Family


Who are the people in the picture? (ছবিখনত থকা লোকসকল কোন?)




This is Rohan's family. Rohan lives with his grandparents. Rohan has a cute sister. Rohan's father is only child of his parents. Rohan's grandmother loves his mother very much. They are a happy family.

(এয়া ৰোহনৰ পৰিয়াল। ৰোহন তেওঁৰ ককা-আইতাৰ সৈতে থাকে। ৰোহনৰ এগৰাকী মৰম লগা ভন্টি আছে। ৰোহনৰ দেউতাক তেওঁৰ মাক-দেউতাকৰ একমাত্ৰ সন্তান। ৰোহনৰ আইতাই তেওঁৰ মাকক বহুত ভাল পায়। তেওঁলোক এটা সুখী পৰিয়াল।)


grandfather

grandmother

father

mother

brother

sister





Type by Dipawali Bora



Post ID: DABP002006