অসমীয়া ভাষাৰ বচন আৰু লিঙ্গ
অধ্য়ায়-১২
প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক-
ক) বচন বুলিলে কি বুজায়?
উত্তৰঃ

খ) অসমীয়া ভাষাত বচন কেইটা আৰু কি কি?
উত্তৰঃ

গ) অসমীয়া ভাষাত লিঙ্গ কেইটা আৰু কি কি?
উত্তৰঃ

চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্ৰশ্ন ১ঃ কি কি উপায়েৰে অসমীয়া ভাষাত একবচন নিৰ্ণয় কৰা হয় বুজাই লিখক।
উত্তৰঃ

প্ৰশ্ন ২ঃ কি কি উপায় অৱলম্ৱন কৰি অসমীয়াত লিঙ্গ নিৰ্ণয় কৰা হয় উদাহৰণসহ বুজাই লিখক।
উত্তৰঃ

প্ৰশ্ন ৩ঃ টোকা প্ৰস্তুত কৰক-
(ক) স্ত্ৰী প্ৰত্য়য়
উত্তৰঃ

(খ) একবচনৰ প্ৰত্য়য়
উত্তৰঃ

ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্ৰশ্ন ১ঃ অসমীয়া ভাষাত বহুবচনৰ অৰ্থ প্ৰকাশ কৰিবলৈ কি কি উপায় অৱলম্বন কৰা হয় উদাহৰণসহ বুজাই লিখক।
উত্তৰঃ

প্ৰশ্ন ২ঃ অসমীয়া ভাষাৰ লিঙ্গভেদ কেনেদৰে কৰা হয় সেই বিষয়ে এটি প্ৰবন্ধ যুগুত কৰক।
উত্তৰঃ

প্ৰশ্ন ৩ঃ লিঙ্গ নিৰপেক্ষ ৰূপ বুলিলে কি বুজে? লিঙ্গ নিৰপেক্ষ ৰূপৰ পৰা কিদৰে পুলিংগ আৰু স্ত্ৰী লিংগ সাধন কৰিব পাৰি উদাহৰণসহ আলোচনা কৰক।
উত্তৰঃ

প্ৰশ্ন ৪ঃ অসমীয়া ভাষাত বচন আৰু লিঙ্গ ব্য়াকৰণগত বিষয় হয়নে? উপযুক্ত উদাহৰণ সহায়ত বুজাই লিখক।
উত্তৰঃ




Type By- Bikash Bora