আমাৰ পৰিৱেশ

১। উদ্ভিদ, প্ৰাণীবোৰ মৰি-গেলি-পচি মাটিৰ লগত মিলি ।

1) যায়

2) নাযায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

২।উদ্ভিদ, প্ৰাণীবোৰ মৰি-গেলি-পচি মাটিৰ লগত মিলি যোৱা অৱস্থাক কি বোলে?

1) উপাংশ

2) বিয়োজন

3) ওপৰৰ এটাও নহয়

Ans: বিয়োজন

৩। অজৈবিক উপাংশ কি ?

1) বায়ু, মাটি আৰু পানী

2) ঘৰ, ৰাস্তা-ঘাট

3) ওপৰৰ এটাও নাহয়

Ans: বায়ু, মাটি আৰু পানী

৪। বায়ু, মাটি আৰু পানী এই উপাংশই মানৱ জীৱনৰ বাবে কি?

1) অপ্ৰয়োজন

2) প্ৰয়োজন

3) ওপৰৰ এটাও নহয়

Ans: প্ৰয়োজন

৫। প্ৰাকৃতিক উপাদানসমূহৰ অধিক ব্য়ৱহাৰৰ ফলত উপাদানসমূহৰ ক্ষয়সাধন।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৬। নিৰক্ষীয় উচ্চভূমি অঞ্চলত দৈনিক উত্তাপৰ তাৰতম্য় কিমান?

1) কম

2) বেছি

3) ওপৰৰ এটাও নহয়

Ans: বেছি

৭।নিৰক্ষীয় অ়্ঞ্চলত 'ছাভানা' নামৰ তৃণভূমি দেখা ।

1) নাযায়

2) যায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

৮। নিৰক্ষীয় নিম্ন অঞ্চলত মনুহৰ জনবসতি ।

1) ঘন

2) সেৰেঙা

3) ওপৰৰ এটাও নহয়

Ans: সেৰেঙা

৯। তেওঁলোকৰ প্ৰধান জীৱিকা কি ?

1) ৰবৰ সংগ্ৰহ

2) চন্দন সংগ্ৰহ

3) ওপৰৰ এটাও নহয়

Ans: ৰবৰ সংগ্ৰহ

১০। জৈৱিক আৰু অজৈৱিক এই দুই ভাগত প্ৰাকৃতিক পৰিৱেশৰ উপাংশ গঠিত ।

1) হৈছে

2) নাইহোৱা

3) ওপৰৰ এটাও নহয়

Ans: হৈছে

১১। নিৰক্ষীয় অঞ্চলত  দুয়োকাষে ক্ৰান্তীয় তৃণভূমি অঞ্চল অৱস্থিত।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১২। তুন্দ্ৰা অঞ্চলৰক প্ৰধান জীৱিকা কি ?

1) চিকাৰ

2) ৰবৰ সংগ্ৰহ

3) ওপৰৰ এটাও নহয়

Ans: চিকাৰ

১৩। ক্ৰান্তীয় উষ্ণ মৰুভূমি বা চাহাৰীয়া  অঞ্চল গোলাৰ্দ্ধৰ কিমান ডিগ্ৰী উত্তৰ দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত?

1) ৪০ ডিগ্ৰী

2) ২০ ডিগ্ৰী

3) ওপৰৰ এটাও নহয়

Ans: ২০ ডিগ্ৰী

১৪। পৰিৱেশত থকা সকলো প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া ইত্য়াদিক কি উপাংশ বোলা হয়?

1) অজৈৱিক

2) জৈৱিক

3) ওপৰৰ এটাও নহয়

Ans: জৈৱিক

১৫। উদ্ভিদ, তৃণভোজী আৰু মাংসভোজীৰ এই জীৱন চক্ৰকেই কি বোলা হয়?

1) পৰিস্থিতিতন্ত্ৰ

2) অপৰিস্থিতিতন্ত্ৰ

3) ওপৰৰ এটাও নহয়

Ans: পৰিস্থিতিতন্ত্ৰ

১৬। মানুহে উদ্ভিদ আৰু জীৱ দুয়োটাই ভক্ষণ কৰে বাবে মানুহক কি বোলা হয়?

1) তৃণভোজী

2) সৰ্বভোজী

3) মাংসভোজী

Ans: সৰ্বভোজী

১৭। বায়ু ,মাটি আৰু পানী এই উপাংশ অবিহনে জীয়াই কোনো জীৱই জীয়াই থাকিব।

1) পাৰে

2) নোৱাৰে

3) ওপৰৰ এটাও নহয়

Ans: নোৱাৰে

১৮।পৃথিৱীখনক কেইটামান পৰিৱেশ মণ্ডলত ভাগ কৰা

1) হৈছে

2) নাইহোৱা

3) ওপৰৰ এটাও নহয়

Ans: হৈছে

১৯। নিৰক্ষীয় অঞ্চলৰ সূৰ্যৰ উত্তাপ আৰু পোহৰ লম্বভাবে।

1) নপৰে

2) পৰে

3) ওপৰৰ এটাও নহয়

Ans: পৰে

২০। নিৰক্ষীয় অঞ্চলৰ ডাঙৰ ডাঙৰ গছৰ পাতেৰে ঢাকি ৰাখি মাটিভাগ কি কৰি ৰাখে?

1) শুকান

2) সেমেকা

3) ওপৰৰ এটাও নহয়

Ans: সেমেকা

Type Susmita Kakati