বৃটিছ শাসিত ভাৰত বৰ্ষত শিক্ষাঃ এক পৰীক্ষণৰ সময়
(Education in British India : A Period of Experiment)
(i) অতি চমু উত্তৰৰ প্রশ্ন (Questions of very short answers )
১। মণ্ট-ফর্ড সংস্কাৰ কি?
What is Mont-Ford Reofrm?
উত্তৰঃ
২। দ্বৈত শাসন কি?
What is diarchy?
উত্তৰঃ
৩। অপচয় কি?
What is wastage?
উত্তৰঃ
৪। অনুন্নয়ন কি?
What is stagnation?
উত্তৰঃ
৫। বুনিয়াদী শব্দৰ অৰ্থ কি?
What is the meaning of the term 'Basic'?
উত্তৰঃ
৬। বাধা শিক্ষা সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল?
In which year, Wardha Education Conference was held?
উত্তৰঃ
৭। বুনিয়াদী শিক্ষাৰ প্ৰধান সমৰ্থক কোন আছিল?
Who was the chief exponent of Basic Education?
উত্তৰঃ
৮। বুনিয়াদী শিক্ষাৰ এটা বৈশিষ্ট্য লিখা।
Write one characteristic of Basic education.
উত্তৰঃ
৯। বুনিয়াদী শিক্ষাৰ এটা অসুবিধা উল্লেখ কৰা।
Mention one demerit of Basic education.
উত্তৰঃ
১০। গান্ধীজীয়ে ভাৰতত কেনে সমাজ সৃষ্টি কৰিব বিচাৰিছিল?
What type of society did Gandhiji want to create in India?
উত্তৰঃ
১১। চার্জেন্ট প্রতিবেদনৰ সদস্য সংখ্যা কিমান আছিল?
How many members were there in Sargent Plan?
উত্তৰঃ
১২। CABE ৰ সম্পূৰ্ণ গঢ়টো লিখা।
Write the full form of CABE.
উত্তৰঃ
১৩। বিশ্ববিদ্যালয় অনুদান আয়োগ স্থাপনৰ পৰামৰ্শ কোনে আগবঢ়াইছিল?
Who advocated to established University Grant Commission.
উত্তৰঃ
১৪। চার্জেণ্টৰ প্ৰতিবেদনত কিমানটা অধ্যায় আছিল?
How many chapters were there in Sargent Report?
উত্তৰঃ
(ii) চমু উত্তৰ প্রশ্ন ( Answer of Short Questions )
১। চাইমন কমিচনৰ বিষয়ে লিখা।
Write about Simon Commission.
উত্তৰঃ
২। প্রাথমিক শিক্ষাৰ বিকাশৰ বাধাবোৰ কি কি?
What are the hindrances in the path of progress of primary eduction.
উত্তৰঃ
৩। হার্টগ কমিটিৰ মতে মাধ্যমিক শিক্ষাৰ আসোঁৱাহবোৰ কি কি আছিল?
What are the defects of secondary education according to Hartog Committee.
উত্তৰঃ
৪। মহিলা শিক্ষাৰ ক্ষেত্ৰত হার্টগ কমিটিয়ে কি কৈছিল?
What does Hartog Committee say on women education?
উত্তৰঃ
৫। জাকিৰ হুছেইন কমিটিৰ প্রধান উদ্দেশ্যবোৰ উল্লেখ কৰা।
Mention the main objectives of Zakir Hussain Committee.
উত্তৰঃ
৬। বুনিয়াদী শিক্ষাৰ চাৰিটা সুবিধা লিখা।
Write four merits of basic education.