কবিতা 

প্ৰথম অধ্য়ায়

প্ৰশ্নাৱলী :

অতি চমু প্রশ্নঃ

১। আধুনিক কবিতাৰ স্বৰূপ কেতিয়াৰ পৰা আৰম্ভ হয়?

উওৰ :


২। কোনটো মহাযুদ্ধই আধুনিক কবিতাৰ ওপৰত প্ৰভাৱ পেলাইছিল?

উওৰ :


৩। আধুনিক শব্দৰ অৰ্থ কি?

উওৰ :


৪। ইংৰাজী 'modern' শব্দটো কি শব্দৰ পৰা আহিছে? 

উওৰ :


৫। ৰবাৰ্ট ব্রিজে আধুনিক কবিতাক কি বুলি কৈছে?

উওৰ :


৬। চেণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা কি দৰে দিছে?

উওৰ :


৭। কালাইলে কবিতা সম্পর্কে কি কৈছে?

উওৰ :


৮।  ভামহৰ মতে কবিতাৰ সংজ্ঞা কি?

উওৰ :


৯। হীৰেণ ভট্টাচাৰ্য্যৰ কবিতাত কি বিদেশী কবিতাৰ প্ৰভাৱ পৰিছে?

উওৰ :


১০। হীৰেণ ভট্টাচাৰ্য্যৰ এখন কবিতা পুথিৰ নাম লিখা।

উওৰ :


১১। হীৰেণ ভট্টাচাৰ্য্যই কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

উওৰ :


১২। হীৰেণ ভট্টাচাৰ্য্যই অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা কেতিয়া পাইছিল?

উওৰ :


১৩। হীৰণে ভট্টাচাৰ্য্যক কি কবি বুলি কোৱা হয় ?

উওৰ :


১৪। নির্মল প্ৰভা বৰদলৈৰ কবিতা পুথি কেইখন?

উওৰ :


১৫। নির্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উওৰ :


১৬। নির্মল প্ৰভা বৰদলৈয়ে কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা পাইছিল?

উওৰ :


১৭। নির্মল প্ৰভা বৰদলৈৰ ‘মমান্তিক' কবিতাটো কোনখন কবিতা পুথিৰ অন্তৰ্গত।

উওৰ :


১৮। ৰাম গগৈ কোন যুগৰ কবি?

উওৰ :


১৯। ৰাম গগৈৰ কবিতা পুথি এখনৰ নাম লিখা।

উওৰ :


২০। 'পথাৰ' কবিতাটোৰ ওপৰত কি আদৰ্শৰ প্ৰভাৱ পৰিছে?

উওৰ :


চমু প্রশ্ন :

১। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ বিষয়বস্তু কি?

উওৰ :


২। চন্দ্ৰ কটকীয়ে আধুনিক কবিতাৰ সংজ্ঞা কি দৰে দিছিল? 

উওৰ :


৩। আধুনিক শব্দটো ক'ৰ পৰা কেনেকৈ আহিছে?

উওৰ :


৪। সত্যেন্দ্র নাথ শমইি আধুনিক কবিতাৰ বিষয়বস্তু কি ধৰণে উল্লেখ কৰিছে?

উওৰ : 


৫। হীৰণে ভট্টাচাৰ্য্যৰ শিশু সাহিত্য পুথিবোৰ কি কি?

উওৰ :


ৰচনাধৰ্মী প্রশ্ন :

১। আধুনিক কবিতা কাক বোলে? কবিতাৰ সংজ্ঞা দিবৰ যত্ন কৰা।

উওৰ :


২। আধুনিক কবিতাৰ বৈশিষ্ট্যবোৰ লিখা? 

উওৰ :


৩। আধুনিক কবিতার বিষয়বস্তু বর্ণনা কৰা।

উওৰ :


৪। হীৰেণ ভট্টাচাৰ্যৰ ‘শোভাযাত্ৰাত নিহতজনৰ কবিতা’ৰ বৰ্ণনা কৰা

উওৰ :


৫। নির্মল প্ৰভা বৰদলৈৰ ‘মমাস্তিক'কবিতাৰ কাব্যিকতাৰ বৰ্ণনা কৰা৷

উওৰ :


৬। ৰাম গগৈৰ পথাৰ কবিতাটোৰ এটি আলোচনা আগবঢ়োৱা।

উওৰ :


৭. “হাল-কোৰ-দা লৈ নতুন যুগৰ অভিযাত্রী শ্রমিক পলাতক-উদ্বাস্তু, মহাজন, পুজিপতি, সমস্ত শোষকঃ” কবিতা ফাকিৰ জৰিয়তে পথাৰ কবিতাটো আলোচনা কৰা।

উওৰ :