আৰ্য সভ্য়তা


১। প্ৰায় কিমান হাজাৰ বছৰ পূৰ্বে উত্তৰ-পশ্চিম ভাৰতত আৰ্যসকলে বাস কৰিছিল?

(ক) ১০০০ হাজাৰ বছৰ

(খ) ৩০০০ হাজাৰ বছৰ

(ক) ৫০০০ হাজাৰ বছৰ

উত্তৰঃ (ক) ৫০০০ হাজাৰ বছৰ।


২। আৰ্য শব্দৰ অৰ্থ কি?

(ক) বেদ

(খ) ঋক

(গ) শ্ৰেষ্ঠ

উত্তৰঃ (গ) শ্ৰেষ্ঠ।


৩। আৰ্য আৰু অনাৰ্যৰ মাজত কি চলিছিল?

(ক) যুদ্ধ-বিগ্ৰহ

(খ) ভাল-পোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যুদ্ধ-বিগ্ৰহ।


৪। বিদ্য়া আৰু বাণীৰ দেৱী বুলি কি কৰা হৈছে?

(ক) নিৰ্ণয় কৰা হৈছে

(খ) সৃষ্টি কৰা হৈছে

(গ) বৰ্ণনা কৰা হৈছে

উত্তৰঃ (গ) বৰ্ণনা কৰা হৈছে।


৫। যজুৰ্বেদৰ মতে সৰস্বতীৰ কেইখন মুখ্য় উপনদী আছিল?

(ক) তিনিখন

(খ) চাৰিখন

(গ) পাচঁখন

উত্তৰঃ (গ) পাচঁখন।


৬। শিক্ষাৰ ক্ষেত্ৰতো ল’ৰা আৰু ছোৱালীৰ মাজত কি নাছিল?

(ক) অৰ্থ নাছিল

(খ) অভাব নাছিল

(গ) পাৰ্থক্য় নাছিল

উত্তৰঃ (গ) পাৰ্থক্য় নাছিল।


৭। আৰ্য সমাজত বাল্য় বিবাহৰ কি নাছিল?

(ক) প্ৰচলন নাছিল

(খ) প্ৰয়োজন নাছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰচলন নাছিল।


৮। বৈদিক যুগত স্ত্ৰী-শিক্ষাৰ কি আছিল?

(ক) প্ৰয়োজন আছিল

(খ) প্ৰচলন আছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰচলন আছিল।


৯। খ্ৰীঃ পূঃ কিমান বছৰ পূৰ্বে আৰ্যসকলে সপ্তসিন্ধুত বাস কৰিছিল?

(ক) ১০০০ বছৰ

(খ) ২০০০ বছৰ

(গ) ৩০০০ বছৰ

উত্তৰঃ (খ) ২০০০ বছৰ।


১০। দেৱতাসকলক সন্তুষ্ট কৰিবলৈ কি কৰে?

(ক) খেতি-বাতি কৰে

(খ) যাগ-যজ্ঞ কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) যাগ-যজ্ঞ কৰে।

Type Susmita Kakati