্ৰতাৰ প্ৰকাৰবোৰ চিহ্নিত কৰা।

(Expalin the meaning of kurtosis. Indentify the types of Kurtosis with the help of diagram.)

উত্তৰঃ


১১। শিক্ষাত স্বাভাৱিক সম্ভাৱনীয়তা ৰেখাচিত্ৰৰ ব্য়ৱহাৰ বৰ্ণনা কৰা।

(Expalin the uses of normal probability curve in education.)

উত্তৰঃ


১২। কোনো এক স্বাভাৱিক বিতৰণৰ গড় হ'ল 56 আৰু মানক বিচ্য়ুতি হ'ল 6। বিতৰণখন প্ৰসামান্য়ভাৱে বিভাজিত বুলি ধৰি লৈ তলত দিয়াসমূহৰ উত্তৰ দিয়া।

(Mean of a normal distribution is 56 and SD is 6. Assuming the distribution to be normal, answer the following)

(i) 44 ৰ 62 ৰ মাজত থকা শতকৰা ৰাশি নিৰ্ণয় কৰা।

(Calculate the percentage of scores falling between 44 and 62.)

উত্তৰঃ

(ii) 51 ওপৰৰ শতকৰা সামগ্ৰী নিৰ্ণয় কৰা।

(Find out the percentage of cases above 51.)

উত্তৰঃ

(iii) 38 ৰ তলৰ শতকৰা সামগ্ৰী নিৰ্ণয় কৰা।

(Find out the percentage of cases below 38.)

উত্তৰঃ


১৩। কোনো বিতৰণৰ গড় হ'ল 28.52 আৰু মানক বিচ্য়ুতি হ'ল 4.66। বিতৰখনক স্বাভাৱিক বুলি ধৰি তলত দিয়াবোৰ নিৰ্ণয় কৰা।

(Mean and SD of a distribution is 28.52 and 4.66 respectively. Assuming normally of the distribution find.)

(i) বিতৰণৰ সোঁমাজৰ 60% ৰ সীমা নিৰ্ধাৰণ কৰা।

(What limits includes the middle 60%)

উত্তৰঃ

(ii) কোনটো নম্বৰৰ ওপৰত সৰ্বোচ্চ 15% ৰাশি আছে।

(What limits will include the highest 15%)

উত্তৰঃ

(iii) কোনটো নম্বৰৰ তলত সৰ্বনিম্ন 20% ৰাশি আছে।

(What limits will include the lowest 20%)

উত্তৰঃ


১৪। দুটা দলে পোৱা নম্বৰ এনেধৰণৰঃ

(The following are the scores obtained by two group:


স্বাভাৱিক বিতৰণৰ অনুমানত 11 বছৰৰ কিমানজনে 14 বছৰৰ গড়তকৈ বেছি নম্বৰ পাইছে?

(On the assumption of normal distribution, how many 11 years old will obtain more than the mean of 14 years old?)

উত্তৰঃ


১৫। চাৰিটা সমস্য়া ক্ৰমে সমাধান কৰিছে 80% , 70%, 60% আৰু 50% এ। A আৰু B ৰ লগত C আৰু D ৰ জটিলতাৰ প্ৰাৰ্থক্য়ৰ তুলনা কৰা।

(Four problems were solved by 80%, 70%, 60% and 50% compare the difference of difficulty between A and B with the difference of C and D.)

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type By- Janmoni Hazarika

Post ID: DABP002023