বুদ্ধি আৰু সৃজনশীলতা

অধ্য়ায় ১২


(ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : বুদ্ধি বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন নং ২ : বেচলাৰে বুদ্ধিৰ বিষয়ে কি সংজ্ঞা আগবঢ়াইছে?

উত্তৰঃ


প্রশ্ন নং ৩ ঃ বুদ্ধিৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ


প্রশ্ন নং ৪ : থাঙ্কোনে আগবঢ়োৱা বুদ্ধিৰ ভাগসমূহ কি?

উত্তৰঃ


প্রশ্ন নং ৫ : মূর্ত বা বস্তুবাচক বুদ্ধি বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন নং ৬ঃ বিমুর্ত বা ভাৱাত্মক বুদ্ধি বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন নং ৭ : সামাজিক বুদ্ধি বুলিলে কি বুজে ?

উত্তৰঃ


(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : সৃজনশীলতাৰ পৰা বুদ্ধিক আপুনি কিদৰে পৃথক কৰিব? বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন নং ২ : বুদ্ধি জন্মগত আৰু আৰ্জিত বুলি আপুনি কিদৰে যুক্তি আগবঢ়াব ? বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৩ঃ বহল অৰ্থত বুদ্ধিৰ দুটা পৰীক্ষা কি কি?

উত্তৰঃ


প্রশ্ন নং ৪ : বুদ্ধিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰক। ব্যক্তিকেন্দ্ৰিক ভাষিক পৰীক্ষাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৫ : বুদ্ধিৰ ব্যক্তিকেন্দ্ৰিক সম্পাদন পৰীক্ষাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰক ।

উত্তৰঃ


(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : বুদ্ধি বুলিলে আপুনি কি বুজে ? বুদ্ধিৰ প্ৰকৃতিৰ ক্ষেত্ৰত বিভিন্ন তত্ত্বসমূহ কি কি ?

উত্তৰঃ


প্রশ্ন নং ২ : বুদ্ধিৰ বিভিন্ন তত্ত্বসমূহ কি কি? কোনটো তত্ত্বক আপুনি বেছি প্রত্যয়জনক বুলি ভাৱে আৰু কেনেকৈ ভাৱে ?

উত্তৰঃ


প্রশ্ন নং ৩ঃ বুদ্ধিৰ বিষয়ে আটাইতকৈ বেছি উৎকৃষ্ট সংজ্ঞা কি হ'ব পাৰে বুলি আপুনি ভাৱে? বুদ্ধিৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ


প্রশ্ন নং ৪ ঃ বুদ্ধিৰ প্ৰকৃতিৰ বিষয়ে বৰ্ণনা কৰক আৰু ইয়াক কিদৰে জুখিব পৰা যায় ?

উত্তৰঃ


প্রশ্ন নং ৫ : ব্যক্তিকেন্দ্ৰিক পৰীক্ষা আৰু সমূহ পৰীক্ষাৰ মাজত পাৰ্থক্য নিৰূপণ কৰক। ইয়াৰ বিভিন্ন শ্রেণীবিভাগসমূহৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৬ ঃ বুদ্ধিক কেনেকৈ জুখিব পৰা যায়? বুদ্ধিৰ বুদ্ধ্যাংক বুলিলে কি বুজে ? ষ্টেওফর্ড বিনেৰ পৰীক্ষাৰ বিষয়ে চমুকৈ লিখক।

উত্তৰঃ


প্রশ্ন নং ৭ : সৃজনশীলতা বুলিলে কি বুজে? সৃজনশীলতাৰ প্ৰকৃতি কি কি? বুদ্ধি আৰু সৃজনশীলতাৰ মাজত থকা পার্থক্যসমূহ কি কি?

উত্তৰঃ



Question Type By- Mayur rani Kashyap