মনোবিজ্ঞান আৰু শিক্ষা

১। psych ৰ অৰ্থ কি ?

(ক) চাইকি

(খ) Soul বা আত্মা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) Soul বা আত্মা

২। প্ৰথমতে মনোবিজ্ঞানক কি বুলি কোৱা হৈছিল?

(ক) আধুনিক বিজ্ঞান

(খ) আত্মাৰ বিজ্ঞান

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আত্মাৰ বিজ্ঞান

৩। মানুহৰ সংজ্ঞান মন কেইটা উপাদানেৰে গঠিত?

(ক) ৫ টা

(খ) ৩ টা

(গ) ২ টা

উত্তৰঃ (খ) ৩ টা

৪। মনোবিজ্ঞানৰ দুটা শাখা কি কি ?

(ক) জৈৱিক শাখা আৰু শিশু

(খ) শিক্ষা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জৈৱিক শাখা আৰু শিশু

৫। ১৮ শ শতিকাত কোনে আন এটা মনোবিজ্ঞান ধাৰনা দাঙি ধৰিছিল?

(ক) এচাম মনোবিদ

(খ) জৰ্জ মনোবিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এচাম মনোবিদ

৬। মানুহৰ সজ্ঞান মন তিনিটা কি কি ?

(ক) জ্ঞান, অনুভূতি আৰু ইচ্ছা

(খ) নিজ্ঞাৰ্ন,জ্ঞান আৰু অনিইচ্ছা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জ্ঞান, অনুভূতি আৰু ইচ্ছা

৭। প্ৰথমতে মনোবিজ্ঞানে আত্মা হেৰুৱালে তাৰ পাছত মন এই কথাষাৰ কোনে কইছিল?

(ক) ওডৱৰ্থে

(খ) এচাম

(গ) জৰ্জ

উত্তৰঃ (ক) ওডৱৰ্থে

৮। শিশুসকল প্ৰপ্তবয়স্কসকলতকৈ সম্পূৰ্ণ পৃথক কোনে কইছিলে?         

(ক) মনোবিজ্ঞানে

(খ) শিক্ষাবিদ ৰুচোই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শিক্ষাবিদ ৰুচোই

৯। মনোবিজ্ঞানৰ শাখাই ঘাইকৈ কেইটা দিশত অধ্যয়ন কৰে?

(ক) ১ টা

(খ) ৬ টা

(গ) ২ টা

উত্তৰঃ (গ) ২ টা

১০। মনোবিজ্ঞানক আচৰন বিজ্ঞান বোলা হয়?

(ক) সত্য

(খ) অসত্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সত্য