অনুশীলনী-4(C)



উত্তৰঃ


2. বিভাজ্যতাৰ নিয়মেৰে যুগ্ম অযুগ্ম নিণয় কৰাঃ

120, 244, 311, 928, 1012, 1051, 245730, 9729935

উত্তৰঃ

102

ஃ সংখ্যাটো 2 ৰে বিভাজ্য। গতিকে সংখ্যাটো যুগ্ম।


ஃ সংখ্যাটো 2 ৰে বিভাজ্য। গতিকে 244 সংখাটো যুগ্ম


ஃ সংখ্যাটো 2 ৰে বিভাজ্য। গতিকে সংখ্যাটো যুগ্ম।



ஃ সংখ্যাটো 2 ৰে বিভাজ্য। গতিকে 1012 সংখ্যাটো যুগ্ম।


ஃ সংখ্যাটো 2 ৰে অবিভাজ্য। গতিকে 1051 সংখ্যাটো অযুগ্ম।


ஃ সংখ্যাটো 2 ৰে বিভাজ্য। গতিকে 245730 সংখ্যাটো যুগ্ম।


ஃ সংখ্যাটো 2 ৰে অবিভাজ্য। গতিকে 9729935 সংখ্যাটো অযুগ্ম।


3. এককৰ স্থান চাই যুগ্ম-অযুগ্ম নিণয় কৰাঃ

54, 82, 97, 85, 101, 203013, 93250, 43216, 329818, 6009

উত্তৰঃ

54 = সংখ্যাটো যুগ্ম।

82 = সংখ্যাটো যুগ্ম।

97 = সংখ্যাটো অযুগ্ম।

85 = সংখ্যাটো অযুগ্ম।

101 = সংখ্যাটো অযুগ্ম।

203013 = সংখ্যাটো অযুগ্ম।

93250 = সংখ্যাটো যুগ্ম।

43216 = সংখ্যটো যুগ্ম।

329818 = সংখ্যাটো যুগ্ম।

6009 = সংখ্যাটো অযুগ্ম।


4. চিত্ৰ চাই উত্তৰ কৰাঃ







উত্তৰঃ

7. বিচৰা মতে উত্তৰ দিয়া-

a) এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি?

উত্তৰঃ এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হল- 8

b) দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো কি?

উত্তৰঃ দুটা অংকৰে গঠিত আটাতকৈ ডাঙৰ অযুগ্ম  সংখ্যাটো হল- 99

c) 175 টা কমলা সমানে দুভাগ কৰিব পাৰি নে ? কমলাৰ সংখ্যা যুগ্ম নে অযুগ্ম ?

উত্তৰঃ 175 সংখ্যাটো অযুগ্ম । গতিকে ইয়াক দুভাগত ভগাব নোৱাৰী।

d) 789 ৰ লগত 23 যোগ কৰি পোৱা সংখ্যাটো যুগ্ম নে অযুগ্ম ?

উত্তৰঃ 789+23 =812

ஃ 789 ৰ লগত 23 যোগ কৰি পোৱা সংখ্যাটো যুগ্ম।

8. উপযুক্ত উদাহৰণৰ সহায়ত সত্যতা নিৰুপণ কৰা- ( উদাহৰণ ক্ৰমেও পাচঁটা প্ৰয়োজন)

i) যুগ্ম সংখ্যা + যুগ্ম সংখ্যা = যুগ্ম সংখ্যা য

ii) অযুগ্ম  + অযুগ্ম = যুগ্ম ।

iii) যুগ্ম +অযুগ্ম = অযুগ্ম ।

iv) দুটা ক্ৰমিক স্বাভাবিক সংখ্যাৰ পূৰণফল যুগ্ম সংখ্যা ।

v) এটা অযুগ্ম সংখ্যাৰ লগত 2 যোগ কৰিলে যোগফল অযুগ্ম পোৱা যায়।

vi) n = 1,2,3............ আদি স্বাভাৱিক সংখ্যা হলে যুগ্ম সংখ্যাৰ সাধাৰণ ৰুপ " 2 x n" আৰু অযুগ্ম সংখ্যাৰ 

সাধাৰণ ৰূপ "2 X n + 1"।

উত্তৰঃ 
i) যুগ্ম সংখ্যা + যুগ্ম সংখ্যা = যুগ্ম সংখ্যা।

   উদাহৰণঃ
1. 2 + 2 = 4

2. 4 + 6 = 10

3. 8 + 4 = 12

4. 10 + 2 = 12

5. 14 + 16 = 18

ii) অযুগ্ম + অযুগ্ম = যুগ্ম।

   উদাহৰণঃ
1. 3 +3 = 6

2. 1 + 3 = 4

3. 5 + 3 = 8

4. 9 + 5 = 14

5. 11 + 13 = 24

iii) যুগ্ম + অযুগ্ম = অযুগ্ম।

উদাহৰণ ঃ

1. 2 + 3 = 5

2. 4 + 5 = 9

3. 6 + 5 = 11

4. 8 + 7 = 15

5. 10 + 11 = 21

iv) দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ পূৰণফল যুগ্ম সংখ্যা।

অযুগ্ম সংখ্যাৰ সাধাৰণ ৰূপ -

2 X n + 1

1. 2 X 1 + 1 = 3

2. 2 X 2 + 1 = 5

3. 2 X 3 + 1 = 7

4. 2 X 4 + 1 = 9

5. 2 X 5 + 1 = 11


9. b) 2 ৰ পৰা 18 ৰ লৈ যুগ্ম সংখ্যাকেইটা ব্যৱহাৰ কৰি তলৰ মেজিক বগটো পূৰোৱা। সকলো দিশৰ যোগফল কিমান? যুগ্ম নে অযুগ্ম ?

ஃ সকলো দিশৰ যোগফল 30। সংখ্যাটো যুগ্ম ।

c) 3 ৰ পৰা 19 লৈ অযুগ্ম সংখ্যাকেইটা ব্যৱহাৰ কৰি মেজিক বগটো পূৰোৱা- য'ত সকলো দিশৰ যোগফল 33।

উত্তৰঃ