পৃথিৱীৰ জনসংখ্য়া বিতৰণ, ঘনত্ব আৰু বৃদ্ধি 

1. পৃথিৱীৰ ৯০ শতাংশ জনসংখ্য়াৰ প্ৰায় কিমান শতাংশ স্থলভাগত বসতি কৰি আছে?

ক)৭৮

খ)২৯

গ)১০

উত্তৰঃ গ)১০

2. জনসংখ্য়া বৃদ্ধিৰ ফলত  পৃথিৱীত কেনে ধৰণৰ সমস্যা সৃষ্টি হৈছে ?

ক)কোনো ধৰণৰ সমস্য়া হোৱা নাই

খ)অক্সিজেনৰ পৰিমাণ কমি গৈছে

গ)গছ-গছনি পৰিমান বাঢ়ি গৈছে

উত্তৰঃ খ)অক্সিজেনৰ পৰিমাণ কমি গৈছে

3. সাধাৰণতে মাটিৰ আকাৰ আৰু মানুহৰ সংখ্য়াৰ মাজত থকা অনুপাতটোৱে হ'ল ।

ক)মুঠ জনসংখ্য়া

খ)জনসংখ্য়াৰ ঘনত্ব

গ)জনবসতি

উত্তৰঃ খ)জনসংখ্য়াৰ ঘনত্ব

4. যিবোৰ সম্পদ এবাৰ ব্য়ৱহাৰ কৰি পোনৰ ব্য়ৱহাৰ কৰিব নোৱাৰি তেনে বোৰ সম্পদক ।

ক)নবিকৰণযোগ্য়

খ)অনবিকৰণযোগ্য়

গ)পুনৰাবৃত্তি

উত্তৰঃ খ)অনবিকৰণযোগ্য়

5. মানুহে প্ৰকৃতিৰ পৰা সৃষ্টি কৰা সম্পদ সমূহক কি বুলি কোৱা হয় ?

ক)মানৱ সম্পদ

খ)মানৱসৃষ্ট সম্পদ

গ)প্ৰাকৃতিক সম্পদ

উত্তৰঃ খ)মানৱসৃষ্ট সম্পদ

6. জনসংখ্য়াৰ ধনাত্মক বৃদ্ধি কেতিয়া হোৱা বুলি কোৱা হয় ?

ক)যেতিয়া মৃত্য়ুৰ হাৰ জন্ম হাৰতকৈ বেছি হয়

খ)যেতিয়া জন্ম আৰু মৃত্য়ুৰ হাৰ দুয়োটাই বেছি হয়

গ)যেতিয়া জন্মৰ হাৰ মৃত্য়ুৰ হাৰতকৈ বেছি হয়

উত্তৰঃ গ)যেতিয়া জন্মৰ হাৰ মৃত্য়ুৰ হাৰতকৈ বেছি হয়

7. জনসংখ্য়াৰ ঋনাত্মক বৃদ্ধি কেতিয়া হয় ?

ক)যেতিয়া জন্মৰ হাৰ মৃত্য়ুৰ হাৰতকৈ বেছি হয়

খ)যেতিয়া জন্ম আৰু মৃত্য়ুৰ হাৰ দুয়োটাই বেছি হয়

গ)যেতিয়া জন্মৰ হাৰ মৃত্য়ুৰ হাৰতকৈ কমি যায়

উত্তৰঃ গ)যেতিয়া জন্মৰ হাৰ মৃত্য়ুৰ হাৰতকৈ কমি যায়

8. বৰ্তমান পৃথিৱাৰ জনসংখ্য়া প্ৰায়

ক)৭ মহাপদ্ম (Billion) ত কৈও অধিক

খ)৬ মহাপদ্ম (Billion) ত কৈও অধিক

গ)৮ মহাপদ্ম (Billion) ত কৈও অধিক

উত্তৰঃ খ)৬ মহাপদ্ম (Billion) ত কৈও অধিক

9. যি সকল লোকে নিজৰ ঠাইৰ পৰা বাহিৰলৈ গৈ থাকে তেওঁলোকক কি বুলি কোৱা হয় ?

ক)প্ৰ-ব্ৰজন

খ)প্ৰবাসী ব্য়ক্তি

গ)বহিৰাগত

উত্তৰঃ খ)প্ৰবাসী ব্য়ক্তি

10. ভাৰতত বাৰ্ষিক জনসংখ্য়া বৃদ্ধিৰ হাৰ হ'ল ?

ক)১.৬ শতাংশ

খ)১.৩ শতাংশ

গ)১.৯ শতাংশ

উত্তৰঃ গ)১.৯ শতাংশ

Answer Type - Boby Bora