ৰাজা ৰামমোহন ৰায়ঃ অধিকাৰ

অধ্যায়ঃ ২

প্ৰশ্নাৱলী

১। ৰাজা ৰমমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ধৰ্মীয়-সমাজিক সংস্কাৰ আন্দোলনটোৰ নাম লিখা।

Name the Social-religious reform movement founded by Raja Rammohan Roy. 

(a) আৰ্য সমাজ (Arya Samaj) 

(b) ব্ৰাক্ষ্ৰ সমাজ (Brahma Samaj)

(c) থিয়'ছ'ফিকেল সমাজ (Theosophical Society)

(d) সত্য সাধক সমাজ (Satya Sadhak Samaj)

উত্তৰঃ 


২। কোন মোগল সন্ৰাটে ৰামমোহন ৰায়ক ৰাজা উপাধি প্ৰধান কৰিছিল ।

Which Mughal emperor gave him the title of Raja?

 (a) জাহাংগীৰ (Jahangir)

(b) ঔৰংগজেৱ (Ourangajeb)

(c) আকবৰ ২ (Akbar ii)

(d) ছাহজাহান (Sahjahan)

উত্তৰঃ


৩। তলৰ কোনখন বাতৰি কাকত ৰমমোহন ৰায়ৰদ্বাৰা আৰম্ভ কৰা হৈছিল?

Which one of the following is a newspaper is a newspaper started by Raja Rammohan Roy?

(a) দ্যা বেংগল গেজেট (The Bengal Gazette)

(b) সংবাদ কাউমিডি (Sambad Kaumidi )

(c) দ্য কেলকাট গেজেট (The Calcutt Gazette)

(d) দ্য বেংগল সমাচাৰ (The Bengal Samacher )

উত্তৰঃ


৪। তলৰ কোনটো প্ৰথাৰ বিৰুদ্ধে ৰামমোগন ৰায়ে বিশেষভাৱে খাটিছিল।

Name the major social evil that Raja Rammohan Roy fought against?

(a) আস্পৃশ্যতা (Untouchability)

(b) সতীদাহ (Satidah) 

(c) যোতুক (Dowry)

উত্তৰঃ


৫। তলৰ কোনটো ৰাজা ৰামমোদন ৰায়ৰ ক্ষেত্ৰত শুদ্ধ নহয়।

Which one of the following is not true about Raja Rammohan Roy?

(a) তেওঁ আছিল বহুভাষী (He Was a polyglot)

(b) তেওঁ ইংৰাজী শিক্ষাৰ বিৰোধিতা কৰিছিল (He was against English Education) 

(c) তেওঁ কোৰাণ আৰু বেদ অধ্যয়ন কৰিছিল (He had studied Quran and Vedas )

(d) তেওঁ আছিল সংস্কাৰক ( He was reformer )


উত্তৰ


৬। ৰাজা ৰামমোহন ৰায় জনাজাত--

Raja Rammohan Roy is Known as-

(a) প্ৰাচান ভাৰতৰ পিতৃ (Father of ancient India )

(b) আধুনিক ভাৰতৰ পিতৃ (Father of modern India)

(c) এছিয়াৰ পিতৃ (Father of Asia)

(d) অসমৰ পিতৃ (Father of Assam)  

উত্তৰঃ


৭। ৰাজা ৰামমোহন ৰায়ৰ জন্ম হৈছিল 

(Raja Rammohan Roy was born--)

(a) ২ ছেপ্টেম্বৰ ১৭৭২ (2nd September 1772)

(b) ২৮ জুলাই ১৭৭২ (28th July 1772)

(c) ২৫ জুন ১৭৭৫ (25th June 1775)

(d) ২২ মে' ১৭৭২ (22nd May 1772)

উত্তৰঃ


৮। ৰাজা ৰামমোহন ৰায়ৰ মূত্যু হৈছিল 

Raja Rammohan Roy died--

(a) ২৮ নৱেম্বৰ ১৮৩৩ (28th November 1833)

(b) ২৭ ছেপ্টেম্বৰ ১৮৩৩ (27th September)

(c) ১৮ অক্টোবৰ ১৮৩৩ (18th October 1833)

(d) এটাও নহয় (None of the above)

উত্তৰঃ


{B} চমু উত্তৰ দিয়া (Give Short Answer)ঃ

১। ভাৰতবৰ্ষত আধুনিক যুঘৰ প্ৰৱৰ্তক বুলি কাক কোৱা হয়।

Who is called the "Inaugurator of modern Age" in India? 

উত্তৰঃ


২। ভাৰতৰ প্ৰথম 'নাৰীপাদী' ব্যক্তিজন কোন।

Who was the first 'Feminist' of India?

উত্তৰঃ


 ৩। "Question and Answers on the Judicial System of India"-ৰ লিখক কোন?

Who is the author of "Question and Answers on the Judicial Sytem of India"?

উত্তৰঃ


৪। ৰামমোহন ৰয়ে কোন দেশক বিপ্লৱৰ পৱিত্ৰ তীৰ্থভূমিৰূপে গণ্য কৰিছিল।

Which country did Ram Mohan Roy regard as the holy pilgrimage for revolution?

উত্তৰঃ


৫।  Satya Sodhak Samaj was established in the year 187/1872/1873.

উত্তৰঃ


৬। ভাৰতবৰ্ষত হিন্দু সংস্কাৰ আন্দোলনৰ জনক বুলি কাক কোৱা হয়। 

Who is called as the pioneer of Hindu Reform Movement?

উত্তৰঃ


৭। ১৮১৫ চনত ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা সমাজখনৰ নাম কি আছিল?

Name the society established by Raja Rammohan Roy in the year of  1815.  

উত্তৰঃ


{C} চমুটোকা লিখা (Short Notes)ঃ

১। ব্ৰাক্ষসমাজ 

(Brahma Samaj) 

উত্তৰঃ


২। সতী প্ৰথা 

(Sati System) 

উত্তৰঃ


৩। নাৰী আৰু সম্পত্তিৰ অধিকাৰ 

(Right Women and Property)

উত্তৰঃ


৪। গণতন্ত্ৰবাদী হিচাপে ৰামমোহন ৰায় 

(''Raja Rammohan Roy is a Democratic"--Explain it.)

উত্তৰঃ


৫। ৰাজা ৰামমোহন ৰয়ৰ ধৰ্মৰ ধাৰনা

Concept of religion- according to Raja Rammohan Roy.

উত্তৰঃ


 {D} ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Question):

১। সমাজ-সংস্কাৰক হিচাপে ৰাজা ৰামমোহন ৰায়ৰ মূল্যায়ৰ কৰা। 

Evaluate Raja Ram Mohan Roy as a social reformer.

উত্তৰঃ


২। নাৰী সৱলীকৰণৰ ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়ৰ ভুমিকা সম্পৰ্কে আলোচনা কৰা।

Discuss the role of Raja Rammohan Roy towards empowering women.

উত্তৰঃ


৩। সমাজ সংস্কাৰক হিচাপে ৰাজা ৰামমোহন ৰয়ৰ কাৰ্যপন্থাসমূহ আলোচনা কৰা।

Narrate the activities of Raja Rammohan Roy as a Social Reformer. 

উত্তৰঃ


 ৪। Discuss the contribution of Raja Rammohan Roy towards judicial.

উত্তৰঃ


৫। Discuss Raja Rammohan Roy as an initiator of Social Reform Movement in the pre-Independence period.

উত্তৰঃ


৬। নাৰী মুক্তিৰ ওপৰত ৰামমোহন ৰয়ৰ অৱদানসমূহ বিশ্লেষণ কৰা।

Examine Raja Rammohan Roy's contribution on Women's emancipation.

উত্তৰঃ


৭। মানৱতাবাদী হিচাপে ৰামমোহন ৰয়ৰ ওপৰত এখন ৰচনা লিখা।

Write an essay on Raja Rammohan Roy as a Humanist.

উত্তৰঃ


 ৮। ৰাজনৈতিক চিন্তাধাৰা ওপৰত ৰামমোহন ৰয়ৰ অৱদান উল্লেখ কৰা।

Give out the Rammohan Roy as a Feminist.

উত্তৰঃ


৯। Evaluate Raja Rammohan Roy as a Feminist. 

উত্তৰঃ


১০। ৰামমোহন ৰয়ে আইন সংস্কাৰৰ ওপৰত দিয়া ধাৰণা উল্লেখ কৰা। 

Describe the Concept of judicial Reforms Propounded by Raja Rammohan Roy.

উত্তৰঃ


১১। মানৱতাবাদী হিচাপে ৰামমোহন ৰায়ক মূল্যায়ন কৰা।

উত্তৰঃ


১২। Evaluate Raja Rammohan Roy as a humanist. 

উত্তৰঃ


১৩। সমাজ সংস্কাৰ আন্দোলনৰ ক্ষেত্ৰত ৰাজা কামমোহন ৰায়ে লোৱা পদক্ষেপসমূহ উল্লেখ কৰা।

Mention the steps taken by Ramohan Roy in regard to Social Reform Movement.

উত্তৰঃ

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type By Jit Bora 






Post ID: DABP004380