অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্য়ায়-3 

A. অতি চমু প্রশ্নাৱলী :  মূল্যাংক : 1'

1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ (i) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল ? [HSLC'18] (a) জিউৰাম দুলীয়া বৰুৱাক (b) পিয়লি বৰুৱাক (c) গোমধৰ কোঁৱৰক
(d) দুতিৰাম বৰুৱাক
(ii) তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল? [HSLC'19] (i) ১৮৪৩ চনত (ii) ১৮৫৭ চনত
(iii) ১৮৬০ চনত
(iv) ১৮৬৩ চনত (iii) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ? [HSLC 20] (i) মায়াৰাম নাজিৰ (ii) শ্বেখ ফর্মুদ আলী (iii) পিয়লি বৰুৱা
(iv) দুটিৰাম বৰুৱা
2. কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল? [HSLC'16] C. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3 1. ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কিয় বৃটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল? [HSLC [10] 2. অসমত ফুলগুৰিৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ? এই বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।[HSLC '11]
3. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ কিয় বিফল হৈছিল? [HSLC 14] 4. ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্বৰ বিষয়ে এটি চমু টোকা লিখা । [HSLC '17, '19] 5: ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়া সকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমু টোকা লিখা। [HSLC '17] 6. ১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ৷ [HSLC '18] 7. ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ লিখা । [HSLC 18] 8. ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা ৷ [HSLC '19] 9. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা । [HSLC '19] 10. ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটা টোকা লিখা । [HSLC '20] 11. ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ উল্লেখ কৰা । [HSLC '20] 12. ব্ৰিটিছৰ বিৰুদ্ধে কৰা জয়ন্তীয়া বিদ্ৰোহৰ বিশেষত্ব সম্পর্কে লিখা। [HSLC 20] C. ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6 1. আহোম ৰাজ্যৰ পতনৰ পিছত ব্ৰিটিছসকলে অসমত কেনেদৰে প্রশাসনিক সংস্কাৰ প্ৰবৰ্তন কৰিছিল আলোচনা কৰা। [HSLC 12]

2. অসমত ১৮৫৭-৫৮ চনত কিয় বিদ্ৰোহ সংঘটিত হৈছিল ? [HSLC '17]

3. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হো ৱাৰ কাৰণবোৰ আলোচনা কৰা । [HSLC '17] 4. ব্ৰিটিছৰ শাসনকালত অসমৰ জিলা প্ৰশাসনত সংস্কাৰ সাধনৰ বাবে ৰবাৰ্টচন আৰু ফ্ৰে জেনকিন্স কেনে ব্যৱস্থা লৈছিল চমুকৈ লিখা । [HSLC '17]
5. বৃটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণ সমূহ লিখা ৷ [HSLC '18]
Type by- Bikul Mandal