দ্বিতীয়খণ্ড (ভূগোল) দ্বিতীয় অধ্যায় 

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

1. প্রখ্যাত ভূগোল-বিজ্ঞানী ____স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। (A) ফেইড্রিক বাটজেল

(B) জর্জ ছিজহ'ম (C) পিটাৰ হেগেটে (D) কাৰ্ল ৰিখটাৰ

উত্তৰঃ (C) পিটাৰ হেগেটে

2. স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় —— শতাংশ আগুৰি আছে।

(A) ২৯ শতাংশ (B) ৩৯ শতাংশ (C) ৫৯ শতাংশ (D) ৭১ শতাংশ উত্তৰঃ: (A) ২৯ শতাংশ 3. জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় - শতাংশ আগুৰি আছে। (A) ২৯ শতাংশ (B) ৩৯ শতাংশ (C) ৫৯ শতাংশ (D) ৭১ শতাংশ উত্তৰ: (D) ৭১ শতাংশ 4.ভূ-পৃষ্ঠৰপৰা প্ৰায় উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে। (A) ২৮০ কিলোমিটাৰ (B) ৩৮০ কিলোমিটাৰ

(C) ৪৮০ কিলোমিটাৰ (D) ৫৮০ কিলোমিটাৰ উত্তৰ: (C) ৪৮০ কিলোমিটাৰ 5. পৃথিৱীৰ সোঁমাজেদি অতিক্ৰম কৰা ৰেখাডাল— (A) বিষুৱৰেখা

(B) দ্রাঘিমাৰেখা

(C) অক্ষৰেখা (d) কাল্পনিক ৰেখা উত্তৰ: (A) বিষুৱৰেখা

6. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত _______ শতাংশ কার্বন ডাই-অক্সাইড (CO2) গেছ থাকে। (A) ০.০২৫ শতাংশ

(B) ০.০৩৫ শতাংশ (C) ০.০৩৭ শতাংশ

(D) ০.০৪৫ শতাংশ উত্তৰ : (B) ০.০৩৫ শতাংশ 7. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত ________ শতাংশ নাইট্ৰ'জেন গেছ থাকে । (A) ০.০৩৫ শতাংশ

(B) ৭২.০৮ শতাংশ

(C) ৭৮.০৮ শতাংশ (D) ৮৮.০৮ শতাংশ উত্তৰ : (C) ৭৮.০৮ শতাংশ

৪. আফ্রিকা মহাদেশৰ নাইৰ 'বিত চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলন অনুষ্ঠিত হৈছিল। (A) ১৯৭৭ চনত (B) ১৯৮৭ চনত (C) ১৯৯৭ চনত (D) ২০০১ চনত উত্তৰ : (A) ১৯৭৭ চনত 9. য়েই হৈছে ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস। (A) বিদুৎশক্তিয়েই (B) সৌৰশক্তিয়েই (C) গতিশক্তিয়েই (D) তাপগতিশক্তিয়েই উত্তৰ :(B) সৌৰশক্তিয়েই 10. ভূ-পৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ - শতাংশ বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূ-পৃষ্ঠই প্ৰতিফলিত কৰে ৷ (A) ৩০ শতাংশ (B) ৪০ শতাংশ (C) ৫০ শতাংশ (D) ৫৫ শতাংশ উত্তৰ : (A) ৩০ শতাংশ 11. মুঠ সৌৰশক্তিৰ- — শতাংশ বায়ুমণ্ডলে শুহি লয়। (A) ১৯ শতাংশ (B) ৫১ শতাংশ (C) ৫৫ শতাংশ (D) ৬০ শতাংশ উত্তৰ : (A) ১৯ শতাংশ

12. সেউজ গৃহ গেছ (Greenhouse gas) গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ শতাংশ। 
 
(A) ০.১ শতাংশ 
 
(B) ০.২ শতাংশ 
 
(C) ০.৩ শতাংশ 
 
(D) ০.৫ শতাংশ 
 
উত্তৰ : (A) ০.১ শতাংশ 
 
13. বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত গেছৰ ভূমিকা সৰ্বাধিক 
 
(A) নাইট্ৰ'জেন 
 
(B) হাইড্ৰ'জেন 
 
(C) কার্বনমন’অক্সাইড

(D) কার্বন-ডাই-অক্সাইড 
 
উত্তৰ : (D) কার্বন-ডাই-অক্সাইড 
 
14. শিল্প-বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ প্রায় ডিগ্রী চেলছিয়াছ বাঢ়িছে। 
 
(A) ০.৫৬ ডিগ্রী চলছিয়াছ 

(B) ০.৬১ ডিগ্রী চেলছিয়াছ 
 
(C) ০.৭১ ডিগ্ৰীচেলছিয়াছ 
 
(D) ০.৭৬ ডিগ্রী চেলছিয়াছ 
 
উত্তৰ : (D) ০.৭৬ ডিগ্রী চেলছিয়াছ 
 
15. যোৱা প্ৰায় ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় _______  শতাংশ বাঢ়িছে। 
 
(A) ৩০ শতাংশ 

(C) ৫০ শতাংশ 
 
(B) ৪০ শতাংশ 
 
(D) ৫৫ শতাংশ 
 
উত্তৰ : (A) ৩০ শতাংশ 

16. গোলকীয় উত্তাপ বৃদ্ধি এটা— 

(A) স্থানীয় সমস্যা 

(B) আঞ্চলিক সমস্যা 
 
(C) আন্তঃৰাষ্ট্ৰীয় সমস্যা 

(D) ব্যক্তিগত সমস্যা। 
 
উত্তৰ : (C) আন্তঃৰাষ্ট্ৰীয় সমস্যা
 
17. সাম্প্রতিক কালত মানুহৰ সৰ্বাধিক কৰা বিষয়টো হৈছে - দৃষ্টি আকর্ষণ 
 
(A) পৰিবেশ 
 
(B) প্ৰদুষণ 
 
(C) প্রশাসন 

(d) বাণিজ্য
 
উত্তৰ : (A) পৰিবেশ 

18. জীৱ মণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা— 

(A) ১.৭৫ নিযুত 

(B) ২.৭৫ নিযুত

(C) ৩.৭৫ নিযুত

(d) ৪.৭৫ নিযুত

উত্তৰ : (A) ১.৭৫ নিযুত । 
  
19. এচিদ বৰষুণ — ফলত হয়। 
 
(A) বায়ু প্ৰদুষণৰ 

(B) মাটি প্ৰদুষণৰ

(C) জল প্ৰদুষণৰ 

(D) ওপৰৰ এটাও নহয় ।  

উত্তৰ : (A) বায়ু প্ৰদুষণৰ 
 
20. মৰুভূমিবোৰে পৃথিৱীৰ ঠাই আগুৰি আছে 
 
(A) ২০ শতাংশ 

(B) ২২ শতাংশ 
 
(C) ২৫ শতাংশ 

(D) ৩০ শতাংশ 

উত্তৰ : (A) ২০ শতাংশ 
 
21. সম্প্রতি পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কৱলত প্ৰায়— পৰিছে। 
 
(A) ৩৫ শতাংশ 
 
(B) ৩৬ শতাংশ 
 
(C) ৩৭ শতাংশ 
 
(D) ২০ শতাংশ 
 
উত্তৰ : (A) ৩৫ শতাংশ 
 
22. উত্তৰ মহাদেশৰ শুকান ঠাইৰ বৰ্তমান দ্বাৰা আক্ৰান্ত হোৱা ঠাই 

(A) ২৭ শতাংশ 
 
(B) ২৮ শতাংশ 
 
(C) ২৯ শতাংশ 

(D) ৩৫ শতাংশ 

উত্তৰ : (A) ২৭ শতাংশ 
 
23. পৃথিৱীৰ বৰ্তমান বয়স 
 
(A) ৪,৭০০ নিযুত বছৰ 

(B) ৪,৬০০ নিযুত বছৰ 
 
(C) ৩,৪০০ নিযুত বছৰ 
 
(D) ৫,০০০ নিযুত বছৰ 
 
উত্তৰ : (B) ৪,৬০০ নিযুত বছৰ। 
 
24. বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমান — 
 
(A) ০.৫ শতাংশ 
 
(B) ০.২ শতাংশ বাি 
 
(C) ০.১ শতাংশ 
 
(D) ০.৩ শতাংশ 
 
উত্তৰ : (C) ০.১ শতাংশ মৰুকৰণৰ