প্ৰশ্নাৱলীঃ
১) অতি চমু উত্তৰ দিয়াঃ
(Give very short answer)
প্ৰতিশালী শিশু কাক বোলে ?
What is Gifed Children ?
জে.পি. গিলফৰ্ডৰ তত্বটোৰ নাম কি ?
What is the name of the theory of J.P. Guilford ?
প্ৰতিভাশালী শিশুৰ এটা বৌদ্ধিক বৈশিষ্ট্য উল্লেখ কৰা ?
Mention one intellectual Characteristic of gifted children
প্ৰতিভাশালী শিশু এটা সামাজিক বৈশিষ্ট্য উল্লেখ কৰা ?
Mention one social characteristic of gifted children ?
মানসিক বাধাপ্ৰস্ততা কি ?
What is mental retardation ?
মানসিক বাধাগ্ৰস্ততা এটা বৈশিষ্ট্য উল্লেখ কৰা ?
Mention one characteristic of mental retardation ?
জড়ধী শিশু কোনবোৰ ?
Who are idiot child ?
অলপীয়া বাধাগ্ৰস্ততা কি ?
What is mild retardation ?
আৱেগিক অসুস্থতা কি ?
What is emotional disturbance ?
আৱেগিকভাৱে অসুস্থ শিশুৰ এটা আচৰণগত বৈশিষ্ট্য উল্লেখ কৰা ?
Mention one behavioral characteristic of emotionally disturbed ?
২) শুদ্ধনে অশুদ্ধ লিখাঃ
(Write true or false)
৯০ বা তাৰ ওপৰৰ মানসিক সামৰ্থৰ শিশুসকল হল প্ৰতি্ভাশাসী শিশু ।
Children having an I.Q. of 90 and above are gifted children ?
সামাজি্ক পৰিপক্কতা প্ৰতিভাশালী শিশুৰ এক ব্যক্তিত্বৰ বৈশিষ্ট্য ।
Social maturity is a personality characteristics of gifted children ?
প্ৰতিভাশালী শিশুসকলৰ সৃজনশীল হয় ।
Gifted children are creative ?
বিমূৰ্ত চিন্তন প্ৰতিভাশালী শিশুৰ এক বৈশিষ্ঠ্য।
Abstract thinking is a characteristics of gifted children.
মানসিক বাধাগ্ৰস্ত শিশু আৰু ধীৰ গতিৰ শিশু একে ।
Mentally retarded child and slow learners are same .
মানসিক বাধাগ্ৰস্ততা এক পৰিৱেশীয় সমস্যা মাথোন ।
Mental retardation is only an environmental problem.
দুৰ্বল কল্পনাশক্তি মানসিক বাধাগ্ৰস্ততা এক মনোবৈজ্ঞানিক বৈশিষ্ট্য ।
Poor imagination power is a psychological characteristic of mental retardation.
চৰিত্ৰৰ বিশৃংখলতা আৱেগিকভাৱে অসুস্থ শিশুৰ এটা বৈশিষ্ঠ্য ।
Character disorder is characteristic of emotionally disturbed children.
জটিল মানসিক বিকাৰ এক মানসিক সমস্যা সমস্যা ।
Psychosis is a mental problem.
অনগ্ৰসৰ শিশু বুদ্ধ্যংক সাধাৰণ শিশুতকৈ কম ।
IQ of backward Child is lower than normal Child
৩) খালী ঠাই পূৰ কৰা :
(Fill in the blanks)
------------ বা তাৰ ওপৰৰ মানসিক মানসিক মানৰ্থৰ শিশুসকল হ’ল প্ৰতিভাশালী শিশু ।
Children having 1. Q. of ------------ and above are gifted children.
প্ৰতিভাশালী শিশু এক বৌদ্ধিক বৈশিষ্ঠ্য হল ---------- ।
------------ is a intellectual characteristic of gifted children
অসাধাৰণ চৰিত্ৰ প্ৰতিভাশালী শিশুৰ এক ----------- বৈশিষ্ঠ্য ।
Exceptional characteristic is a ---------- characteristic of gifted children
সামাজিক সুপৰিপক্কতা প্ৰতিভাশালী শিশুৰ এক ---------- বৈশিষ্ট্য ।
Social maturity is a ------------- characteristic of gifted children
মানসিক বাধাগ্ৰস্ততা হল ----------- বিকাশৰ বাধা আৰোপিত বা অসম্পূৰ্ণ এক অৱস্থা ।
Mental retardation is a condition of arrested or incomplete development of ---------
বিমূৰ্তকৰণৰ -------- মানসিকভাৱে বাধাগ্ৰস্ত শিশুৰ এক মনৌবৈজ্ঞানিক বৈশিষ্ঠ্য।
Psychological characteristic of mentally retarded child is ------------ abstraction.
মূড়ধী শিশুৰ বুদ্ধ্যাংক-------------- ৰ পৰা ---------- ৰ ভিতৰত থাকে ।
IQ of morons are from ---------- to ---------- .
বাৰ্টৰ মনে অনগ্ৰসৰ শিশুৰ বুদ্ধ্যাংক -----------ৰ তলৰ ।
According to burt, I Q of backaward child is lower than ---------------- .
আৱেগিকভাৱ্ অসুস্থ শিশুসকলৰ ------------ দিশত অপৰিপক্ক
Emotionally disturbed children children are characteristic by behaviour excess and
(x) আৱেগিকভাৱে অসুস্থ শিশুসকলৰ মাত্ৰাধিক আচৰণ আৰু ---------বৈশিষ্ঠপুৰ্ণ ।
Emontionally disturbed children are characteristic by behaviour excess and
৪) চমু উত্তৰ দিয়া ।
(Write short answer)
প্ৰতিভাশালী শিশু সংজ্ঞা’
Define gifted children.
প্ৰতিভাশালী শিশুৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
Mention two characteristics of gifted children.
বিশেষ বিদ্যালয় কি ?
What is speacial schools ?
দ্ৰুত উন্নতি মানে কি ?
What is rapid promotion ?
মানসিক বাধাগ্ৰস্ততাৰ জন্মোত্তৰ কাৰকবোৰ উল্লেখ কৰা ।
Mention the natal causes of mental retardation.
(vii) অনগ্ৰসৰ শিশু দুটা বৈশিষ্ট লিখা ।
Write two characteristics of backwardness.
(viii) আৱেগিকভাৱে অসুস্থ শিশুৰ সংজ্ঞা দিয়া ।
Define Emotionally disturbed child.
(ix) আৱেগিকভাৱে অসুস্থ শিশুৰ দুটা সামাজিক আৰু আৱেগিক বৈশিষ্ট্য উল্লেখ কৰা ।
Mention two social and emotional characteristics of emotionally disturbed child.
অটিজম কি ?
What is autism?
৫। চমুটোকা লিখাঃ
( Write is autism)
(i) প্ৰতিভাশালী শিশুৰ উন্নত পাঠ্যক্ৰম ।
Enriched curriculum for gifted children
(ii) প্ৰতিভাশালী শিশুৰ বৌদ্ধিক বৈশিষ্ট্য।
Intellectual characteristic of gifted children.
(iii) ফ্ৰতিভাশালী শিশুৰ ব্যক্তিত্ব বৈশিষ্ট্য ।
Personality Characteristic of gifted children.
(iv) প্ৰতিভাশালী শিশুৰ সামাজিক বৈশিষ্ট্য ।
Social Characteristic of gifted children.
(v) মানসিকভাৱে বাধাগ্ৰস্ত শিশুৰ শাৰিৰীক বৈশিষ্ট্য ।
Physical Characteristic of mentally disturbed child.
(vi) মানসিকভাৱে বাধাগ্ৰস্ত শিশুৰ আচৰণগত বৈশিষ্ট্য
Behavioural Characteristic of mentally disturbed child
(vii) শিক্ষা গ্ৰহণৰ সামৰ্থ থকা মানসিক বাধাগ্ৰস্ত শিশু ।
Educable mentally retarded child .
(viii) অনগ্ৰসৰ শিশুৰ চিনাক্তকৰণ।
Identification of Backward child.
(ix) আৱেগিকভাৱে অসুস্থ শিশুৰ আচৰণগত বৈশিষ্ট্য ।
Behavioural Characteristic of emotionally disturbed child.
(x) শিশুৰ আৱেগিক অসুস্থতাৰ পৰিবেশীয় কাৰক ।
Environmental factors of Emotional disturbance of Child>
৬। উত্তৰ লিখাঃ
( Write answer)
(i) প্ৰতিভাশালী শিশু কোনবোৰ ? এঁওলোক কেনেকৈ চিনাক্ত কৰিব পাৰি ?
Who are gifted children ? How can they are identified ? Discuss about the educational provision of gifted children.
(ii) প্ৰতিভাশালী শিশুৰ শিক্ষাত শিক্ষক আৰু পিতৃ-মাতৃৰ ভূমিকা আলোচনা কৰা ।
Discuss the role of teachers and parents for education of gifted children .
(iii) মানসিকভাৱে বাধাগ্ৰস্ত শিশুসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি ? ইয়াৰ কাৰণবোৰ লিখা ।
How to identify mentally retarded child? Write its causes.
(iv) মানসিকভাৱে বাধাগ্ৰস্ত শিশুৰ শিক্ষাৰ বিষয়ে লিখা ?
Write about education of mentally retarded child.
(v) ধীৰ গতিৰ শিশুৰ শিক্ষা ব্যৱস্থা বৰ্ণনা কৰা ।
Explain the educational provision of slow learners.
(vi) আৱেগিকভাৱে অসুস্থ শিশুৰ বিভিন্ন প্ৰকাৰবোৰ কি কি ? এইসকল শিশুক কেনেকৈ চিনাক্ত কৰিব পাৰি ?
What are the types of emotionally disturbed children? How to identify them?
(vii) আৱেগিকভাৱে অসুস্থ শিশুৰ শিক্ষা ব্যৱস্থা বৰ্ণনা কৰা ।
Explain about education provision of emotionally disturbed child.