ভীমৰাও ৰামজী আম্বেদকাৰ(১৮৯১- ১৯৫৬) সামাজিক ন্যায়
অধ্যায়ঃ ৬
উত্তৰঃ
৫। কিমান চনত 'পূণা চুক্তি স্বাক্ষৰিত হৈছিল?
In which year 'Poona Pact' was concluded?
উত্তৰঃ
৬। হিন্দ স্বৰাজ গ্ৰন্থখন কোনে লিখিছিল?
Who wrote the book, Hind Swaraj?
৭। স্বাধীন ভাৰতৰ “সংবিধানৰ পিতা” বুলি কাক কোৱা হয়।
Who is known as the "father of the Constitution" of Independent India?
৮। জৱাহৰলাল নেহৰুৰ মন্ত্ৰীমণ্ডলত আম্বেদকাৰ কি মন্ত্ৰিত্বৰ দায়িত্বত আছিল?
What portfolio did Ambedkar hold in Nehru's Cabinet?
৯। দলিতসকলৰ মাজত আম্বেদকাৰক কি নামেৰে বিভূষিত কৰা হয়?
By what name does Ambedkar known amongst the Dalits? So In which year did B.R. Ambedkar resign form Nehru Cabinet?
উত্তৰঃ
[C] চমু উত্তৰৰ বাবে ( For Short Answers) :
১। ড° বি. আৰ. আম্বেদকাৰৰ দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা।
Mention two works of Dr. B.R. Ambedkar.
২। দ্বিতীয় ঘূৰণীয়া মেজমেলত আম্বেদকাৰে মহাত্মা গান্ধীক কিয় সমালোচনা কৰিছিল ?
Why did Ambedkar criticise Mahatma Gandhi during the Second Round Table Conference?
উত্তৰঃ
৩। আম্বেদকাৰে নেহৰুৰ মন্ত্ৰীসভাৰপৰা কিয় পদত্যাগ কৰিছিল?
Why did Ambedkar resign from Nehru's cabinet?
উত্তৰঃ
৪। আম্বেদকাৰে বৃটিছ চৰকাৰৰদ্বাৰা ঘোষিত “সাম্প্রদায়িক বঁটা”ক কিয় সমর্থন জনাইছিল?
Why did Ambedkar support the "communal award" declared by the colonial administration?
৫। পুণা চুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা।
Mention two conditions incorporated in the Poona Pact?
৬। Mention briefly Ambedkar's views on Chaturbarna System.
৭। আম্বেদকাৰৰ মতে, এখন আদর্শ সমাজৰ ভেঁটি কি?
According to Ambedkar what are the basis of an ideal society?
উত্তৰঃ
[D] চমুটোকা লিখা (Short Notes) :
১। পাকিস্তান গঠনৰ ওপৰত আম্বেদকাৰৰ প্ৰতিক্ৰিয়া।
Ambedkar's reaction on the proposal on formation of Pakistan.
২। আম্বেদকাৰৰ আদৰ্শ সমাজৰ ধাৰণা।
(Ambedkar's concept of ideal
উত্তৰঃ
৩। সংসদীয় গণতন্ত্ৰৰ ওপৰত আম্বেদকাৰৰ ধাৰণা।
(Ambedkar's views on political democracy.)
উত্তৰঃ
৪। আম্বেদকাৰৰ সামাজিক ভাবধাৰা।
(Ambedkar's social ideas.)
উত্তৰঃ
৫। আম্বেদকাৰৰ চতুৰ্বৰ্ণৰ সমালোচনা।
(Ambedkar's critique of four varnas.)
উত্তৰঃ
৬। পুনা চুক্তিৰ বিষয়ত আম্বেদকাৰৰ প্ৰতিক্ৰিয়াৰ বিষয়ে এটি টোকা লিখা।
(Write a note on Ambedkar's re-action to Poona Pact.)
উত্তৰঃ
[E] ৰচনাধৰ্মী প্রশ্ন (Descriptive Questions) :
১। দলিতসকলক সবলীকৰণ কৰাত আম্বেদকাৰৰ ভূমিকা আলোচনা কৰা।
Discuss the role of Ambedkar on empowerment of Dalits.
উত্তৰঃ
২। দলিতসকলৰ সবলীকৰণত আম্বেদকাৰৰ ভূমিকা ব্যাখ্যা কৰা।
Briefly explain the contribution of B.R. Ambedkar in regard to empowerment of Dalits.
উত্তৰঃ
৩। জাতিভেদৰ বিষয়ত আম্বেদকাৰৰ ধাৰণা আলোচনা কৰা।
Discuss Ambedkar's views on Caste System.
উত্তৰঃ
৪। আদর্শ সমাজ আৰু সমাজবাদ সম্পৰ্কত আম্বেদকাৰৰ ধাৰণাৰ বিষয়ে এটি টোকা লিখা।
Write a note on Ambedkar's ideas about "Ideal Society" and "Socialism".
উত্তৰঃ
৫। আমোলাতন্ত্র সম্পৰ্কত আম্বেদকাৰৰ ধাৰণাৰ বিচাৰ কৰা।
Examine Ambedkar's attitude towards Bureaucracy.
উত্তৰঃ
৬। আম্বেদকাৰৰ সামাজিক আৰু ৰাজনৈতিক ধাৰণাসমূহ ব্যাখ্যা কৰা।
Discuss the Social and Political ideas of Ambedkar.
উত্তৰঃ
৭। ভাৰতৰ সংবিধান ৰচনাত আম্বেদকাৰৰ ভূমিকা আলোচনা কৰা।
Discuss the role of Ambedkar in making the Constitution of India.
উত্তৰঃ
৮। অস্পৃশ্যসকলৰ ত্ৰাণকৰ্তা হিচাপে আম্বেদকাৰৰ বিষয়ে এটি টোকা লিখা।
Write a note on Ambedkar as the "Saviour of the Untouchables."
উত্তৰঃ
৯। “আম্বেদকাৰ আছিল অস্পৃশ্যসকলৰ সামাজিক ধর্মগুৰু” – এই উক্তিৰ বিচাৰ কৰা আৰু মনুস্মৃতিৰবিৰুদ্ধে তেওঁৰ ধাৰণা ব্যাখ্যা কৰা।
(“Ambedkar was a social prophet of the Untouchables."-Examine this statement with a critical estimate of his crusade against Manusmriti.)
উত্তৰঃ
১০। “আম্বেদকাৰে বুদ্ধ ধৰ্মক মার্ক্সবাদৰ নৈতিক আৰু সহশীলতাৰ বিকল্প হিচাপে বিবেচনা কৰিছিল আৰু তেওঁৰ অনুগামীসকলে তেওঁক কুৰি শতিকাৰ বোধিসত্ব হিচাপে গৌৰৱ অনুভৱ কৰিছিল”—মন্তব্য দিয়া।
Ambedkar regarded Buddhism as a moral and tolerant alternative to Marxism and his followers feel Pride in glorifying him as a Bodhisattva of the 20th Century. -
উত্তৰঃ
১১। আম্বেদকাৰ কিয় বিখ্যাত? সামাজিক ন্যায় সম্পর্কিত তেওঁৰ ধাৰণা আলোচনা কৰা।
(Why is Ambedkar famous for? Discuss his views on Social justice.)
উত্তৰঃ
১২। সামাজিক ন্যায় সম্পৰ্কত আম্বেদকাৰৰ ভূমিকা ব্যাখ্যা কৰা।
Discuss Ambedkar's view on social justice.
উত্তৰঃ
১৩। আম্বেদকাৰক সামাজিক সংস্কাৰক হিচাপে আলোচন কৰা।
Discuss Ambedkar as a social reformer.
উত্তৰঃ
১৪। ব্রাহ্মণ্যবাদ সম্পৰ্কত আম্বেদকাৰৰ ধাৰণা ব্যাখ্যা কৰা।
(Explain Ambedkar's views on Brahminism.)
উত্তৰঃ
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Question Type By Jit Bora
Post ID: DABP004383