মুক্ত আৰু দূৰৱৰ্ত্তী শিকন ব্যৱস্থাত সামূহিক উন্নয়ন বিষয়ক পাঠ্যক্ৰম

অধ্যায়- ৭

(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক )

প্রশ্ন ১ : সামূহিক উন্নয়নৰ অৰ্থ কি? চমুকৈ ব্যাখ্যা কৰক ।

উত্তৰঃ প্রশ্ন ২ : দূৰৱৰ্ত্তী শিক্ষাই কেনেদৰে সামূহিক উন্নয়নত সহায় কৰিব পাৰে?

উত্তৰঃ প্রশ্ন ৩ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰে শিকিব পৰা পাঠ্যক্ৰমবোৰ কি কি হ'ব পাৰে?

উত্তৰঃ (খ) ৰচনাধর্মী প্রশ্ন ( ৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক ) প্রশ্ন ১ : ভাৰতত সামূহিক উন্নয়নৰ ক্ষেত্ৰত দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাটো এক ফলপ্রসূ মাধ্যম বুলি আপুনি ভাবেনে ? আপোনাৰ উত্তৰৰ সপক্ষে কেইটামান উপযুক্ত উদাহৰণ দাঙি ধৰক ।

উত্তৰঃ প্রশ্ন ২ : সামুহিক উন্নয়নৰ এক পন্থাৰূপে দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাই মুখামুখি হ'বলগীয়া হোৱা সমস্যা প্রত্যাহ্বানবোৰ আলোচনা কৰক।

উত্তৰঃ



Question Type By- Parina Hazarika