শিক্ষণ-শিকন আৰু মূল্যাঙ্কন

অধ্যায়- ১২

ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : শিক্ষণ-শিকন পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ

প্রশ্ন ২ : “শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত পাৰস্পৰকি ক্ৰিয়াই হ'ল শিক্ষণ-শিকন পদ্ধতি।”- চমুকৈ ব্যাখ্যা কৰক।

উত্তৰঃ প্রশ্ন ৩ : “শিক্ষণ হ'ল এক ত্রিকোণীয় প্রক্রিয়া।” –বৰ্ণনা কৰক ।

উত্তৰঃ প্রশ্ন ৪ : পৰম্পৰাগত শিক্ষণ-শিকন পদ্ধতি বা প্রক্রিয়া আধুনিক শিক্ষণ-শিকন পদ্ধতিতকৈ কিদৰে পৃথক ।

উত্তৰঃ খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : শিক্ষণ মানে কি বুজে ? ইয়াৰ প্ৰকৃতি বা স্বৰূপৰ বিষয়ে বৰ্ণনা কৰক ৷

উত্তৰঃ প্রশ্ন ২ : শিকন মানে কি বুজে ? ইয়াৰ প্ৰকৃতি বা স্বৰূপৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ প্রশ্ন ৩ : শিক্ষণ আৰু শিকন কি দৰে জড়িত ?

উত্তৰঃ প্রশ্ন ৪ : “শিক্ষণ-শিকন আৰু মূল্যাঙ্কনক শিক্ষাৰ তিনিটা স্তম্ভ বুলি কোৱা হয়।” –আলোচনা কৰক।

উত্তৰঃ



Question Type By- Parina Hazarika