Instructions


Listen and do. (শুনা আৰু কৰা।)

Please open the window. (অনুগ্ৰহ কৰি খিৰিকীখন খোলা।)

Please close the door. (অনুগ্ৰহ কৰি দুৱাৰখন বন্ধ কৰা।)

Please go there. (অনুগ্ৰহ কৰি তালৈ যোৱা। )

Please come here. (অনুগ্ৰহ কৰি ইয়ালৈ আহা।)


Let's talk. (কথা কওঁ আহা।)

Please come to the blackboard. (অনুগ্ৰহ কৰি ব্লেকবোৰ্ডলৈ আহা।)

Take the duster. (ডাষ্টাৰটো লোৱা।)

Clean the blackboard. (ব্লেকবোৰ্ড পৰিষ্কাৰ কৰা)

Go back to your seat. (তোমাৰৰ আসনলৈ উভতি যোৱা।)


Type by Dipawali Bora


Post ID: DABP001986