প্ৰাথমিক শিক্ষাৰ ওপৰত গোখলে বিল ১৯১০-১১

অধ্য়ায় ৯



ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : মুক্ত আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ তাৎপৰ্য্য কি আছিল?

উত্তৰঃ


প্রশ্ন ২ : ১৯১১ চনৰ গোপালকৃষ্ণ গোখলেৰ প্ৰাথমিক শিক্ষা বিধেয়কখনৰ মূল দিশসমূহ কি আছিল?

উত্তৰঃ


প্রশ্ন ৩ : চমুকৈ লিখক :

(ক) গোপালকৃষ্ণ গোখলে

উত্তৰঃ


(খ) ১৯১০ চনৰ গোখলেৰ প্ৰস্তাৱ

উত্তৰঃ


(গ) ১৯১১ চনৰ গোখলে বিধেয়ক

উত্তৰঃ


(ঘ) গোখলে বিধেয়কখন অগ্রাহ্য হোৱাৰ কাৰণসমূহ

উত্তৰঃ


(ঙ) ভাৰত চৰকাৰৰ ১৯১৩ চনৰ প্ৰস্তাৱ আৰু প্ৰাথমিক শিক্ষা 

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ১৯১০-১১ চনত গোপালকৃষ্ণ গোখলে প্রাথমিক শিক্ষা মুক্ত আৰু বাধ্যতামূলক কৰাৰ বাবে চলোৱা প্ৰচেষ্টাখিনি আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : ১৯১১ চনৰ গোপালকৃষ্ণ গোখলেৰ প্ৰাথমিক শিক্ষা বিধেয়কখনৰ মূল দিশসমূহ আলোচনা কৰক। ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত ই কিমানদূৰ সহায় কৰিছিল?

উত্তৰঃ


প্রশ্ন ৩ : ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰলৈ গোপালকৃষ্ণ গোখলে আগবঢ়োৱা অৱদানখিনি আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : ১৯১১ চনৰ গোখলে বিল সন্দৰ্ভত তোমাৰ ধাৰণা ব্যক্ত কৰা। কি কাৰণৰ বাবে বিধেয়কখন অগ্রাহ্য হৈছিল?

উত্তৰঃ


প্রশ্ন ৫ : গোখলে বিধেয়ক কি? গোখলেৰ প্ৰস্তাৱসমূহ কি কি আছিল? বিধেয়কখন কিয় অগ্ৰাহ্য কৰা হৈছিল? ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন ৬ : ১৯১৩ চনৰ ভাৰত চৰকাৰৰ প্ৰস্তাৱটো চমুকৈ আলোচনা কৰক।

উত্তৰঃ



Question Type By- Mayur Rani Kashyap