শ্বৰৰ অস্তিত্ব সম্পৰ্কীয় প্ৰমাণ বা যুক্তি

চতুৰ্থ অধ্যায়

প্ৰশ্নাৱলী

 Broad Questions / ৰচনাধৰ্মী প্রশ্ন

1. What are the traditional proofs for the existence of God? Explain them briefly. 

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় পৰম্পৰাগত যুক্তিসমূহ কি কিসেইবোৰ চমুকৈ আলোচনা কৰা

 উত্তৰঃ


2. Explain and examine the ontological argument for the existence of God. 

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা

উত্তৰঃ


3. Critically discuss the teleological argument for the existence of God.

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় উদ্দেশ্যমূলক যুক্তিটো সমালোচনাসহ আলোচনা কৰা৷ 

উত্তৰঃ


4. Discuss the causal argument for the existence of God. Is it satisfactory? 

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় কাৰ্য কাৰণ যুক্তিটো আলোচনা কৰা এইটো সন্তোষজনক নে?

 উত্তৰঃ


5. Explain critically the cosmological proof for the existence of God. 

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় বিশ্বতত্ত্বমূলক যুক্তিটো সমালোচনা সহ ব্যাখ্যা কৰা 

উত্তৰঃ


6. What is moral argument? Is it a satisfactory proof for the existence of God? Discuss. 

নৈতিক যুক্তি কিএইটো ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় সন্তোষজনক প্রমাণ হয় নেআলোচনা কৰা 

উত্তৰঃ


7. What is Anselm's argument for the existence of God? Discuss critically. 

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় এনছেল্মৰ যুক্তিটো কিসমালোচনাসহ আলোচনা কৰা

 উত্তৰঃ


8. Discuss Descartes' argument for the existence of God. 

ডেকাৰ্টৰ ঈশ্বৰৰ অস্তিত্ব প্ৰমাণৰ যুক্তিটো আলোচনা কৰা

 উত্তৰঃ


9. Explain the design argument for the existence of God. 

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় পৰিকল্পনামূলক যুক্তিটো ব্যাখ্যা কৰা

 উত্তৰঃ


10. Discuss Paley's analogy of watch. Can he prove the existence of God through this argument? 

পেলেৰ ঘড়ীৰ উপমাটো আলোচনা কৰা তেওঁ এই যুক্তিৰে ঈশ্বৰৰ অস্তিত্ব প্রমাণ কৰিব পাৰিছে নে?

 উত্তৰঃ


11. Explain the design argument of William Paley. 

উইলিয়াম পেলেৰ পৰিকল্পনামূলক যুক্তিটো ব্যাখ্যা কৰা

 উত্তৰঃ


12. Can the existence of God be rationally proved? 

ঈশ্বৰৰ অস্তিত্ব যুক্তি-বিচাৰৰে প্ৰমাণ কৰিব পাৰি নে?

 উত্তৰঃ


13. Briefly explain the concept of prime mover of the cosmological argument. বিশ্বতত্ত্বমূলক যুক্তিৰ আদিতম গতিচালকৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা

উত্তৰঃ


14. Discuss some defects of the ontological argument for the existence of God.ঈশ্বৰৰ অস্তিত্ব বিষয়ক তত্ত্বমূলক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা 

উত্তৰঃ


15. How did Kant criticise Descartes' ontological argument for the existence of God? কান্টে ঈশ্বৰৰ অস্তিত্ববিষয়ক ডেকাৰ্টৰ তত্ত্বমূলক যুক্তিক কেনেদৰে সমালোচনা কৰিছে

উত্তৰঃ


16. Discuss some defects of the cosmological argument for the existence of God. ঈশ্বৰৰ অস্তিত্ব বিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা

 উত্তৰঃ


17. Discuss some defects of the teleological argument for the existence of God. ঈশ্বৰৰ অস্তিত্ব বিষয়ক উদ্দেশ্যমূলক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা

উত্তৰঃ


18. Discuss some defects of the moral argument for the existence of God. ঈশ্বৰৰ অস্তিত্ব বিষয়ক নৈতিক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা

 উত্তৰঃ


অতি চমু প্রশ্ন (very short type questions )

1. Who are the supporters of ontological argument? 

তাত্ত্বিক যুক্তিৰ সমৰ্থকসকল কোন কোন

উত্তৰঃ ৰেণে ডেকাৰ্ট, স্পিনোজা, লাইৱনিজ, হেগেল।


2. "God is a being than which nothing greater can be concieved" Who is the propounder of this view? 

ঈশ্বৰ  এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি”—– এই মতৰ প্ৰৱক্তা কোন?

 উত্তৰঃ  এই মতৰ প্ৰৱক্তা হল-  জন হিক এনছেলম।


3. "God is a being than which nothing greater can be concieved" This is the view of teleological / ontological/ cosmological argument. “ঈশ্বৰ  এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি”— এই মত উদ্দেশ্যমূলক / তাত্ত্বিক / বিশ্বতত্ত্বমূলক যুক্তিৰ

 উত্তৰঃ তাত্ত্বিক যুক্তিৰ ।


4. "Descartes supports ontological argument for the existence of God" Is it true? “ডেকার্ট অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিৰ সমৰ্থক”— এইটো সত্য নে?

 উত্তৰঃ সত্য়।


5. Who was the author of 'Proslogion? 'Proslogion' গ্ৰন্থখনৰ লেখক কোন?

 উত্তৰঃ জন হিক এনছেলম।


6. Who is the founder of cosmological argument? 

বিশ্বতত্ত্বমূলক যুক্তিৰ প্ৰৱৰ্তক কোন?

 উত্তৰঃ থমাছ একুইনাছ।


7. God is Supremely perfect being'- This definition offered by .  “ঈশ্বৰ পৰম পূৰ্ণ সত্তা –এই সংজ্ঞাটো কোনে আগবঢ়াইছে ?

 উত্তৰঃ ৰেণে ডেকাৰ্টে।


8. What is the first cause, according to Aquinas ? 

একুইনাচৰ মতে প্রথম বা আদি কাৰণটো কি?

 উত্তৰঃ 


9. The cosmological argument is also called_ (fill in the blank)  

বিশ্বতত্ত্বমূলক যুক্তিক – বুলিও কোৱা হয় (খালী ঠাই পূৰণ কৰা

উত্তৰঃ 

 

10. Who is the supporter of teleological argument? 

উদ্দেশ্যমূলক যুক্তিৰ সমৰ্থক কোন?

 উত্তৰঃ মাৰ্টিনিউ।


11. Teleological argument is also known as ------(fill in the blank) 

উদ্দেশ্যমূলক যুক্তিক--------- বুলিও কোৱা হয় (খালী ঠাই পূৰণ কৰা)

 উত্তৰঃ উদ্দেশ্যমূলক যুক্তিক পৰিকল্পনামূলক যুক্তি বুলিও কোৱা হয়।


12. The analogy of watch offered by.,....... (fill in the blank) 

ঘড়ীৰ উপমাটা --------আগবঢ়াইছে (খালী ঠাই পূৰণ কৰা)

 উত্তৰঃ উইলিয়াম পেলে।


13. Who are the supporters of moral argument? 

নৈতিক যুক্তিৰ সমৰ্থকসকল কোন কোন?

 উত্তৰঃ ইমানুৱেল কান্ট, মাৰ্টিনিউ, নিউমেন, ৰাশডল আদি দাৰ্শনিক সকল।


14. Write the name of two critics of the teleological argument for the existence of God. 

ঈশ্বৰৰ অস্তিত্ববিষয়ক উদ্দেশ্যমূলক যুক্তিৰ দুগৰাকী সমালোচকৰ নাম লিখা

 উত্তৰঃ ইমানুৱেল কান্ট আৰু হিউম।


15. What is the Moral Argument for the existence of God? 

ঈশ্বৰৰ অস্তিত্ববিষয়ক নৈতিক যুক্তিটো কি?

 উত্তৰঃ পৰম্পৰাগত যুক্তিৰ বাহিৰেও ঈশ্বৰৰ অস্তিত্ব প্ৰমাণৰ আন এক প্ৰকাৰৰ যুক্তি আছে যাক নৈতিক যুক্তি বুলিও কোৱা হয়।এই যুক্তিত মানুহৰ অন্তৰত থকা নৈতিক বোধৰ বিশ্লষণৰ পৰাই ন্য়ায়পৰায়ণ ঈশ্বৰৰ অস্তিত্ব প্ৰতিপাদন কৰা হয়।


16. Write the name of one thinker who is associated with the Moral Argument for the existence of God. 

ঈশ্বৰৰ অস্তিত্ব বিষয়ক নৈতিক প্ৰমাণ বা যুক্তিৰ লগত জড়িত এগৰাকী চিন্তাবিদৰ নাম লিখা 

উত্তৰঃ ইমানুৱেল কান্ট।


17. "God is that than which nothing greater can be thought." Who said this? Write the name of the argument associated with it. “ঈশ্বৰ  এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি”— এই কথাষাৰ কোনে কৈছেএই উক্তিটোৰ লগত জড়িত যুক্তিটোৰ নাম উল্লেখ কৰা

 উত্তৰঃ এনছেলমে কৈছিল। এই উক্তিটোৰ লগত জড়িত যুক্তিটোৰ নাম হল-তাত্ত্বিক যুক্তি।

18. Write the name of the thinker(philosopher) and the argument associated with ''the analogy of the watch maker.''

ঘড়ী নিৰ্মাতাৰ উপমাৰ লগত জড়িত চিন্তাবিদ (দার্শনিকগৰাকী আৰু যুক্তিটোৰ নাম উল্লেখ কৰা 

উত্তৰঃ উইলিয়াম পেলে আৰু যুক্তিটোৰ হল পৰিকল্পনামূলক যুক্তি বা উদ্দেশ্য়মূলক যুক্তি। 


19. was the main propounder of the cosmological argument for the existence of God.

------ ঈশ্বৰৰ অস্তিত্ববিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ মূখ্য প্ৰৱক্তা

 উত্তৰঃ


20. Name the philosopher who criticised Descartes' ontological argument. 

ডেকাৰ্টৰ তত্ত্বমূলক বা সত্তাত্মক যুক্তিক সমালোচনা কৰা দার্শনিক গাৰকীৰ নাম লিখা

 উত্তৰঃ ইমানুৱেল কান্ট।


21. Name any two critics of ontological argument for the existence of God. 

ঈশ্বৰৰ অস্তিত্ব বিষয়ক তত্ত্বমূলক বা সত্তাত্মক যুক্তিৰ দুজন সমালোচকৰ নাম লিখা 

উত্তৰঃ কান্ট আৰু বাৰ্ট্ৰাণ্ড ৰাছেল।


22. 'God is Supremely perfect being'- Who is associated with this statement? 

ঈশ্বৰ পৰম পূর্ণ সত্তা — এই উক্তিটোৰ লগত জড়িত দার্শনিক গৰাকীৰ নাম কি?

 উত্তৰঃ ৰেণে ডেকাৰ্ট।


23. What is the Ontological Argument for the existence of God? 

ঈশ্বৰৰ অস্তিত্ববিষয়ক তাত্ত্বিক যুক্তিটো কি?

 উত্তৰঃ ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় যি যুক্তি বা প্ৰমাণ অনুসৰি ঈশ্বৰৰ ধাৰণাৰ পৰাই ঈশ্বৰৰ অস্তিত্ব প্ৰমাণিত হয়, তাক সত্তাত্মক বা তাত্ত্বিক যুক্তি বুলি কোৱা হয়।


24. What is the prime mover, according to Acquinas ? 

একুইনাছৰ মতেআদিতম গতিচালক কোন?

 উত্তৰঃ


25. What is the first cause, according to Acquinas? একুইনাছৰ মতেআদি কাৰণটো কি?

 উত্তৰঃ ঈশ্বৰ।


26. Name the philosopher who supports causal argument. 

কাৰ্যকাৰণ যুক্তিক সমৰ্থন কৰা দার্শনিক গৰাকীৰ নাম লিখা

 উত্তৰঃ


27. Name one critic of causal argument for the existence of God. ঈশ্বৰৰ অস্তিত্ব বিষয়ক কার্যকাৰণ যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা

 উত্তৰঃ


28. Name one critic of cossmological argument for the existence of God. ঈশ্বৰৰ অস্তিত্ব বিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা

 উত্তৰঃ


29. Who is the Devine Designer? স্বৰ্গীয় পৰিকল্পক কোন?

 উত্তৰঃ


30. Name one critic of teleological argument for the existence of God. ঈশ্বৰৰ অস্তিত্ব বিষয়ক উদ্দেশ্যমূলক যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা

উত্তৰঃ


31. Who is the main propounder of teleological argument? উদ্দেশ্যমূলক যুক্তিৰ প্ৰধান প্ৰৱক্তা কোন?

 উত্তৰঃ


32. What is the Cosmological Argument for the existence of God? ঈশ্বৰৰ অস্তিত্ববিষয়ক বিশ্বতত্ত্বমূলক যুক্তিটো কি?

 উত্তৰঃ


33. What is the First-cause Argument for the existence of God? ঈশ্বৰৰ অস্তিত্ববিষয়ক আদি কাৰণ যুক্তিটো কি?

 উত্তৰঃ


34. What is the Teleological Argument for the existence of God? ঈশ্বৰৰ অস্তিত্ববিষয়ক উদ্দেশ্যমূলক যুক্তিটো কি?

 উত্তৰঃ


35. What is the Design Argument for the existence of God? ঈশ্বৰৰ অস্তিত্ববিষয়ক পৰিকল্পনামূলক যুক্তিটো কি?

 উত্তৰঃ


36. Who is the chief exponent of moral argument? নৈতিক যুক্তিৰ প্ৰধান প্ৰৱক্তা কোন?

 উত্তৰঃ


37. Name the philosopher who criticised William Paley's theory of analogy of watch macker. উইলিয়াম পেলেৰ ঘড়ী নিৰ্মাতাৰ মতবাদটোক সমালোচনা কৰা দার্শনিক গৰাকীৰ নাম লিখা

 উত্তৰঃ


38. Name the argument which is advocated by Descartes. ডেকার্টে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা

 উত্তৰঃ


39. Name the argument which is propounded by Anselm. এনছেলমে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা

 উত্তৰঃ


40. Name the argument which is propounded by Acquinas. একুইনাছে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা

 উত্তৰঃ


41. Name the argument which is advocated by Kant. কান্টে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা

 উত্তৰঃ

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


 







Post ID: DABP005859