অনুশীলনী 2.2
সমাধান কৰা ঃ
1. দুটা সংখ্য়া 5ঃ7 অনুপাতত আছে । ডাঙৰ সংখ্য়াটোতকৈ সৰু সংখ্য়াটো 12 কম। সংখ্য়া দুটা উলিওৱা ।
Solution: সংখ্য়াদুটাৰ অনুপাত 5 : 7
ধৰা হ'ল ডাঙৰ সংখ্য়া 7x আৰু সৰু সংখ্য়াটো 5x
∴ প্ৰশ্নমতে
Solution: 30, 42
2. তিনিটা ক্ৰমিক যুগ্ম সংখ্য়াৰ যোগফল 48। সংখ্য়াকেইটা উলিওৱা ।
Solution: ধৰা হ'ল তিনিটা ক্ৰমিক যুগ্ম সংখ্য়া ক্ৰমে
x, (x+2) আৰু (x+4)
প্ৰশ্নমতে
∴ যুগ্ম সংখ্য়াকেইটা ক্ৰমে 14, 14+2 = 16; আৰু 14+4 = 18
Solution: 14, 16, 18
3. যদি 17500 টকা তিনিজন মানুহক 1ঃ2ঃ4 অনুপাতত ভগাই দিয়া হয়, তেন্তে প্ৰত্য়েকে কিমানকৈ টকা পালে ?
Solution: ধৰা হ'ল মানুকেইজনে ক্ৰমে x, 2x আৰু 4x টকাকৈ পালে।
প্ৰশ্নমতে
∴ প্ৰথমজনে পাব = X = 2500 টকা
দ্বিতীয়জনে পাব = 2x = 2✕2500 = 5000 টকা
আৰু তৃতীয়জনে পাব = 4x = 4☓2500 = 10,000 টকা
Solution: 2500 টকা ; 5000 টকা আৰু 10,000 টকা ।
4. এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দীঘ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি । খেলপথাৰখনৰ দীঘ আৰু প্ৰস্থ উলিওৱা ।
Solution: আমি জানো যে আয়তৰ পৰিসীমা = 2✖( দীঘ + প্ৰস্থ )
ধৰা হ'ল পথাৰখনৰ দীঘ = 2x + 2
প্ৰশ্নমতে
∴ খেল পথাৰখনৰ প্ৰস্থ = 46 মিটাৰ
খেল পথাৰখনৰ দীঘ = 2✖46 + 2 = 92 +2
= 94 মিটাৰ
Solution: দীঘ = 94 মিটাৰ; প্ৰস্থ = 46 মিটাৰ ।
5. দুটা অংকবিশিষ্ট সংখ্য়া এটাৰ একক স্থানৰ অংকটো 5। সংখ্য়াটো অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্য়াটো নিৰ্ণয় কৰা ।
Solution: দুটা অংকবিশিষ্ট সংখ্য়াটোৰ এককৰ স্থানৰ অংক = 5
ধৰা হ'ল দহকৰ স্থানৰ অংক = X
∴ সংখ্য়াটো হ'ব = 10x + 5
প্ৰশ্নমতে
∴ দহকৰ স্থানৰ অংক = X = 4
∴ সংখ্য়াটো হ'ব = 45
6. এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 চে মি বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 চে মি কম । ত্ৰিভুজটোৰ পৰিসীমা যদি 29 চে মি হয়, তেন্তে তিনিওডাল বাহুৰ জোখ উলিওৱা ।
Solution: আমি জানো যে ত্ৰিভুজৰ পৰিসীমা ইয়াৰ বাহুবোৰৰ যোগফলৰ সমান।
ধৰা হ'ল ত্ৰিভুজটোৰ তৃতীয় বাহুৰ জোখ = X
∴ প্ৰথম বাহুৰ জোখ = ( x +2 ) ; আৰু
দ্বিতীয় বাহুৰ জোখ = ( 2x - 5 )
প্ৰশ্নমতে
∴ প্ৰথম বাহুৰ জোখ = x + 2 = 8 + 2 = 10 চেঃমিঃ
দ্বিতীয় বাহুৰ জোখ = 2x - 5 = 2 ✕ 8 - 5 = 16 - 5 = 11 চেঃমিঃ
আৰু তৃতীয় বাহুৰ জোখ = 8 চেঃমিঃ
Solution: 10 চেঃমিঃ ; 11 চেঃমিঃ ; আৰু 8 চেঃমিঃ ।
7. এটা সংখ্য়াৰ ছয়গুণ সংখ্য়াটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ তিনিগুণৰ সমান হয় । সংখ্য়াটো উলিওৱা ।
Solution: ধৰা হ'ল সংখ্য়াটে X
প্ৰশ্নমতে
6x = 3 ( x + 12 )
⇨ 6x = 3x + 36
⇨ 6x - 3x = 36
⇨ 3x = 36
⇨ x = 36 ÷ 3 = 12
∴ নিৰ্ণেয় সংখ্য়াটো হ'ল = 12
Solution: 12
8. তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্য়াৰ যোগফল 45। সংখ্য়াকেইটা উলিওৱা ।
Solution: ধৰা হ'ল তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্য়া ক্ৰমে
X , X + 1 আৰু X + 2
প্ৰশ্নমতে
x + x + 1 + x + 2 = 45
⇨ 3x + 3 = 45
⇨ 3x = 45 - 3 = 42
⇨ 3x = 42
⇨ x = 42 ÷ 3 = 14
∴ সংখ্য়াকেইটা ক্ৰমে 14, 14, + 1 = 15; আৰু 14 + 2 = 16
Solution: 14, 15, 16
9. ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্য়াক ক্ৰমে 2, 3, আৰু 4, ৰে পূৰণ কৰি পোৱা সংখ্য়াকেইটাৰ যোগফল 119। সংখ্য়াকেইটা উলিওৱা ।
Solution: ধৰা হ'ল তিনিটা ক্ৰমিক অখণ্ড সংখ্য়া ক্ৰমে
X , ( x + 1 ) আৰু ( x + 2 )
প্ৰশ্নমতে
2x + 3 ( x + 1 ) + 4 ( x + 2 ) = 119
⇨ 2x + 3x +3 + 4x + 8 = 119
⇨ 9x + 11 = 119
⇨ 9x = 119 - 11
⇨ 9x = 108
⇨ x = 108 ÷ 9 = 12
∴ সংখ্য়াকেইটা ক্ৰমে 12 , ( 12 + 1 ) = 13 আৰু ( 12 + 2 ) = 14
Solution: 12, 13, আৰু 14
10. 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব । স্মিতাৰ বৰ্তমান বয়স কিমান ?
Solution: ধৰা হ'ল স্মিতাৰ বৰ্তমান বয়স = x বছৰ ।
∴ 20 বছৰ পিছত তাইৰ বয়স হ'ব = ( x + 20 )
∴ প্ৰশ্নমতে
∴ স্মিতাৰ বৰ্তমান বয়স 6 বছৰ ।
Solution: 6 বছৰ ।
11. ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ । দহ বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ তিনিগুণ আছিল । তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা ।
Solution: ধৰা হ'ল ৰশ্মিৰ বৰ্তমান বয়স = x বছৰ
∴ ৰাজৰ বৰ্তমান বয়স = 2x
প্ৰশ্নমতে
( 2x -10 ) = 3( x - 10 )
⇨ 2x - 10 = 3x - 30
⇨ 2x -3x = -30 + 10
⇨ x = 20
∴ ৰশ্মিৰ বৰ্তমান বয়স = 20 বছৰ।
ৰাজৰ বৰ্তমান বয়স = 2 ✖ 20 = 40 বছৰ
Solution: 20 বছৰ 40 বছৰ ।
12. ৰাণুয়ে তাইৰ হাতত থকা 500 টকীয়া নোটখন ওচৰৰ দোকান এখনত খুচুৰা কৰিবলৈ গ'ল । দোকানীজনে তাইক কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া মুঠ 19 খন নোট দিলে । ৰাণুয়ে প্ৰত্য়েকৰে কেইখনকৈ নোট পালে ?
Solution: ধৰা হ'ল ৰাণুৱে পোৱা 50 টকীয়া নোটৰ সংখ্য়া = x
∴ 20 টকীয়া নোটৰ সংখ্য়া হ'ব = ( 19 - x )
ৰাণুৱে পোৱা 50 টকীয়া নোটৰ মূল্য় = 50x
আৰু ৰাণুৱে পোৱা 20 টকীয়া নোটৰ মূল্য় = 20 ( 19 - x )
প্ৰশ্নমতে
50x + 20 ( 19 - x ) = 500
⇨ 50x + 380 - 20x = 500
⇨ 30x = 500 - 380
⇨ 30x = 120
⇨ x = 120 ÷ 30 = 4
∴ ৰাণুৱে পোৱা 50 টকীয়া নোটৰ সংখ্য়া = 4খন
ৰাণুৱে পোৱা 20 টকীয়া নোটৰ সংখ্য়া = ( 19 - 4 ) = 15 খন
Solution: 50 টকীয়া = 40খন, 20 টকীয়া = 15খন ।
13. এখন নাটকত শিশুৰ বাবে প্ৰতিটো টিকটৰ দাম 100 টকা আৰু প্ৰাপ্তঃবয়স্ক ব্য়ক্তিৰ বাবে প্ৰতিটো টিকটৰ দাম 250 টকা । 50 জন ব্য়ক্ৰিৰ পৰা সৰ্বমুঠ 8600 টকা সংগ্ৰহ কৰা হ'ল । তেওঁলোকৰ মাজত শিশুৰ সংখ্য়া কিমান আছিল ?
Solution:
∴ শিশুৰ সংখ্য়া = 26; আৰু প্ৰাপ্তঃবয়স্ক ব্য়ক্তিৰ সংখ্য়া = ( 50 - 26 ) = 24 জন ।
Solution: শিশু = 26 জন ; প্ৰাপ্তঃবয়স্ক = 24 জন।
14. এটা সংখ্য়াৰ অংশ সংখ্য়াটোৰ
অংশতকৈ 6 বেছি । সংখ্য়াটো কি ?
Solution: ধৰা হ'ল সংখ্য়াটো X
প্ৰশ্নমতে
∴ নিৰ্ণয়ে সংখ্য়া = 45
Solution: 45
15. এনে এটা পৰিমেয় সংখ্য়া উলিওৱা যাক ৰে পূৰণ কৰি পোৱা পূৰণফলৰ পৰা
বিয়োগ কৰিলে
পাবা ।
Solution: ধৰা হ'ল নিৰ্দিষ্ট পৰিমেয় সংখ্য়াটো X
প্ৰশ্নমতে

18. এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি হয় । যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা তেন্তে ভগ্নাংশটো হয় ।
Solution: ধৰা হ'ল ভগ্নাংশটোৰ লব = X
∴ হৰ হ'ব = x + 4
প্ৰশ্নমতে
19. এটা পৰিমেয় সংখ্য়াৰ হৰ লবতকৈ 5 বেছি । যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয়, তেন্তে নতুন পৰিমেয় সংখ্য়াটো হয় । পৰিমেয় সংখ্য়াটো উলিওৱা ।
Solution:ধৰা হ'ল লব = X
∴ হৰ = x + 5
প্ৰশ্নমতে
22. বিদ্য়ালয় সপ্তাহত এখন বিদ্য়ালয়ৰ মুঠ ছাত্ৰৰ এক পঞ্চমাংশই 100 মিটাৰ দৌৰ আৰু এক তৃতীয়াংশই 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্য়ৰ দুগুণৰ সমান ছাত্ৰই মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। বাকী থকা 15 জন ছাত্ৰই খেল উপভোগ কৰিছে। খেলপথাৰখনত মুঠ কিমান ছাত্ৰ আছে ?
Answer - Pooja Bora