স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্য়মিক শিক্ষা 

১। ভাৰতবৰ্ষৰ চৰকাৰে মাধ্য়মিক শিক্ষাৰ সকলোখিনি দিশ অধ্য়য়ন কৰাৰ বাবে কিমান চনত মাধ্য়মিক শিক্ষা আয়োগ গঠন কৰি দিয়ে?

ক) ১৯৫২-৫৪

খ) ১৯৫২-৫৩

গ) ১৯৫২-৫৫

উত্তৰঃ খ) ১৯৫২-৫৩

২.ভাৰতবৰ্ষৰ চৰকাৰে কিমান চনত কোঠাৰী আয়োগ গঠন কৰে?

ক)১৯-৬৬

খ)১৯-৬৩

গ) ১৯-৬৫

উত্তৰঃ ক)১৯-৬৬

৩.আয়োগে কোনটো সূত্ৰৰ মাধ্য়মত শিক্ষাৰ বিকাশ সাধন কৰাৰ পৰামৰ্শ দিছিল ?

ক)১০+২+৪

খ)১০+২+৩

গ)১০+২+৬

উত্তৰঃ খ)১০+২+৩

৪. মাধ্য়মিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল?

ক)ড: এ.এন. বসু

খ)ড: লক্ষ্মণস্বামী মুডালিয়াৰ

)ড:কে.এল.শ্ৰীমালী

উত্তৰঃখ)ড: লক্ষ্মণস্বামী মুডালিয়াৰ

৫. মাধ্য়মিক শিক্ষাৰ সময় কিমান হব লাগে?

ক)৫ বছৰ

খ)৪ বছৰ

গ)৭ বছৰ

উত্তৰঃ গ)৭ বছৰ

৬.কিমান চনত মাধ্য়মিক শিক্ষা আয়োগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্য়ৱস্থাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে?

ক)১৯৫৪

খ)১৯৫৬

গ)১৯৫৩

উত্তৰঃ গ)১৯৫৩

৭.ড. ডি এচ কোঠাৰী কিমান চনৰ জাতীয় শিক্ষা আয়োগখনৰ সভাপতি আছিল?

ক)১৯৬৪-৬৬

খ)১৯৬৪-৬৫

গ)১৯৬৪-৬৭

উত্তৰঃ১৯৬৪-৬৬

৮. "শিক্ষা প্ৰত্য়াহ্বান" (Challenge of education) নামৰ শিক্ষা সম্পৰ্কীয় পত্ৰ খন কিমান চনত প্ৰকাশ কৰা হয়? 

ক)১৯৮৫ চনত

খ)১৯৮৭ চনত

গ)১৯৮৪ চনত

উত্তৰঃ ১৯৮৫ চনত

৯. কিমান চনত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে 'অপাৰেচন ব্লেকবৰ্ড' আৰু গ্ৰ্য়াম্য়ঞ্চলৰ বিকাশৰ অৰ্থে 'নবোদয় বিদ্য়ালয়' স্থাপন কৰাত প্ৰাধান্য়তা দিছিল? 

ক)১৯৮৩

খ)১৯৮৫

গ)১৯৮৬

উত্তৰঃ গ)১৯৮৬

১০. ভাৰত চৰকাৰে কিমান চনত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰে?

ক)১৯৮৬

খ)১৯৮৭

গ)১৯৮১

উত্তৰঃ ক)১৯৮৬

১১. কিমান চনত অসম মাধ্য়মিক শিক্ষা আইন প্ৰৱৰ্তন কৰা কৰা হয়? 

ক)১৯৬২

খ)১৯৬৪

)১৯৬১

উত্তৰঃ গ)১৯৬১

১২.কিমান চনত অসম উচ্চতৰ মাধ্য়মিক শিক্ষা সংসদ গঠন কৰা হয়?

ক)১৯৮৪

খ)১৯৮২

গ)১৯৮৬

উত্তৰঃক)১৯৮৪

১৩. ১৯৯৫ চনৰ ভিতৰত শতকৰা কিমান ভাগ ছাত্ৰই এই বূত্তিমূখী শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ কৰি তোলাটো ইয়াৰ লক্ষ্য় আছিল?

ক)২৬ ভাগ

খ)২৪ ভাগ

গ)২৫ ভাগ

উত্তৰঃ গ)২৫ ভাগ

১৪. বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰাৰ সময়ত অসম চৰকাৰে উচ্চতৰ মাধ্য়মিক পৰ্যায়ৰ কিমান খন স্কুলত বূত্তিমূলক শিক্ষা প্ৰণালিৰ ব্য়ৱস্থা হাতত লৈছিল? 

ক)৩৪ খন

খ)৩৩খন

গ)৩৬ খন

উত্তৰঃ খ)৩৩খন

১৫. কিমান চনৰ পৰা গুৱাহাটী বিশ্ববিদ্য়ালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক-বিশ্ববিদ্য়ালয় শ্ৰেণী এবছৰৰ পৰিবৰ্তে দুবছৰীয়া কৰিবলৈ সিদ্ধান্ত লয়?

ক)১৯৭৩-৭৪

খ)১৯৭৩-৭৫

গ)১৯৭৩-৭৭

উত্তৰঃ ক)১৯৭৩-৭৪

১৬. অসমৰ প্ৰতিখন জিলাতে একোখন ' নবোদয় ' বিদ্য়ালয় স্থাপনৰ ব্য়ৱস্থা কিমান চনত কৰা হয়?  

ক)১৯৮৭

খ)১৯৮৬

গ)১৯৮৪

উত্তৰঃ খ)১৯৮৬

১৭. কলিকতা বিশ্ববিদ্য়ালয়ে কিমান চনৰ পৰা অসমৰ মাধ্য়মিক স্কুলবোৰৰ  প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰিছিল ?

ক)১৯২৩

খ)১৯২৬

গ)১৯২৭

উত্তৰঃ খ)১৯২৬

১৮. কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভেঁটিত অসমত 'অসম মাধ্য়মিক শিক্ষা বোৰ্ডে' কিমান বছৰীয়া  স্কুলীয়া শিক্ষাৰ প্ৰবৰ্তন কৰে ?

ক)১২

খ)১৪

গ)১০

উত্তৰঃ ক)১২

১৯. উচ্চতৰ মাধ্য়মিক স্তৰৰ শতকৰা কিমান ভাগ শিক্ষাৰ্থীৰ বাবে ১৯৯০ চনৰ ভিতৰত বূত্তিমূখী শিক্ষাৰ ব্য়ৱস্থা কৰা হব ?

ক)১০

খ)১৩

গ)১৪

উত্তৰঃক)১০

২০. উচ্চতৰ মাধ্য়মিক স্তৰৰ শতকৰা কিমান ভাগ শিক্ষাৰ্থীৰ বাবে ১৯৯৫ চনৰ বৃত্তিমূখী শিক্ষাৰ ব্য়ৱস্থা কৰা হব?

ক)২৭

খ)২৫

গ)২৪

উত্তৰঃ খ)২৫