আন্তৰ্জাতিক সংগঠন

১। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা কিমান?

ক)১৮ খন

খ)১১ খন

গ)১৫ খন

উত্তৰঃ গ)১৫ খন

২। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান?

ক)১০ খন

খ)১১ খন

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১০ খন

৩। আন্তৰ্জাতিক মুদ্ৰা নিধি কেতিয়া গঠিত হৈছিল? 

ক)১৯৪৫ চনত

খ)১৯৫৫ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৯৪৫ চনত

৪। এমনেষ্টি ইন্টাৰনেচনেল কেতিয়া প্ৰতিষ্টা কৰা হৈছিল?

ক)১৯৬৬ চনত

খ)১৯৫৫ চনত

গ)১৯৬১ চনত

উত্তৰঃ গ)১৯৬১ চনত

৫। সদস্যভুক্ত এখনৰ ৰাষ্ট্ৰৰ নাম লিখা?

ক)জাপান

খ)
চীন

গ)ভাৰত

উত্তৰঃ ক)জাপান

৬। আন্তৰ্জাতিক মুদ্ৰানিধি কেতিয়া গঠিত হৈছিল?

ক)১৯৪৮ চনত

খ)১৯৮৪ চনত

গ)১৯৪৫ চনত

উত্তৰঃ গ)১৯৪৫ চনত

৭। কিমান চনত জাপানৰ পাৰমাণৱিক কেন্দ্ৰত বিস্ফেৰণ ঘটি অসংখ্য মানুহৰ জীৱন নাশ হৈছিল?

ক)২০০০ চনত

খ)২০০৫ চনত

গ)২০১১ চনত

উত্তৰঃ গ)২০১১ চনত

৮। আন্তৰ্জাতিক বেচৰকাৰী অনুষ্ঠান কিমান চনত প্ৰতিষ্ঠা কৰা হৈচিল?

ক)১৯৮৮ চনত

খ)১৯৭৮ চনত

গ)১৯৯৯ চনত

উত্তৰঃ খ)১৯৭৮ চনত

৯। কিমান চনত বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰয়ংঘৰ সভাৰ সভানেত্ৰী আছিল?

ক)১৯৫৫ চনত

খ)১৯৫৩ চনত

গ)১৯৫৬ চনত

উত্তৰঃ খ)১৯৫৩ চনত

১০। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত-স্থায়ী আৰু-অস্থায়ী সদস্য কিমান খন আছে?

ক)৫ খন স্থায়ী  ১০ খন অস্থায়ী সদস্য আছে

খ)৬ খন স্থায়ী ১২ খন অস্থায়ী সদস্য আছে

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)৫ খন স্থায়ী  ১০ খন অস্থায়ী সদস্য আছে