অধ্যায় 11

অনুপাত আৰু সমানুপাত  ( Ratio and Proportion )

অনুশীলনী 11 (A)


1. তলৰ ৰাশিবোৰৰ অনুপাত উলিওৱা ।

(i) 225 আৰু 90


(iii) 400 মিলি. আৰু 2.5 লি.

(iv) 120 পইছা আৰু 3 টকা 

(v) 650 গ্ৰাম আৰু 2 কিগ্ৰা.


2. তলৰ অনুপাতবোৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা ।

(i) 65 : 91

(ii) 250 : 125

(iii) 400 : 255

(iv) 138 : 184

(v) 102 : 238


3. তলৰ অনুপাতবোৰৰ পৰা একক অনুপাত, লঘু অনুপাত আৰু গুৰু অনুপাতবোৰ বাছি উলিওৱা ।

(i) 16 : 13

(ii) 1 : 9

(iii) 13 : 13

(iv) 9 : 10

(v) 121 : 11

(vi) 1 : 1

(vii) 17 : 18

(viii) 24 : 1

(ix) 10 : 10


4. তলৰ অনুপাতবোৰৰ প্ৰতিটোৰে 2 টাকৈ সমতুল্য অনুপাত উলিওৱা ।

(i) 2 : 5

(ii) 16 : 18

(iii) 1 : 11

(iv) 14 : 19

(v) 100 : 200


5. তলৰ অনুপাতবোৰৰ মিশ্ৰ অনুপাতবোৰ নিৰ্ণয় কৰা ।

(i) 2 : 3, 4 : 7, 9 : 8

(ii) 11 : 14, 21 : 22, 16 : 10

(iii) 10 : 9, 12 : 25, 15 : 21

(iv) 19 : 8, 24 : 38, 1 : 12

(v) 15 : 16, 18 : 23, 46 : 45


6. তলৰ অনুপাতবোৰৰ কোনটা ডাঙৰ, কোনটো সৰু নিৰ্ণয় কৰা ।

(i) 3 : 4 আৰু 9 : 16

(ii) 1 : 5 আৰু 3 : 17

(iii) 5 :6 আৰু 7 : 8

(iv) 12 : 7 আৰু 13 : 8

(v) 25 : 23 আৰু 24 : 22 


7. তলৰ অনুপাতবোৰৰ বিপৰীত অনুপাতবোৰ লিখা ।

(i) 1 : 9

(ii) 4 : 7

(iii) 1 : 1

(iv) 10 : 3

(v) 14 : 19


8. এখন বিদ্য়ালয়ৰ ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত 3 : 4 । যদি বিদ্য়ালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 840 হয় তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা ।


9. এটা আয়তৰ দীঘ 84 ছেমি. আৰু প্ৰস্থ 72 ছেমি. । আয়তটোৰ দীঘ আৰু প্ৰস্থৰ অনুপাত উলিওৱা ।


10. এখন বিদ্য়ালয়ৰ মুঠ শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা 110 জন আৰু মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 2200 । শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাত উলিওৱা ।


11. 5000 টকা অমৰ আৰু সমৰৰ মাজত 1 : 4 অনুপাতত ভগাই দিয়া ।


12. 1521 টকা সোণালী আৰু জোনালীৰ মাজত 7 : 2 অনুপাতত ভগোৱা ।


13. শ্য়ামন্তই মাহিলি 15300 টকা উপাৰ্জন কৰে । ইয়াৰে তেওঁ 1224 টকা জমা কৰে । তেনেহ'লে তলৰ অনুপাতবোৰ উলিওৱা ।

(i) তেওঁৰ আয় আৰু জমাৰ 

(ii) তেওঁৰ আয় আৰু খৰচৰ

(iii) তেওঁৰ খৰচ আৰু জমাৰ



Question Type By- Himadree Bora


Post ID: DABP001910